বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ক্ল’নিং
কোনো জীৱৰ এটা দেহকোষৰ পৰা হুবহু সেই জীৱটোকে পুনৰায় সৃষ্টি কৰাৰ পদ্ধতিক ক্ল'নিং নামেৰে জনা যায় (আণৱিক জীৱবিজ্ঞানীসকলে দৈনন্দিন অনেক প্ৰকাৰৰ ক্ল'নিং কৰে যি হ'ল ডি. এন. এ. ক্ল'নিং)।
-
চাট মছলা
চাট মছলা হৈছে দক্ষিণ এছিয়াত উৎপত্তি হোৱা গুড়া মছলাৰ মিশ্ৰণ। সাধাৰণতে চাটত সোৱাদ যোগ কৰিবলৈ এই মচলাৰ ব্যৱহাৰ কৰা হয়। ইয়াত সাধাৰণতে আমচুৰ (শুকান আমৰ গুড়ি), জিৰা, ধনীয়া, শুকান আদা, নিমখ (সততে ক'লা নিমখ), জালুক, আছাফ'ইটিডা আৰু জলকীয়া গুড়ি থাকে। ঐচ্ছিকভাৱে গৰম মছলাও অন্তৰ্ভুক্ত।
-
চিএছএছ
কাচকেডিং ষ্টাইল চীটচ্ (Cascading Style Sheets) হৈছে এক ষ্টাইল চীটচ্ লেংগুৱেজ, যাক এইচ টি এম এলৰ দৰে মাৰ্কআপ লেংগুৱেজত লিখিত ডকুমেণ্টসমূহক কেনেধৰণে উপস্থাপন কৰিব সেইয়া বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইচ টি এম এল আৰু জাভাস্ক্ৰীপ্টৰ লগতে চিএছএছ হ’ল ৱৰ্ল্ড ৱাইড ৱেবৰ ভিত্তিক এক প্ৰযুক্তি।
-
ধনগুলৈ
ধনগুলৈ ( jack-o’-lantern, friar’s lantern, will-o’-the-wisp) পচা বস্তু আদি থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বায়ুবাষ্পৰ সংস্পৰ্শত জ্বলি উঠাৰ ফলত সৃষ্টি হোৱা জুই। পতিত বা পৰিত্যক্ত জলাহভূমিত মাজে মাজে ৰাতি এনে অস্থায়ী অগ্নিশিখা দেখা যায়।
-
নিকা সংহতি
নিকা সংহতিত নাম আৰু ভকতৰ ওপৰত গুৰুত্ব দি আচাৰ-ক্ৰিয়া কঠোৰভাৱে পালন কৰা হয়। 'নিকা' শব্দৰ অৰ্থ নিৰ্মল, পৰিষ্কাৰ, পৱিত্ৰ। পৱিত্ৰ আৰু নৈষ্ঠিকভাৱে নাম আৰু ভকতক আশ্ৰয় কৰি ব্ৰহ্মতত্ত্বৰ কাষ চপা নিকা সংহতিৰ ঘাই লক্ষ্য। এই সংহতিৰ প্ৰধান বিচাৰ হ'ল বাহ্যাভ্যন্তৰ শুচিত অধিক গুৰুত্ব দিয়া।
-
পঞ্চভুজ
পঞ্চভূজ ৫ ৰেখা খণ্ড থকা এক বহুভূজ।
-
পাঠক
পাঠক (Pathak) হৈছে ব্ৰাহ্মণৰ এটা সম্প্ৰদায়। পাঠকসকলে ভাৰতৰ ন্যায়াধীশ আৰু উপ-ৰাষ্ট্ৰপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। পাঠক শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে পঢ়ুৱৈ অথবা যি জানিবলৈ বা জ্ঞান লাভ কৰিবলৈ উৎসুক।
-
পানভেল
পানভেল ভাৰতৰ মহাৰাষ্ট্ৰৰ ৰায়গদ জিলাৰ এখন চহৰ আৰু তালুকা। মুম্বাইৰ ওচৰত থকাৰ বাবে ইয়াৰ জনবসতি অত্যধিক। মুম্বাই মহানগৰ অঞ্চলৰ সংস্থাটোৱেও উন্নয়নৰ উদ্দেশ্যে পানভেল পৰিচালিত কৰে। পানভেল পৌৰ নিগম হৈছে ৰায়গড়ৰ প্ৰথম পৌৰ নিগম আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ ২৭ নং পৌৰ নিগম।
-
পিনক'ড
ডাক সূচকাংক বা পিনক'ড বা পিন নং (Postal Index Number চমুকৈ PIN) ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৬টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল।
-
পেণ্টহাউচ পেটসকলৰ তালিকা
এইখন পেণ্টহাউচ আলোচনীৰ আমেৰিকান সংস্কৰণত উল্লেখ কৰা মডেলৰ তালিকা; এই তালিকাত ১৯৬৯ চনৰ ছেপ্টেম্বৰৰ পৰা পেট অৱ দ্য মান্থ বা পেট অৱ দ্য ইয়াৰ হিচাপে নিৰ্বাচিত মডেলসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।
-
পৰিধি
এডাল আৱদ্ধ বক্ৰৰেখাৰ সীমান্তৰ সমান দৈৰ্ঘ্যকে তাৰ পৰিধি (Circumference) বোলা হয়।
-
বিন্দু
বিন্দু এটি আকৃতি যাৰ দৈৰ্ঘ্য, বহলতা আৰু উচ্চতা নাই৷ বিন্দু ইউক্লিডিয়ান জ্যামিতিৰ প্ৰাথমিক তত্ত্ব, অৰ্থাৎ বিন্দুক তাতকৈ অধিক প্ৰাথমিক বস্তুৰে সংজ্ঞায়িত কৰিব পৰা নাযায়৷
-
বৃষভ (মাহ)
বৃষভ বা বৃষ হৈছে হিন্দু সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ। এই মাহটো বৃষ ৰাশিৰ সৈতে সম্পৰ্কিত আৰু ই গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে' মাহৰ দ্বিতীয়াৰ্ধ আৰু জুন মাহৰ প্ৰথমাৰ্ধক সামৰি লয়। বৃষভ মাহটো হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ জ্যেষ্ঠ বা জেঠ মাহৰ সমসাময়িক। বৃষভৰ পূৰ্বৱৰ্তী মাহ মেষ আৰু পৰৱৰ্তী মাহ মিথুন।
-
ভাৰতৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা:
-
মাটিমাহ
আমি মাটিমাহৰ পৰা মাটিদাইল পাওঁ। এক অসমীয়া খাদ্যবিশেষ। মাটিমাহ এবিধ মাহজাতীয় শস্য। দেখাত মগুমাহৰ দৰে। ইয়াৰ ৰং ক'লা কিন্তু বৰ পিছল। প্ৰবাদ অনুসৰি, পুৰণি দিনত বিভিন্ন ঘৰ, দেৱাল আদি সাজিবলৈ মাটিমাহ, হাঁহকণী আৰু বৰাচাউলৰ মিশ্ৰণ আঠা হিচাপে ব্যৱহাৰ কৰিছিল।
-
মিথুন (মাহ)
মিথুন ভাৰতীয় সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ। এই মাহটো মিথুন ৰাশিৰ চিহ্নৰ সৈতে সম্পৰ্কিত আৰু ই গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ জুনৰ দ্বিতীয়াৰ্ধ আৰু জুলাইৰ প্ৰথমাৰ্ধ সামৰি লয়। মিথুন হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ আষাড় বা আহাৰ মাহৰ সৈতে পৰে। মিথুনে ভাৰতীয় উপমহাদেশত বাৰিষা ঋতুৰ আৰম্ভণিক চিহ্নিত কৰে।
-
মেষ (মাহ)
মেষ (मेष) হৈছে ভাৰতীয় সৌৰ বৰ্ষপঞ্জীৰ এটা মাহ। এই মাহটো মেষ ৰাশিৰ চিহ্নৰ সৈতে সাদৃশ্য থকা আৰু ই এপ্ৰিলৰ প্ৰায় দ্বিতীয়াৰ্ধ আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে' মাহৰ প্ৰথমাৰ্ধত পৰে। মেষ হিন্দু চন্দ্ৰ বৰ্ষপঞ্জীৰ মাহ বৈশাখ বা ব'হাগৰ সৈতে সমসাময়িক। মেষৰ পূৰ্বৱৰ্তী সৌৰ মাহ হৈছে মীন আৰু পৰৱৰ্তী সৌৰ মাহ বৃষভ।
-
ষড়ভুজ
ষড়ভুজ বা ষষ্ঠভুজ ৬ ৰেখা খণ্ড থকা এক বহুভূজ।
-
সপ্তমী
সপ্তমী (Saptami, सप्तमी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ সপ্তম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ সপ্তমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ সপ্তম দিন।
-
১
১(এক) হ'ল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা। কোনো বস্তুৰ পৰিমাণ '১' হ'লে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। । ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা। অসমত ১ বুজাবলৈ অসমীয়া ভাষাৰ ১ আৰু আহোম ভাষাৰ 𑜱 বুজোৱা হয়।
-
১০ এপ্ৰিল
২০১৬ - কেৰালাৰ কোল্লম জিলাৰ পুত্তিলিঙ্গ মন্দিৰত জুই লগাৰ ফলত প্ৰায় ১১০জন মানুহৰ মৃত্যু ঘটিছিল, ৩০০ জনতকৈও বেছি মানুহ আহত হৈছিল। ১৭৭৫ - চেমুৱেল হ্যানিমেন, জাৰ্মান চিকিৎসক। ১৮৯৮ - আব্ৰাহাম থ'মাছ কুভুৰ, ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী। ১৯৪০ - ইভা আচাও, অসমীয়া অভিনেত্ৰী।
-
১০ মে'
১৯০১- বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে। ১৯৮১- মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়। ১৯৯৪- আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে। ১৯২৭ - নয়নতৰা চেহগল, ভাৰতীয় ইংৰাজী লেখিকা। ১৯৫৭ - উমাশ্ৰী, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
-
১১ মে'
১৯৯৮ - ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়। ১৯০৪ - চালভাড' ডালি, স্পেইনৰ চিত্ৰকৰ। ১৯১৮ - মৃণালিনী সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক। ১৯১৮ - ৰিচাৰ্ড ফাইনমেন, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। ১৯৪৩ - ৰেণুকা ৰবিন্দ্ৰন, ভাৰতীয় বিজ্ঞানী।
-
১২ এপ্ৰিল
১৯১৯ - ৰাওলাট আইনৰ প্ৰতিবাদত কলকাতা, লাহোৰ, বোম্বাই আৰু অমৃতসৰত বিক্ষোভ আৰম্ভ হয়। ১৯৬১ - বিশ্বৰ প্ৰথম মহাকাশচাৰী য়ুৰি গেগেৰিনে মহাশূন্যত পদাৰ্পণ কৰে। ১৪৮৪ - সংগ্ৰাম সিং, মেৱাৰৰ ৰাণা। ১৮০৭ - ইলাইজা হুইট্নি ব্ৰাউন, আমেৰিকান লেখিকা। ১৯১৭ - বিনু মানকড়, ভাৰতীয় ক্ৰিকেটাৰ।
-
১২ মাৰ্চ
১২ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৪টা দিন (অধিবৰ্ষত ২৯৫ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৩ জানুৱাৰী
১৩ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ত্ৰয়োদশ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫২টা দিন (অধিবৰ্ষত ৩৫৩টা দিন) বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
১৩ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৩ মাৰ্চ
১৯০৯ - সুমতী মোৰাৰজী, ভাৰতীয় ব্যৱসায়ী। ১৯১০ - আকিৰা কুৰোছাৱা, জাপানৰ চলচ্চিত্ৰ পৰিচালক। ১৯১৩ - মিনীমাতা, সৎনামী সমাজৰ গুৰুমাতা। ১৯৪৮ - অসীম বোথ্ৰা, অসমীয়া চলচ্চিত্ৰ কৰ্মী। ১৯৫৬ - দুৰ্গাময়ী বৰা, অসমীয়া গায়িকা। ১৯৮২ - নিম্ৰত কৌৰ, ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী।
-
১৪ জানুৱাৰী
১৪ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫১টা দিন (অধিবৰ্ষত ৩৫২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
১৫ ফেব্ৰুৱাৰী
১৫ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৯টা দিন (অধিবৰ্ষত ৩২০ দিন) বাকী থাকে।