অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পানভেল

পানভেল ভাৰতৰ মহাৰাষ্ট্ৰৰ ৰায়গদ জিলাৰ এখন চহৰ আৰু তালুকা। মুম্বাইৰ ওচৰত থকাৰ বাবে ইয়াৰ জনবসতি অত্যধিক। মুম্বাই মহানগৰ অঞ্চলৰ সংস্থাটোৱেও উন্নয়নৰ উদ্দেশ্যে পানভেল পৰিচালিত কৰে। পানভেল পৌৰ নিগম হৈছে ৰায়গড়ৰ প্ৰথম পৌৰ নিগম আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ ২৭ নং পৌৰ নিগম।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

পানভেল ভাৰতৰ মহাৰাষ্ট্ৰৰ ৰায়গদ জিলাৰ এখন চহৰ আৰু তালুকা। মুম্বাইৰ ওচৰত থকাৰ বাবে ইয়াৰ জনবসতি অত্যধিক। মুম্বাই মহানগৰ অঞ্চলৰ সংস্থাটোৱেও উন্নয়নৰ উদ্দেশ্যে পানভেল পৰিচালিত কৰে। পানভেল পৌৰ নিগম হৈছে ৰায়গড়ৰ প্ৰথম পৌৰ নিগম আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ ২৭ নং পৌৰ নিগম।১

ভূগোল

পানভেল ৰায়গড় জিলাৰ এখন চহৰ। পশ্চিমৰ পৰা ৰায়গদত প্ৰৱেশ কৰিলে পানভেল প্ৰথম নগৰ হোৱাৰ বাবে ইয়াক ৰায়গদৰ দুৱাৰ বুলিও কোৱা হয়। ইয়াৰ উপৰিও ই জিলাখনৰ অন্যতম জনবহুল আৰু উন্নত চহৰ। পানভেল গাধি নদীৰ পাৰত অৱস্থিত যিখন আৰব সাগৰলৈকে বৈ গৈছে আৰু সংযোগ কৰিছে। ইয়াৰ চাৰিওফালেও দুফালে পাহাৰেৰে আগুৰি আছে।

তথ্যসূত্ৰ

  1. ↑ (October 2016). Panvel becomes first municipal corporation in Raigad district

সম্পৰ্কিত শ্ৰেণী

মহাৰাষ্ট্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানভেল” প্ৰবন্ধৰ সংশোধন ৫২৭৫৯২ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।