অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১১ মে'

১৯৯৮ - ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়। ১৯০৪ - চালভাড' ডালি, স্পেইনৰ চিত্ৰকৰ। ১৯১৮ - মৃণালিনী সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক। ১৯১৮ - ৰিচাৰ্ড ফাইনমেন, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। ১৯৪৩ - ৰেণুকা ৰবিন্দ্ৰন, ভাৰতীয় বিজ্ঞানী।

হালনাগাদ: ৯ মে’ ২০২৩ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৯৮ - ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়।

জন্ম

মৃত্যু

  • ১৯৬৩ - হাৰ্বাট স্পেনছাৰ গাছাৰ, আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল।
  • ১৯৮১ - বব মাৰ্লি, জামাইকান গায়ক আৰু গীতিকাৰ।

দিৱস

  • ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (ভাৰত)।

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১১ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৫০৮২ (৯ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।