অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১

১(এক) হ'ল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা। কোনো বস্তুৰ পৰিমাণ '১' হ'লে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। । ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা। অসমত ১ বুজাবলৈ অসমীয়া ভাষাৰ ১ আৰু আহোম ভাষাৰ 𑜱 বুজোৱা হয়।

হালনাগাদ: ৫ মে’ ২০২৬ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

১(এক) হ'ল এটা বুজোৱা সংখ্যা বা দুইতকৈ সৰু গোটা সংখ্যা।১ কোনো বস্তুৰ পৰিমাণ '১' হ'লে, ই বস্তুটো অকলশৰীয়া, সম্পূৰ্ণ বুজায়। ২। ই আতাইতকৈ সৰু স্বাভাৱিক সংখ্যা। অসমত ১ বুজাবলৈ অসমীয়া ভাষাৰ ১ আৰু আহোম ভাষাৰ 𑜱 বুজোৱা হয়।

১ৰ যুগাত্মক প্ৰতিলোম

১ৰ যুগাত্মক প্ৰতিলোম, বা যি সংখ্যাৰে ১ক যোগ কৰিলে 'শূন্য' পোৱা যায়, হ'ল '-১'। ৩ ১ +(-১) = ১ - ১ = ০।

গুণক পৰিচয় বৈশিষ্ট্য

গুণক পৰিচয় মানে, যদি কোনো সংখ্যাক '১'ৰে পুৰণ কৰা হয়, তেতিয়া সেই সংখ্যাৰ পৰিচয় সলনি নহয়, অৰ্থাৎ উত্তৰত সেই সংখ্যাকেই পোৱা যায়। ৪ যেনে, ১ × ৫ = ৫, ১ × ২২.২৩৫ = ২২.২৩৫ আদি।

১ৰ গুণনীয়ক

১ৰ এটাই মাত্ৰ গুণনীয়ক আছে, '১' নিজেই।৫ অৰ্থাৎ এক মৌলিক সংখ্যাও নহয়, আৰু যৌগিক সংখ্যাও নহয়।৬

তথ্য সংগ্ৰহ

  1. www.coolmathgamesrun.co/run-3/

তথ্যসূত্ৰ

  1. ↑ xobdo.org search result(click Description)
  2. ↑ dictionary.reference.com/browse/one
  3. ↑ www.studyzone.org/mtestprep/math8/e/add_inv6l.cf "1 + -1 = 0"
  4. ↑ আৰ্কাইভ কপি
  5. ↑ factorzone.tripod.com/1-50.htm{{Dead link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
  6. ↑ www.aaamath.com/fra63ax2.htm

সম্পৰ্কিত শ্ৰেণী

সংখ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১” প্ৰবন্ধৰ সংশোধন ৬০৪৬০৭ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।