দেশৰ তালিকা
১৮ প্ৰবন্ধ
-
সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকা
এইখন সাৰ্বভৌম ৰাষ্ট্ৰৰ তালিকাত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ এক আভাস দিয়া হৈছে আৰু ইয়াৰ সাৰ্বভৌমত্বৰ অৱস্থা আৰু স্বীকৃতিৰ তথ্য দিয়া হৈছে। তালিকাখনত ২০৬ টা প্ৰৱেশ পত্ৰ আছে। ৰাজ্যসমূহক দুটা সুকীয়া পদ্ধতি ব্যৱহাৰ কৰি বিভক্ত কৰা হৈছে:
-
জনসংখ্যা বৃদ্ধিৰ হাৰ অনুসৰি দেশসমূহৰ তালিকা
This article includes three lists of countries and self-governing dependent territories by Population growth rate. The first list is based on the estimates taken from the 2006 edition of the United Nations World Population Prospects report.
-
২০০০ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা
এই তালিকাখন ২০০০ চনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আনুমানিকভাৱে প্ৰস্তুত কৰা হৈছে। সাম্প্ৰতিক কালৰ আনুমানিক তথ্যৰ বাবে চাওক জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা এইখন ২০০০ চনৰ জনসংখ্যাৰ তালিকা। এই তালিকা খনত ২০০ চনৰ ঠিক আৰম্ভণিৰ সময়ৰ পৃথিৱীৰ বিভিন্ন দেশৰ জনসংখ্যাৰ তথ্য সমূহ সন্নিৱিষ্ট কৰা হৈছে।
-
২০০৫ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা
এইখন ২০০৫ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা। সাম্প্ৰতিক কালৰ তথ্যৰ বাবে জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা চাওক। এইখন স্বাধীন ৰাষ্ট্ৰসমূহ, আন ৰাষ্ট্ৰৰ অধীনৰ অঞ্চল আৰু বিশেষ প্ৰশাসনীয় অঞ্চলসমূহৰ জনসংখ্যাৰ তালিকা, ১ জুলাই, ২০০৫ চনৰ মতে (সংখ্যাসমূহ ১০০০ লৈ মোটামুটি কৰা হৈছে)।
-
আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা
আন্তৰ্জাতিক অলিম্পিক কমিটি (International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়।
-
ফিফাত দেশসমূহৰ সংকেতৰ তালিকা
ফিফা (FIFA)ত অংশগ্ৰহণ কৰা সদস্য বা অ-সদস্য দেশসমূহৰ বাবে তিনিটা আখৰৰ দেশীয় সংকেত (country code বা trigramme / trigram)থাকে| These are the official codes used by FIFA and its continental confederations (AFC, CAF, CONCACAF, CONMEBOL, OFC and UEFA) as name abbreviations of countries and dependent…
-
মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকা
এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপ'ৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে।
-
এছিয়াৰ ৰাষ্ট্ৰসমূহৰ তালিকা
নিম্নোলিখিত ৪৯খন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য. {| ! পতাকা !! মানচিত্ৰ !! ইংৰাজী নাম !! স্থানীয় নাম !! জনসংখ্যা !! মাটিকালি |- | ||
-
দেশ অনুসাৰে কয়লা
এই প্ৰৱন্ধত দেশ অনুসাৰে কয়লা খনি আৰু কয়লা উৎপাদনৰ তালিকা দিয়া হৈছে। সকলো তথ্য ব্ৰিটিছ পেট্ৰ'লিয়ামৰ পৰা লোৱা হৈছে। কয়লা খনিৰ তালিকাখনত সকলো ধৰণৰ কয়লাকে ধৰা হৈছে আৰু বিশ্বৰ মুঠ কয়লাখনিৰ ০.১% কয়লা খনি থকা দেশসমূহক অন্তৰ্ভূক্ত কৰা হৈছে।
-
প্ৰত্যাশিত জীৱন দৈৰ্ঘ্যৰ আধাৰত দেশৰ তালিকা
প্ৰত্যাশিত জীৱন দৈৰ্ঘ্য 'ল কোনো ঠাইত জন্ম লওতে এজন ব্যক্তিৰ আশা কৰিব পৰা জীৱনৰ দৈৰ্ঘ্য, যি দেশখনত জন্মা সকলো লোকৰ জীৱন দৈৰ্ঘ্যৰ গড়, যদি জীৱনৰ দৈৰ্ঘ্য ভৱিষ্যতেও একেই থাকে। ২০১৫ত প্ৰকাশিত তালিকা।
-
বাহন চালনৰ বয়সৰ নিম্ন সীমাৰ আধাৰত দেশৰ তালিকা
এই তালিকাত মটৰযুক্ত বাহন চালন কৰাৰ নিম্নতম আইনসন্মত বয়স লেখত লোৱা হৈছে-- ভৰ ৩৫০০ কিলোগ্ৰমতকৈ অধিক হ'ব নালাগিব আৰু ড্ৰাইভাৰৰ বাদে আন ৮জনতকৈ অধিক লোকে যাত্ৰা কৰিব পৰা বাহন লেখত লোৱা হোৱা নাই।
-
বিশ্ব পৰ্যটন মূল্যাংকণ
ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই (UNWTO) তেওঁলোকৰ বিশ্ব পৰ্যটন বেৰোমিটাৰ প্ৰকাশনৰ অংশ হিচাপে "বিশ্ব পৰ্যটন মূল্যাংকণ" সম্পাদনা কৰে, ই বছেৰেকত তিনিবাৰ প্ৰকাশ পায়।
-
মাটিকালি অনুসৰি দেশসমূহৰ তালিকা (ভৌগোলিক)
এই তালিকাখনত বিশ্বৰ কেইখনমান দেশৰ মাটিকালি (ৰৈখিক চিত্ৰ)ৰ তালিকা। ১,০০,০০০ বৰ্গ কিঃমিঃতকৈ অধিক মাটিকালিৰ দেশসমূহ সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে। ইয়াৰ উপৰিও গেৰুৱা ৰঙেৰে সাৰ্বভৌম নোহোৱা অঞ্চলসমূহ সমূহ দেখুওৱা হৈছে (তুলনা কৰিবৰ বাবে)। মাটিকালিৰ ভিতৰত আভ্যন্তৰীণ জলভাগ (হ্ৰদ, নদী) অন্তৰ্ভূক্ত কৰা হৈছে।
-
মুঠ ঘৰুৱা উৎপাদন অনুসৰি এছিয়াৰ দেশসমূহ
এই তালিকাখন ২০১০ চনত এছিয়াৰ দেশসমূহৰ মুঠ ঘৰুৱা উৎপাদন (Gross domestic product) অনুসৰি বজাৰ অথবা চৰকাৰী বিনিময় হাৰৰ (nominal GDP) আৰু PPP map-ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। তথ্য সমূহ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (International Monetary Fund)-ৰ ২০১০ চনৰ এপ্ৰিল মাহৰ তথ্যৰ পৰা আহৰণ কৰা হৈছে।
-
লিংগ অনুপাত অনুসৰি দেশৰ তালিকা
জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।
-
সম্পদৰ বিতৰণৰ আধাৰত দেশসমূহৰ তালিকা
এয়া সম্পদৰ বিতৰণৰ আধাৰত দেশসমূহৰ তালিকা। , গিনি সহগক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকা 'আয়ৰ সমতা'ৰ ওপৰত আধাৰিত নহয়, 'সম্পদৰ সমতা'ৰ ওপৰতহে আধাৰিত। গিনি সহগে অসমতা প্ৰদৰ্শন কৰে। গিনি সহগ ০ৰপৰা ১লৈকে থাকে। অধিক গিনি সহগে অধিক অসমতা বুজাই।
-
সামৰিক আৰু অৰ্ধসামৰিক ক্ষেত্ৰত নিযুক্ত ব্যক্তিৰ সংখ্যা অনুসৰি দেশৰ তালিকা
এয়া সামৰিক আৰু অৰ্ধসামৰিক ক্ষেত্ৰত নিযুক্ত ব্যক্তিৰ সংখ্যা অনুসৰি দেশৰ তালিকা। এই তালিকাত চৰকাৰে আভ্যন্তৰীন আৰু বাহ্যিক নীতিৰ বাবে নিযুক্ত কৰা ব্যক্তি সকল গণ্য কৰা হৈছে। ইয়াত "দেশ" শব্দই এখন সাৰ্বভৌম বা অলপ স্বীকৃতি থকা ৰাজ্য বুজাই।
-
১৯০০ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা
এই তালিকাখন ১৯০০ চনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আনুমানিকভাৱে প্ৰস্তুত কৰা হৈছে। সাম্প্ৰতিক কালৰ আনুমানিক তথ্যৰ বাবে জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা চাওক। এই তালিকা খনত ১৯০০ চনৰ আৰম্ভনিত পৃথিৱীৰ বিভিন্ন দেশৰ জনসংখ্যাৰ তথ্য সমূহ সন্নিৱিষ্ট কৰা হৈছে।