অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বিন্দু

বিন্দু এটি আকৃতি যাৰ দৈৰ্ঘ্য, বহলতা আৰু উচ্চতা নাই৷ বিন্দু ইউক্লিডিয়ান জ্যামিতিৰ প্ৰাথমিক তত্ত্ব, অৰ্থাৎ বিন্দুক তাতকৈ অধিক প্ৰাথমিক বস্তুৰে সংজ্ঞায়িত কৰিব পৰা নাযায়৷

হালনাগাদ: ২৩ জুন ২০২০ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

বিন্দু এটি আকৃতি যাৰ দৈৰ্ঘ্য, বহলতা আৰু উচ্চতা নাই৷১ বিন্দু ইউক্লিডিয়ান জ্যামিতিৰ প্ৰাথমিক তত্ত্ব, অৰ্থাৎ বিন্দুক তাতকৈ অধিক প্ৰাথমিক বস্তুৰে সংজ্ঞায়িত কৰিব পৰা নাযায়৷

ইউক্লিডিয়ান জ্যামিতিত কাৰ্টেচিয়ান সমতলত বিন্দু

কাৰ্টেচিয়ান সমতলত দুই ৰেখা XX' আৰু YY' (পৰম্পৰাগত নাম) ৯০ ডিগ্ৰীত (০,০)ত খণ্ডিত কৰে৷ এই সমতল অসীম সংখ্যক বিন্দুৰে গঠিত৷ এই সমতলত প্ৰতি ৰেখাত, আৰু ৰেখাৰ কোনো অংশতো অসংখ্য বিন্দু থাকে৷

তথ্যসূত্ৰ

  1. ↑ xobdo.org

সম্পৰ্কিত শ্ৰেণী

জ্যামিতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিন্দু” প্ৰবন্ধৰ সংশোধন ২৩৯৫০১ (২৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।