বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৱাং হাওজে
ৱাং হাওজে (চীনা: 王浩泽; জন্ম: মাৰ্চ ১৯৯০) এগৰাকী চীনা বিমান-মহাকাশ অভিযন্তা আৰু মহাকাশচাৰী। তেওঁ শ্বেনঝৌ ১৯ মিছনৰ অন্যতম ক্ৰু সদস্য হিচাপে মহাকাশলৈ যোৱা চীনৰ তৃতীয়গৰাকী মহিলা মহাকাশচাৰী আৰু প্ৰথমগৰাকী মহিলা মহাকাশ উৰণ অভিযন্তা।
-
ৱাজিদ খান
ৱাজিদ খান বুলিলে তলৰ পৃষ্ঠাসমূহ বুজাব পাৰে: ৱাজিদ খান (শিল্পী), ভাৰতীয় চিত্ৰকৰ তথা ভাস্কৰ্য-শিল্পী ৱাজিদ খান, ভাৰতীয় সংগীত পৰিচালক যুটী ছাজিদ-ৱাজিদৰ এজন
-
ৱিকিকনফাৰেন্স ইণ্ডিয়া
ৱিকি সন্মিলন ভাৰত বা ৱিকিকনফাৰেন্স ইণ্ডিয়া (Wikiconference India) চমুকৈ WCI হৈছে ভাৰতত আয়োজিত এখন ৰাষ্ট্ৰীয় ৱিকিপিডিয়া সন্মিলন। প্ৰথম ৱিকি সন্মিলন ভাৰত ২০১১ চনৰ নৱেম্বৰ মাহত, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী মুম্বাইত অনুষ্ঠিত হৈছিল।
-
৺
৺ (স্বৰ্গীয়) এটা চিহ্ন, যিটো চিহ্ন সাধাৰণতে হিন্দু ধৰ্মৰ ক্ষেত্ৰত মৃত ব্যক্তিৰ নামৰ আগত বা দেৱতাৰ নামৰ আগত ব্যৱহাৰ কৰা হয়। এই চিহ্নটো দেখাত ঁ (চন্দ্ৰবিন্দু)ৰ দৰে যদিও, দুয়োটাৰ মাজত পাৰ্থক্য আছে। ৺ (স্বৰ্গীয়) চিহ্নটো ঁ (চন্দ্ৰবিন্দু)তকৈ ডাঙৰ হয়। বাংলা ভাষাত এই চিহ্নটোক ঈশ্বৰ চিহ্ন বুলি কোৱা হয়।