অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পৰিধি

এডাল আৱদ্ধ বক্ৰৰেখাৰ সীমান্তৰ সমান দৈৰ্ঘ্যকে তাৰ পৰিধি (Circumference) বোলা হয়।

হালনাগাদ: ২৯ জুলাই ২০২৪ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

এডাল আৱদ্ধ বক্ৰৰেখাৰ সীমান্তৰ সমান দৈৰ্ঘ্যকে তাৰ পৰিধি (Circumference) বোলা হয়।

বৃত্তৰ পৰিধি

এটা বৃত্তৰ পৰিধি তাৰ ব্যাসৰ পৰা নিৰ্ণয় কৰা হয়:-

⟨c = \pi \cdot d⟩

অথবা, ব্যাসৰ পৰিবৰ্তে ব্যাসাৰ্ধৰ পৰাও পৰিধি নিৰ্ণয় কৰা যায়:

⟨c = 2\pi \cdot r⟩

১ হয়, তেনেহ’লে ইয়াৰ পৰিধি ২ পাইৰ সমান।]]

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জ্যামিতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিধি” প্ৰবন্ধৰ সংশোধন ৪২৭১৬২ (২৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।