মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (Major Dhyan Chand Khel Ratna Award) হৈছে ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান। পূৰ্বতে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা নামেৰে জনাজাত এই বঁটাটোক প্ৰসিদ্ধ ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে ২০২১ চনত পুনঃনামকৰণ কৰা হয়।১২ ২০২০ চনৰ তথ্য অনুসৰি, এই বঁটা বিজয়ী সকলক এটি পদক, এখন সন্মান পত্ৰ আৰু নগদ ২৫ লাখ টকাৰে সন্মানিত কৰা হয়। ১৯৯১-৯২ চনত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।
বঁটা বিজয়ীসকলৰ তালিকা
| বৰ্ষ | বিজয়ী | ক্ৰীড়াক্ষেত্ৰ | উদ্ধৃতি |
|---|---|---|---|
| ১৯৯১-১৯৯২ | বিশ্বনাথন আনন্দ | দবা | ৩ |
| ১৯৯২–১৯৯৩ | গীত শেঠী | বিলিয়াৰ্ড | ৩ |
| ১৯৯৩-১৯৯৪ | হ'মী মতিৱালা | য়াচটিঙ (দলীয়) | ৪ |
| ১৯৯৩-১৯৯৪ | পুষ্পেন্দ্ৰ কুমাৰ গাৰ্গ | য়াচটিঙ (দলীয়) | ৪ |
| ১৯৯৪-১৯৯৫ | কৰ্ণম মালেশ্বৰী | ভাৰাত্তোলন | ৩ |
| ১৯৯৫-১৯৯৬ | কুঞ্জৰাণী দেৱী | ভাৰাত্তোলন | ৩ |
| ১৯৯৬-১৯৯৭ | লিয়েণ্ডাৰ পেজ | লন টেনিছ | ৩ |
| ১৯৯৭-১৯৯৮ | শচীন তেণ্ডুলকাৰ | ক্ৰিকেট | ৩ |
| ১৯৯৮-১৯৯৯ | জ্যোতিৰ্ময়ী শিকদাৰ | এথলেটিকছ | ৫ |
| ১৯৯৯-২০০০ | ধনৰাজ পিল্লাই | হকী | ৬৩ |
| ২০০-২০০১ | পুল্লেলা গোপীচান্দ | বেডমিণ্টন | ৭ |
| ২০০১ | অভিনৱ বিন্দ্ৰা | শ্বুটিং | ৮ |
| ২০০২ | কে. এম. বীণামোল | এথলেটিকছ | ৯ |
| ২০০২ | অঞ্জলি ভাগৱত | শ্বুটিং | ৯ |
| ২০০৩ | অঞ্জু ববী জৰ্জ | এথলেটিকছ | ১০ |
| ২০০৪ | ৰাজ্যৱৰ্ধন সিং ৰাথোড় | শ্বুটিং | ১১ |
| ২০০৫ | পঙ্কজ আদৱানী | বিলিয়াৰ্ড আৰু স্নুকাৰ | ১২ |
| ২০০৬ | মনৱীত সিং সান্ধু | শ্বুটিং | ১৩ |
| ২০০৭ | মহেন্দ্ৰ সিং ধোনি | ক্ৰিকেট | ১৪ |
| ২০০৮ | বঁটা প্ৰদান কৰা হোৱা নাই | ৩ | |
| ২০০৯ | মেৰী কম | বক্সিং | ১৫ |
| ২০০৯ | বিজেন্দ্ৰ সিং | বক্সিং | ১৫ |
| ২০০৯ | সুশীল কুমাৰ | মল্লক্ৰীড়া | ১৫ |
| ২০১০ | ছাইনা নেহৱাল | বেডমিণ্টন | ১৬ |
| ২০১১ | গগন নাৰং | শ্বুটিং | ১৭ |
| ২০১২ | বিজয় কুমাৰ | শ্বুটিং | ১৮ |
| ২০১২ | যোগেশ্বৰ দত্ত | মল্লক্ৰীড়া | ১৮ |
| ২০১৩ | ৰঞ্জন সোধী | শ্বুটিং | ১৯ |
| ২০১৪ | বঁটা প্ৰদান কৰা হোৱা নাই | ২০ | |
| ২০১৫ | ছানিয়া মিৰ্জা | লন টেনিছ | ২১ |
| ২০১৬ | পি. ভি. সিন্ধু | বেডমিণ্টন | ২২ |
| ২০১৬ | দীপা কৰ্মকাৰ | জিমনাষ্টিকচ | ২২ |
| ২০১৬ | জিতু ৰায় | শ্বুটিং | ২২ |
| ২০১৬ | সাক্ষী মালিক | মল্লক্ৰীড়া | ২২ |
| ২০১৭ | দেৱেন্দ্ৰ ঝাঝাৰীয়া | পেৰালিম্পিক এথলেটিকছ | ২৩ |
| ২০১৭ | চৰদাৰা সিং | হকী | ২৩ |
| ২০১৮ | সাইখোম মীৰাবাই চানু | ভাৰাত্তোলন | ২৪ |
| ২০১৮ | বিৰাট কোহলি | ক্ৰিকেট | ২৪ |
| ২০১৯ | দীপা মালিক | পেৰালিম্পিক এথলেটিকছ | ২৫ |
| ২০১৯ | বজৰং পুনিয়া | মল্লক্ৰীড়া | ২৫ |
| ২০২০ | ৰোহিত শৰ্মা | ক্ৰিকেট | ২৬ |
| ২০২০ | মাৰীয়াপ্পান থানগাভেলু | পেৰালিম্পিক এথলেটিকছ | ২৬ |
| ২০২০ | মণিকা বাত্ৰা | টেবুল টেনিছ | ২৬ |
| ২০২০ | বিনেশ ফোগাট | মল্লক্ৰীড়া | ২৬ |
| ২০২০ | ৰাণী ৰামপাল | হকী | ২৬ |
| ২০২১ | নীৰজ চোপ্ৰা | এথলেটিকছ | ২৬ |
| ২০২১ | ৰবি কুমাৰ দাহিয়া | ফ্ৰীষ্টাইল মল্লযুঁজ | ২৬ |
| ২০২১ | লাভলীনা বৰগোহাঁই | বক্সিং | ২৬ |
| ২০২১ | পি. আৰ. শ্ৰীজেশ | হকী | ২৬ |
| ২০২১ | অৱনী লেখাৰা | পেৰালিম্পিক শ্বুটিং | ২৬ |
| ২০২১ | সুমিত আন্তিল | পেৰা-এথলেটিকছ | ২৬ |
| ২০২১ | প্ৰমোদ ভগত | পেৰা-বেডমিণ্টন | ২৬ |
| ২০২১ | কৃষ্ণা নাগৰ | পেৰা-বেডমিণ্টন | ২৬ |
| ২০২১ | মনীষ নাৰৱাল | পেৰালিম্পিক শ্বুটিং | ২৬ |
| ২০২১ | মিতালী ৰাজ | ক্ৰিকেট | ২৬ |
| ২০২১ | সুনীল ছেত্ৰী | ফুটবল | ২৬ |
| ২০২১ | মনপ্ৰীত সিং | হকী | ২৬ |
| ২০২২ | অচন্ত শৰৎ কমল | টেবুল টেনিছ | ২৭ |
| ২০২৩ | চিৰাগ শেট্টী | বেডমিণ্টন | ২৮ |
| ২০২৩ | সাত্ত্বিকসাইৰাজ ৰেংকিৰেড্ডী | বেডমিণ্টন | ২৮ |
| ২০২৪ | গুকেশ ডি | দবা | ২৯ |
| হৰমনপ্ৰীত সিং | হকী | ২৯ | |
| প্ৰবীণ কুমাৰ | পেৰা-এথলেটিক্স | ২৯ | |
| মনু ভাকৰ | শ্বুটিং | ২৯ |
এই চিহ্নই সেই বছৰটোত যুটিয়াভাৱে বঁটা প্ৰদান কৰা সূচাইছে
তথ্যসূত্ৰ
- ↑ Aug 6, TIMESOFINDIA COM / Updated:; 2021; Ist, 14:29. Dhyan Chand Award: Rajiv Gandhi Khel Ratna Award renamed Major Dhyan Chand Khel Ratna Award · India News - Times of India. The Times of India
- ↑ Rajiv Gandhi Khel Ratna Award Renamed After Hockey Great Dhyan Chand. NDTV.com
- ↑ Rajiv Gandhi Khel Ratna Awards. Sports Authority of India *(30 August 2005). List of Rajiv Gandhi Khel Ratna Award Winners. Ministry of Youth Affairs and Sports, India
- ↑ National Sports Awards. Yachting Association of India
- ↑ Arjun Awards 1998 announced Ms. Jyotirmoyee Sikdar gets Rajiv Gandhi Khel Ratna Award 1998–99. Press Information Bureau, India
- ↑ (30 August 2000). Arjuna Awards to be presented tomorrow. Press Information Bureau, India
- ↑ (29 September 2001). President presents Rajiv Gandhi Khel Ratna, Arjuna and Dronacharya Awards. Press Information Bureau, India
- ↑ (29 August 2002). President presents Rajiv Gandhi Khel Ratna, Arjuna and Dronacharya Awards. Press Information Bureau, India
- ↑ (29 August 2003). Arjuna Awards, Rajiv Gandhi Khel Ratna, Dhyan Chand and Dronacharya Awards given away. Press Information Bureau, India
- ↑ (21 September 2004). President gives away Arjuna Awards and Dronacharya Awards. Press Information Bureau, India
- ↑ (29 August 2005). President gives away Arjuna Awards and Dronacharya Awards. Press Information Bureau, India
- ↑ (23 August 2006). Rajiv Gandhi Khel Ratna award, 2005, Arjuna awards 2005, Dhyan Chand awards, 2006 and Dronacharya awards for the year 2005 Announced. Press Information Bureau, India
- ↑ (29 August 2007). President gives away Arjuna Awards and Dronacharya Awards. Press Information Bureau, India
- ↑ (19 August 2008). Rajiv Gandhi Khel Ratna & Arjuna Awards announced. Press Information Bureau, India
- ↑ (29 July 2009). Rajiv Gandhi Khel Ratna, Arjuna Awards and other Sports Awards Announced. Press Information Bureau, India
- ↑ (8 November 2010). Sports Minister Gives away Rajiv Gandhi Khel Ratna Award to Saina Nehwal. Press Information Bureau, India
- ↑ (18 August 2011). Rajiv Gandhi Khel Ratna, Arjuna Awards and other Sports Awards Announced. Press Information Bureau, India
- ↑ (19 August 2012). Rajiv Gandhi Khel Ratna Award and Arjuna Awards Announced. Press Information Bureau, India
- ↑ (22 August 2013). Rajiv Gandhi Khel Ratna and Arjuna Awards. Press Information Bureau, India
- ↑ (21 August 2014). National Sports Awards 2014. Press Information Bureau, India
- ↑ (14 August 2015). Rajiv Gandhi Khel Ratna 2015 and Arjuna Awards 2015. Press Information Bureau, India
- ↑ (22 August 2016). National Sports Awards 2016. Press Information Bureau, India
- ↑ (22 August 2017). National Sports Awards 2017. Press Information Bureau, India
- ↑ (20 September 2018). National Sports Awards 2018 announced; Mirabai Chanu and Virat Kohli to get Rajiv Gandhi Khel Ratna. Press Information Bureau, India
- ↑ (2019-08-29). Deepa Malik basks in Khel Ratna glory, Bajrang misses ceremony. The Economic Times
- ↑ (21 August 2020). National Sports Awards 2020 announced – Rohit Sharma, Mariyappan T., Manik Batra, Ms Vinesh and Ms Rani bag the Khel Ratna. Press Information Bureau, India
- ↑ (14 November 2022). Ministry of Youth Affairs & Sports announces National Sports Awards 2022. Press Information Bureau, India
- ↑ Ministry of Youth Affairs & Sports announces National Sports Awards 2023. pib.gov.in
- ↑ Ministry of Youth Affairs & Sports announces National Sports Awards 2024. pib.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা” প্ৰবন্ধৰ সংশোধন ৪৬৩৯৩৮ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।