ষড়ভুজ বা ষষ্ঠভুজ ৬ ৰেখা খণ্ড থকা এক বহুভূজ।১
ষড়ভুজৰ ব্যৱহাৰ
- মৌ-মাখিৰ বাহ কেইবাটাও ষড়ভুজ লগ লগাই নিৰ্মাণ কৰা হয়। ই কম সামগ্ৰীৰে অধিক ক্ষেত্ৰফলৰ তল তৈয়াৰ কৰাত সহায় কৰে
- পেৰেলেল'গনেৰে টাইল কৰা হয়
- টাইল কৰা
তথ্যসূত্ৰ
- ↑ xobdo.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষড়ভুজ” প্ৰবন্ধৰ সংশোধন ২২৭৯৩৯ (১৫ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।