বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
৩
৩ ২ৰ পিছৰ আৰু ৪ৰ আগৰ স্বাভাৱিক সংখ্যা। ৩ৰ গুণনীয়ক ১ আৰু ৩, ই এক মৌলিক সংখ্যা।
-
৩ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩ মাৰ্চ
৩ মাৰ্চ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬১ তম (অধিবৰ্ষত ৬২ তম) দিন।
-
৩০ অক্টোবৰ
১৯৫১ - দীপক ধৰ, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী। ১৯৬০ - ডিয়েগ' মাৰাড'না, আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ। ১৯৬১ - ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ, ৰাছিয়ান সাংবাদিক। ১৯৬২ - বি. ভি. নাগৰত্না, ভাৰতীয় ন্যায়াধীশ।
-
৩০ এপ্ৰিল
১৭৭৭ - কাৰ্ল ফ্ৰিডৰিখ গাউছ, জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী। ১৮৭০ - দাদাচাহেব ফাল্কে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। ১৯১৬ - ক্লড শ্বেনন, আমেৰিকান গণিতজ্ঞ। ১৯২৭ - ফাটিমা বিবি, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। ১৯৩৭ - দিলীপ কুমাৰ দত্ত, অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক।
-
৩০ জানুৱাৰী
৩০ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৫ দিন (অধিবৰ্ষত ৩৩৬ দিন) বাকী থাকে।
-
৩০ মাৰ্চ
১৭৪৬ - ফ্ৰান্সিছক' গয়া, স্পেনিছ চিত্ৰকৰ (মৃত্যু: ১৮২৮)। ১৮৪৪ - পল ভেৰ্লেন, ফৰাচী কবি (মৃত্যু: ১৮৯৬)। ১৮৫৩ - ভিনচেণ্ট ভেন গঘ, ওলন্দাজ চিত্ৰশিল্পী। ১৯০৮ - দেৱিকা ৰাণী, ভাৰতীয় অভিনেত্ৰী। ১৯০৯ - ললিথাম্বিকা অন্তৰ্জনাম, ভাৰতীয় লেখিকা আৰু সমাজ সংস্কাৰক।
-
৩১ জানুৱাৰী
৩১ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন (অধিবৰ্ষত ৩৩৫ দিন) বাকী থাকে।
-
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 39, চমুকৈ NH 39) অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৩৬ কিঃমিঃ (২৭১ মাইল)।
-
৪
৪ ৩ৰ পিছৰ আৰু ৫ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১, ২ আৰু ৪, ই এক যৌগিক সংখ্যা।
-
৫
৫ ৪ৰ পিছৰ আৰু ৬ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১ আৰু ৫, ই এক মৌলিক সংখ্যা।
-
৫ ফেব্ৰুৱাৰী
৫ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৯টা দিন (অধিবৰ্ষত ৩৩০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৬
৬ ৫ৰ পিছৰ আৰু ৭ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১, ২, ৩ আৰু ৬, ই এক যৌগিক সংখ্যা।
-
৬ ফেব্ৰুৱাৰী
৬ ফেব্ৰুৱাৰী (ইংৰাজী: 6 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৮টা দিন (অধিবৰ্ষত ৩২৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৭
৭ ৬ৰ পিছৰ আৰু ৮ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১ আৰু ৭, ই এক মৌলিক সংখ্যা।
-
৮
৮ ৭ৰ পিছৰ আৰু ৯ৰ আগৰ স্বাভাৱিক সংখ্যা। এই সংখ্যাৰ গুণনীয়ক ১, ২, ৪ আৰু ৮, ই এক যৌগিক সংখ্যা।
-
৮ এপ্ৰিল
১৯৫০ - ভাৰত আৰু পাকিস্তানৰ মাজত 'লিয়াকত-নেহৰু' চুক্তি স্বাক্ষৰিত হয়। ১৯৬২ - পাৰস্য উপসাগৰত ব্ৰিটিছ জাহাজত বোমা বিস্ফোৰণ হহৈ প্ৰায় ২৩৬জন নিহত হয়। ১৯৩৮ - কফি আন্নান, ঘানাৰ কূটনীতিবিদ আৰু ৰাষ্ট্ৰসংঘৰ সপ্তম মহাসচিব। (মৃ. ২০১৮) ১৯৭৯ - অমিত ত্ৰিবেদী, ভাৰতীয় সংগীত পৰিচালক।
-
৮ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৮ ফেব্ৰুৱাৰী
৮ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৮ মাৰ্চ
১৯৭৫ - ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। ১৮৯৩ - ৰাজবালা দাস, অসমীয়া শিক্ষাবিদ। ১৯০৮ - লোকনাথ বল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯১৬ - অন্নপূৰ্ণা গোস্বামী, ভাৰতীয় সাহিত্যিক। ১৯৫৩ - বসুন্ধৰা ৰাজে, ভাৰতীয় ৰাজনীতিবিদ। ১৯৫৮ - যোগেশ্বৰ বৰুৱা, ভাৰতৰ মুক্তি যুঁজাৰু।
-
৮ মে'
১৯৪৫ - মিত্ৰশক্তিৰ ওচৰত জাৰ্মনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ১৯৯৬ - দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন কৰা হয়। ১৮২৮ - হেনৰী ডুনাণ্ট, ৰেড ক্ৰছৰ জন্মদাতা। ১৯১৬ - ৰমানন্দ সেনগুপ্তা, ভাৰতীয় চলচ্চিত্ৰ কৰ্মী। ১৯২৯ - গিৰিজা দেৱী, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
-
৯
৯ (ন) ৮ৰ পিছৰ আৰু ১০ৰ আগৰ স্বাভাৱিক সংখ্যা
-
অংকুশ
অংকুশ বা লাংচিং বা বুলহুক মাউতে হাতী চম্ভালিবলৈ আৰু প্ৰশিক্ষণ দিয়াত ব্যৱহাৰ কৰা সঁজুলি। হাতী পোহ মনাবলৈ ব্যৱহাৰ কৰা অংকুশ বা বুলহুকৰ জোঙা আগটোৰ সহায়ত হাতীটোৰ মূৰত খুচি আঘাত কৰিব পৰা যায় যদিহে হাতীটোৱে ওচৰৰ মানুহক আক্ৰমণ কৰে, যাৰ ফলত আৰোহী আৰু দৰ্শকৰ আঘাত বা মৃত্যুৰ আশংকা হ’ব পাৰে।
-
অক্সিন
অক্সিন (ইংৰাজী: Auxin) উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা এক শ্ৰেণীৰ হৰম'ন। সাধাৰণতে ই গছৰ আগলি অংশত থাকে। অক্সিনে ঘাইকৈ গছৰ বৃদ্ধিৰ পৰিমাণ, ধৰণ আৰু দিশ নিৰূপন কৰে। সামান্য পৰিমাণৰ অক্সিন ব্যৱহাৰ কৰি উদ্ভিদ-জীৱকোষৰ বৃদ্ধি ঘটাব পাৰি। খেতি পথাৰৰ অপতৃণ ধ্বংসৰ বাবেও অক্সিনৰ ব্যৱহাৰ আছে।
-
উৎপাদক
উৎপাদক বুলিলে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে: * উৎপাদক (গণিত), যিকোনো সংখ্যাৰ উপাদান উৎপাদক (জীৱবিদ্যা), খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল নহৈ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পৰা জীৱ (উদ্ভিদ) উৎপাদক (অৰ্থনীতি), যিকোনো সামগ্ৰী উৎপাদন কৰোঁতা
-
ঋণাত্মক অখণ্ড সংখ্যা
মূল প্ৰবন্ধ: অখণ্ড সংখ্যা'ঋণাত্মক অখণ্ড সংখ্যা হৈছে স্বাভাৱিক সংখ্যা, শূন্য আৰু স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা। এই অখণ্ড সংখ্যা বোৰ মূলত ধনাত্মক বা ঋণাত্মক। গণিতৰ পৃথিৱী খনত ঋণাত্মক সংখ্যা বোৰ একো একোটা বাস্তৱ সংখ্যাই, যাৰ মান শূন্যতাতকৈ কম।
-
কন্ৱ
কন্ব ত্ৰেতাযুগৰ এজন প্ৰাচীন হিন্দু ঋষি আছিল। তেওঁ ঋগবেদৰ কিছুমান গীত লিখিছিল বুলি কোৱা হৈছে। তেওঁ অংগিৰসসকলৰ অন্যতম আছিল। তেওঁক ঘোৰাৰ পুত্ৰ বুলি কোৱা হৈছে যদিও এই বংশ “প্ৰগথা কন্ব’’ৰ, পৰৱৰ্তী যি বহুতো কন্ৱ আছিল।
-
কুৎস
কুৎস ঋগবেদত উল্লেখ থকা এক বীৰোচিত ব্যক্তিত্ব।
-
কৃষ্ণ পক্ষ
চান্দ্ৰমাহৰ ৩০দিনত ১৫ দিনকৈ মুঠ দুটা পক্ষ থাকে। পূৰ্ণিমাৰ পিছৰ দিনটোৰপৰা জোনৰ আকাৰ পৃথিৱীৰপৰা দেখাত ক্ৰমে সৰু হ'বলৈ ধৰে। এই আকাৰ কৰ্মান্বয়ে হ্ৰাস হৈ গৈ গৈ অৱশেষত ১৫ দিনৰ দিনা পৃথিৱীৰ পৰা সম্পূৰ্ণকৈ দিনত আৰু ৰাতিও সাধাৰণ দৃষ্টিৰে দেখা নোপোৱা হয়। এই পোন্ধৰ দিনৰ সময়চোৱাক কৃষ্ণ পক্ষ বুলি কোৱা হয়।
-
খিলেৰিহাট
খিলেৰিহাট (Khliehriat) হৈছে ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যালয়, যিখন জিলা জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছিল। জিলাখনত দুটা খিলেৰিহাট আৰু চাইপুং community and rural development block আছে৷