অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৪ জানুৱাৰী

১৪ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫১টা দিন (অধিবৰ্ষত ৩৫২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

হালনাগাদ: ১৩ জানুৱাৰী ২০২৪ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

১৪ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫১টা দিন (অধিবৰ্ষত ৩৫২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

জন্ম

  • ১৮৭৫ - এলবাৰ্ট স্কোৱেটজাৰ, নোবেল বিজয়ী জাৰ্মানীৰ প্ৰখ্যাত চিকিৎসাবিদ।
  • ১৯০৫ - দুৰ্গা খোটে, ভাৰতীয় অভিনেত্ৰী।
  • ১৯২৬ - মহাশ্বেতা দেৱী, ভাৰতীয় বাঙালী সাহিত্যিক আৰু মানৱাধিকাৰ আন্দোলনকৰ্মী। (মৃ.২৮/০৭/২০১৬)
  • ১৯২৯ - শ্যামল মিত্ৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক।
  • ১৯৬৫ - সীমা বিশ্বাস, ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।

মৃত্যু

দিৱস

  • বিশ্ব যুক্তিবিজ্ঞান দিৱস (আন্তৰ্জাতিক)।
  • পতাকা দিৱস (জাৰ্জিয়া)।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৪ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০২১১৭ (১৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।