জুন
১৭ প্ৰবন্ধ
-
জুন
জুন হৈছে গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ ষষ্ঠ মাহ। ইয়াৰ দৈৰ্ঘ্য ৩০ দিন। এই মাহটো উত্তৰ গোলাৰ্ধত গ্ৰীষ্ম ঋতুৰ আৰম্ভণি চিহ্নিত কৰে আৰু ইয়াত গ্ৰীষ্মকালীন অয়নান্ত সংঘটিত হয়, যি দিনটোত সকলোতকৈ বেছিকৈ পোহৰৰ সময় থাকে।
-
১ জুন
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১০ জুন
১২৪৬ - নাছিৰুদ্দিন মহম্মদ শ্বাহ দিল্লীৰ প্ৰথম শাসক হয়। ১৬১০ - গেলিলিঅ’ গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি বা চক্ৰ আৱিষ্কাৰ কৰিছিল। ১৬২৪ - হলেণ্ড আৰু ফ্ৰান্সৰ মাজত স্পেনিছ বিৰোধী চুক্তি স্বাক্ষৰিত হয়। ১৭৫২- বেঞ্জামিন ফ্ৰেংকলিনে চিলা উৰুৱাই বজ্ৰ বা বিজুলীৰ পৰা বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছিল।
-
১১ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
-
১২ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
-
১৪ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
-
১৫ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
-
২ জুন
"জুন" শব্দটো লেটিন ভাষাৰ "জুনিয়াছ" শব্দৰ পৰা আহিছে, যিটো ৰোমান যৌৱনৰ দেৱতাৰ নাম আছিল। জুন মাহটোক প্ৰথমে জুনিয়ছ বুলি কোৱা হৈছিল, যাৰ অৰ্থ লেটিন ভাষাত "যুৱক" বা "যুৱক"। কিন্তু খ্ৰীষ্টপূৰ্ব ৪৪ চনত ৰোমান দেৱতাৰ সন্মানত ইয়াৰ নাম জুন লৈ সলনি কৰা হয়।
-
২১ জুন
জন্ম মৃগেন শৰণীয়া
-
৫ জুন
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৩ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
-
১৭ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
১৮ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:
-
১৯ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
৮ জুন
১৯৩৬ - ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ কৰা হয়। ১৯৪৮ - ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।
-
১৬ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:
-
৭ জুন
১৯৬৩ - প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং। ১৯৭২ - অসম বিধানসভাৰ অধিৱেশনত শ্বিলঙৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।