ঘটনাৱলী
- ১৯১৯ - ৰাওলাট আইনৰ প্ৰতিবাদত কলিকতা, লাহোৰ, মুম্বাই আৰু অমৃতসৰত বিক্ষোভ আৰম্ভ হয়।
- ১৯৬১ - বিশ্বৰ প্ৰথম মহাকাশচাৰী য়ুৰি গেগেৰিনে মহাশূন্যত পদাৰ্পণ কৰে।
জন্ম
- ১৪৮৪ - সংগ্ৰাম সিং, মেৱাৰৰ ৰাণা।
- ১৮০৭ - ইলাইজা হুইট্নি ব্ৰাউন, আমেৰিকান লেখিকা।
- ১৯১৭ - বিনু মানকড়, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৪৩ - সুমিত্ৰা মহাজন, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫০ - মনীষা হাজৰিকা, অসমীয়া কণ্ঠশিল্পী।
- ১৯৫৫ - গিলবাৰ্টছন চাংমা, ভাৰতীয় ফুটবলাৰ।
মৃত্যু
- ১৮৯২ - লম্বোদৰ বৰা, অসমীয়া লেখক।
- ১৯৬২ - মোক্ষগুণ্ডম বিশ্বেশ্বৰায়, ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক।
- ২০১০ - ৰবীন্দ্ৰনাথ উপাধ্যায়, ভাৰতীয় গান্ধীবাদী সমাজ সেৱক।
দিৱস
- শিশু দিৱস (বলিভিয়া)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫৩৭৪১ (১০ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।