স্বাধীনোত্তৰ ভাৰত
২০ প্ৰবন্ধ
-
ভাৰত-চীন যুদ্ধ
ভাৰত-চীন যুদ্ধ বা ভাৰত-চীন সীমা বিবাদ ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত সংঘটিত এখন যুদ্ধ। বিবাদেৰে আৱৰা হিমালয়ান সীমাই আছিল এই যুদ্ধৰ মূল কাৰণ। পিচে অন্য কিছু কাৰণো এই যুদ্ধৰ বাবে দায়ী। ভাৰতে দালাই লামাক সহযোগ কৰাৰ পাছত ১৯৫৯ চনত হিংসুক তিব্বতীয় আন্দোলন গঢ় লৈ উঠিছিল।
-
ভাৰতৰ বিভাজন
১৯৪৭ চনত ভাৰতৰ বিভাজনৰ জৰিয়তে ব্ৰিটিছ ভাৰতক দুখন স্বতন্ত্ৰ ডমিনিয়ন ৰাষ্ট্ৰ, ইউনিয়ন অৱ ইণ্ডিয়া আৰু ডমিনিয়ন অৱ পাকিস্তানত বিভক্ত কৰা হয়। ভাৰতীয় সংঘ ভাৰতীয় গণৰাজ্য, আৰু পাকিস্তানৰ আধিপত্য হৈছে ইছলামিক ৰিপাব্লিক অৱ পাকিস্তান আৰু পিপলছ ৰিপাব্লিক অৱ বাংলাদেশ।
-
ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰী
২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বিশ্বমাৰীৰ প্ৰথম ঘটনা ভাৰতত ৩০ জানুৱাৰী ২০২০ ত হৈছিল, ই চীনৰ পৰা আৰম্ভ হৈছিল। ১৩ এপ্ৰিল ২০২০ পৰ্যন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দেশত মুঠ ৯,১৫২টা সংক্ৰমণ, ৮৫৭জন আৰোগ্য, ১টা প্ৰৱজন আৰু ৩০৮জন মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰিছে।
-
মহাত্মা গান্ধীৰ হত্যাকাণ্ড
১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত (এতিয়া গান্ধী স্মৃতি) হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য, আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) এজন…
-
পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ, ২০১৯
১৪ ফেব্ৰুৱাৰী ২০১৯ত, জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাই পথত ভাৰতীয় সুৰক্ষা কৰ্মীক কঢ়িয়াই নিয়া বাহনৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন ভাৰতীয় কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কৰ্মী নিহত হয়।
-
ভাৰতত ক'ভিড-১৯ মহামাৰী লকডাউন
২০২০ চনৰ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে ২১ দিনৰ বাবে সমগ্ৰ দেশত লক্ডাউনৰ নিৰ্দেশ দিছিল আৰু ভাৰতত ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ প্ৰতিৰোধ কৰাৰ বাবে ১৩০ কোটি জনসংখ্যাৰ গতিবিধি সীমাবদ্ধ কৰিছিল।
-
ভূপাল দুৰ্ঘটনা
১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত ভাৰতৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত ইউনিয়ন কাৰ্বাইড কৰপৰেশন (UCC)-ৰ অধীনৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (UCIL; বৰ্তমানে এভাৰেডি ইণ্ডাণ্ট্ৰিজ লিমিটেড) নামৰ এটি কীটনাশক কাৰখানাত বহুলমাত্ৰাত হোৱা মিথাইল আইছ'চায়ানেট (MIC) বিষাক্ত গেছৰ নিৰ্গমনে ইয়াৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চলত এই…
-
যশৱন্ত সিং ৰাৱত
ৰাইফলমেন যশৱন্ত সিং ৰাৱত (Jaswant Singh Rawat), এমভিচি (১৯ আগষ্ট ১৯৪১ - ১৭ নৱেম্বৰ ১৯৬২) ভাৰতীয় সৈন্য বাহিনীৰ গাড়োৱাল ৰাইফলছৰ এজন সৈনিক আছিল যাক অৰুণাচল প্ৰদেশ, ভাৰতৰ নুৰানাঙত চীন-ভাৰত যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে মৰণোত্তৰভাৱে সন্মানীয় মহা বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
-
ভাৰতৰ ভুৱা বাতৰি
ভাৰতৰ ভুৱা বাতৰি (Fake news in India): দেশখনৰ যিবোৰ মিছা খবৰ আৰু অপপ্ৰচাৰ মানুহৰ মুখেমুখে, পৰম্পৰাগত মাধ্যমবোৰৰ যোগেদি বা শেহতীয়াকৈ ডিজিটেল মাধ্যমৰ বিভিন্ন ৰূপত, যেনে সম্পাদিত ভিডিঅ’, মিম, অপৰীক্ষিত বিজ্ঞাপন আৰু সামাজিক মাধ্যমত ৰতনা হোৱা গুজৱ আদিৰ যোগেদি বিয়পি পৰে, সেইবোৰেই ভাৰতৰ ভুৱা বাতৰি।
-
১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ
১৯৮৪ শিখ বিৰোধী সংঘৰ্ষ বা ১৯৮৪ শিখ গণহত্যা বুলিলে শিখ দেহৰক্ষীৰ দ্বাৰা হোৱা ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিশোধ পূৰবালৈ ভাৰতীয় শিখসকলৰ বিৰুদ্ধে চলোৱা শিখ বিৰোধী উন্মত্ত জনতা, মূলতঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যসকলে চলোৱা এলানি কাৰ্যসূচীকে বুজায়।
-
১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্প
১৯৬৭ চনৰ কৈনানগৰ ভূমিকম্পটো মহাৰাষ্ট্ৰৰ কৈনানগৰ চহৰৰ সমীপত সংঘটিত হৈছিল ১১ ডিচেম্বৰত। ভূমিকম্পটোৰ মান আছিল ৬.৬ আৰু প্ৰাৱল্য আছিল মাৰ্ক'লী প্ৰাৱল্য মাপনীত VIII (Severe).ভূমিকম্পটো কৈনা নদীবান্ধৰ সমীপত সংঘটিত হৈছিল আৰু ইয়াৰ কাৰণ বহুতে নদীবান্ধটো বুলিয়েই ক'ব খোজে।
-
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প
১৯৯৩ চনৰ লাটুৰ ভূমিকম্প ৩০ ছেপ্টেম্বৰ তাৰিখে স্থানীয় সময় অনুসৰি পুৱা ৩:৫৬ বজাত হৈছিল। ভূমিকম্পটোৱে মূলতে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ লাটুৰ আৰু ওচমানবাদ জিলাৰ ক্ষতি সাধন কৰিছিল। ৫২খন গাঁও ধ্বংস হৈছিল এই অন্তৰ্ফলকীয় ভূমিকম্পটোত।
-
আচল উত্তাড়ৰ যুদ্ধ
আচল উতাড়ৰ যুদ্ধ (Battle of Asal Uttar; आसल उत्ताड़, ਆਸਲ ਉਤਾੜ) হৈছে ১৯৬৫ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত হোৱা সকলোতকৈ বৃহৎ টেংক যু্দ্ধ। এই যুদ্ধখন ১৯৬৫ চনৰ ছেপ্টেম্বৰ মাহৰ ৮ তাৰিখৰ পৰা ১০ তাৰিখৰ মাজত হৈছিল, যেতিয়া পাকিস্তানী সেনা নিজৰ টেংক বাহিনী আৰু পদাতিক সৈন্যসহ ভাৰতীয় সীমাৰেখাৰ ভিতৰলৈ সোমাই…
-
দিল্লীৰ হোটেলৰ অগ্নিকাণ্ড
২০১৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৪.৩০ বজাত দিল্লী চহৰৰ কৰোল বাগ অঞ্চলৰ হোটেল অৰ্পিত পেলেচত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু কমেও ১৭জন লোকৰ মৃত্যু হয়। হোটেলখনৰ সকলো মহলাত জুই লাগিছিল; মানুহবোৰক ভৱনটোৰ পৰা জঁপিয়াই পৰা দেখা গৈছিল।
-
বিজন সেতু হত্যাকাণ্ড
বিজন সেতু হত্যাকাণ্ড ১৯৮২ চনৰ ৩০ এপ্ৰিলৰ দিনা পশ্চিমবংগৰ কলকাতাৰ ওচৰৰ বালিগঞ্জত সংঘটিত আনন্দমাৰ্গী ১৬ সন্ন্যাসী আৰু ১ গৰাকী সন্ন্যাসিনীৰ হত্যাকাণ্ডক সূচায়। দিনৰ পোহৰতে সংঘটিত হোৱা সত্ত্বেও এই ঘটনাৰ বাবে আজিলৈকে কাকো গ্ৰেপ্তাৰ কৰা নহ’ল।
-
শ্বীনা বৰা হত্যাকাণ্ড
শ্বীনা বৰা মুম্বাইস্থিত মুম্বাই মেট্ৰ' ওৱান নামৰ প্ৰতিষ্ঠানৰ এগৰাকী কাৰ্য্যবাহী বিষয়া আছিল আৰু তেওঁ এপ্ৰিল, ২০১২ চনৰ পৰা ৰহস্যজনক ভাৱে অন্তৰ্ধান হৈ আছে।
-
হাথৰসৰ দলবদ্ধ বলাৎকাৰ, ২০২০
হাথৰসৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা ২০২০ ৰ ১৪ ছেপ্তেম্বৰৰ দিনা সংঘটিত হয়। সেইদিনা উত্তৰ প্ৰদেশৰ হাথৰস জিলাত চাৰিজন উচ্চবৰ্ণৰ যুৱকে এজনী দলিত সম্প্ৰদায়ৰ ছোৱালীক বলাত্কাৰ কৰে। দুসপ্তাহ জুৰি জীৱন-মৃত্যুৰে যুঁজি অৱশেষত পীড়িতা ছোৱালীজনীয়ে দিল্লীৰ হাস্পাতালত মৃত্যুবৰণ কৰে।
-
১৯৭৪ চনৰ ভাৰতৰ বৰ আই মহামাৰী
১৯৭৪ চনৰ ভাৰতৰ বৰআই মহামাৰী (1974 smallpox epidemic of India) বিংশ শতিকাৰ ভয়ংকৰ মহামাৰীবোৰৰ ভিতৰত উল্লেখযোগ্য। ১৯৭৪ চনৰ জানুৱাৰী আৰু মে'ৰ ভিতৰত পোন্ধৰহাজাৰতকৈও অধিক ভাৰতীয় লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। মৃতকৰ হাৰ সৰ্বাধিক আছিল বিহাৰ, উৰিষ্যা আৰু পশ্চিমবংগত।
-
১৯৮০ মোৰাদাবাদ সংঘৰ্ষ
১৯৮০ চনৰ মোৰাদাবাদ সংঘৰ্ষই উত্তৰ প্ৰদেশৰ মোৰাদাবাদ নগৰত ১৯৮০ৰ আগষ্টৰ পৰা নবেম্বৰলৈ হোৱা হিংসাত্মক ঘটনাৰাজিক বুজায়। এই হিংসাত্মক ঘটনাৰাজি আংশিকৰূপে হিন্দু-মুছলমানৰ মাজত ঘটা সংঘাট আৰু আংশিকৰূপে আৰক্ষী আৰু মুছলমানৰ মাজত ঘটা সংঘাট আছিল।
-
ৰাজীৱ গান্ধী হত্যাকাণ্ড
ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৯১ ইং চনৰ ২১ মে তৰিখে দক্ষিণ ভাৰতৰ তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৩০ কি:মি: নিলগৰ এখন গাঁৱত শ্ৰীপেৰুম্বুদূৰ লোকসভা সমষ্টিৰ কংগ্ৰেচ প্ৰাৰ্থীৰ হৈ ভাগ লোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত এক আত্মঘাতী বোমা আক্ৰমণৰ দ্বাৰা হত্যা কৰা হয়।