ঘটনাৱলী
- ২০১৬ - কেৰালাৰ কোল্লম জিলাৰ পুত্তিলিঙ্গ মন্দিৰত জুই লগাৰ ফলত প্ৰায় ১১০জন মানুহৰ মৃত্যু ঘটিছিল, ৩০০ জনতকৈও বেছি মানুহ আহত হৈছিল।
জন্ম
- ১৭৭৫ - চেমুৱেল হ্যানিমেন, জাৰ্মান চিকিৎসক।
- ১৮৯৮ - আব্ৰাহাম থ'মাছ কুভুৰ, ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী।
- ১৯৪০ - ইভা আচাও, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ১৪ জুন, ১৯৮৮)
- ১৯৭৪ - প্ৰদ্যুত বৰা, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৮৬ - আয়েশা টাকিয়া, বলিউডৰ অভিনেত্ৰী।
মৃত্যু
- ১৯৯৫ - মোৰাৰজী দেশাই, ভাৰতৰ ষষ্ঠ প্ৰধান মন্ত্ৰী।
- ১৯৯৭ - মেহতাব, ভাৰতীয় অভিনেত্ৰী।
- ২০১৭ - প্ৰদীপ শইকীয়া, অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক আৰু ঔপন্যাসিক। (জন্ম: ১৪ ছেপ্টেম্বৰ, ১৯৩৬)
- ২০১৯ - দ্ৰুপদ বৰগোহাঁই, ভাৰতীয় ৰাজনীতিবিদ।
দিৱস
- আন্তৰ্জাতিক ভাতৃ-ভগ্নী দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১০ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫৩৪৩৯ (৮ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।