ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা:
| ৰাজ্য | নাম | বৈজ্ঞানিক নামকৰণ পদ্ধতি | চিত্ৰ |
|---|---|---|---|
| অন্ধ্ৰপ্ৰদেশ | কৃষ্ণসাৰ পহু | Antilope cervicapra | |
| অৰুণাচল প্ৰদেশ | মেঠোন (গয়াল) | Bos frontalis | |
| অসম | এশিঙীয়া গঁড় | Rhinoceros unicornis | |
| বিহাৰ | মেঠোন | Bos gaurus | |
| ছত্তীসগঢ় | বনৰীয়া ম’হ | B. bubalis arnee | |
| গোৱা | মেঠোন | Bos gaurus | |
| গুজৰাট | এছিয়ান সিংহ | Panthera leo persica | |
| হাৰিয়ানা | কৃষ্ণসাৰ পহু | Antilope cervicapra | |
| হিমাচল প্ৰদেশ | বৰফৰ বাঘ | Uncia uncia or Panthera uncia | |
| জম্মু আৰু কাশ্মীৰ | কাশ্মীৰী হেংগুল | Cervus elaphus hanglu | |
| ঝাৰখণ্ড | ভাৰতীয় হাতী | Elephas maximus indicus | |
| কৰ্ণাটক | ভাৰতীয় হাতী | Elephas maximus indicus | |
| কেৰালা | ভাৰতীয় হাতী | Elephas maximus indicus | |
| লাক্ষাদ্বীপ | পখিলা মাছ | Chaetodon decussatus | |
| মেঘালয় | ধূসৰ চিতা বাঘ | Neofelis nebulosa | |
| মধ্য প্ৰদেশ | দল-হৰিণা | Rucervus duvaucelii | |
| মহাৰাষ্ট্ৰ | এবিধ ভাৰতীয় কেৰ্কেটুৱা | Ratufa indica | |
| মণিপুৰ | ছাংগাই পহু | Cervus eldi eldi | |
| মিজোৰাম | গিবন বান্দৰ | Hoolock hoolock | |
| নাগালেণ্ড | মেঠোন | Bos gaurus | |
| ওড়িশা | শৰপহু১ | Rusa unicolor | |
| পুডুছেৰী | কেৰ্কেটুৱা | Sciuridae | |
| পঞ্জাব | কৃষ্ণসাৰ পহু | Antilope cervicapra | |
| ৰাজস্থান | চিংকাৰা পহু | Gazella bennettii | |
| ছিক্কিম | ৰঙা পাণ্ডা | Ailurus fulgens | |
| তামিলনাডু | নিলগিৰি তাহৰ | Nilgiritragus hylocrius | |
| ত্ৰিপুৰা | চশমা-চকুৱা বান্দৰ | Trachypithecus phayrei | |
| উত্তৰাখণ্ড | কস্তুৰী মৃগ | Artiodactyls, Genus: Moschus, Family: Moschidae | |
| উত্তৰ প্ৰদেশ | দল-হৰিণা | Rucervus duvaucelii | |
| পশ্চিমবংগ | ঢেঁকীয়া পতীয়া বাঘ | Panthera tigris bengalensis |
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৫০ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।