বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
১৫ মাৰ্চ
১৫ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৪তম (অধিবৰ্ষত ৭৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯১ টা দিন বাকী থাকে৷
-
১৫ মে'
১৭৭৬ - প্ৰথম বাষ্প চালিত বা ভাপ ইঞ্জিন চালিত জাহাজ বনোৱা হৈছিল। ১৮১৭ - দেৱেন্দ্ৰনাথ ঠাকুৰ, ভাৰতীয় দাৰ্শনিক আৰু লেখক। ১৮৯৩ - লক্ষ্মীনাথ দাস, অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক। ১৯০৭ - সুখদেৱ থাপাৰ, ভাৰতীয় মুক্তিযোদ্ধা। (মৃত্য়ুঃ ১৯৩১) ১৯৬৭ - মাধুৰী দীক্ষিত, ভাৰতীয় বোলছবি অভিনেত্ৰী।
-
১৬ মে'
১৯১১ - কলকাতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। ১৯২৯ - অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়। ১৯৭৫ - ছিকিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
-
১৭ মাৰ্চ
১৯০৯ - ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ, ভাৰতীয় শিক্ষাবিদ। ১৯৩২ - নিৰুপমা বৰগোহাঞি, অসমীয়া সাহিত্যিক। ১৯৬২ - কল্পনা চাওলা, ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী। ১৯৭৫ - পুনিত ৰাজকুমাৰ, ভাৰতীয় অভিনেতা। ১৯৯০ - ছাইনা নেহৱাল, ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১৮৬০ - বালকদাস, ভাৰতীয় সমাজ সংস্কাৰক।
-
১৯৮৭ চন
১৯৮৭ আছিল গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এটা সাধাৰণ বছৰ।
-
২
২ হ'ল ১ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যা।
-
২ মে'
১৯২০ - বসন্তৰাও দেশপাণ্ডে, ভাৰতীয় গায়ক আৰু চিতাৰ বাদক। ১৯২১ - সত্যজিৎ ৰায়, ভাৰতীয় সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯২৮ - মায়া ৰাও, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী। ১৯৫৯ - সৌম্যা স্বামীনাথন, ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ। ১৯৬৯ - ব্ৰায়ান লাৰা, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
-
২০ অক্টোবৰ
১৫৬৮ - মোগল সম্ৰাট আকবৰৰ চিতোৰ গড় আক্ৰমণ। ১৭৭৪ - কলিকতাক ভাৰতৰ ৰাজধানী ঘোষণা কৰা হৈছিল। ১৯০৪ - চিলী আৰু বলভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তিত সাক্ষৰ কৰিছিল। ১৯৬২ - চীনে ভাৰত আক্ৰমণ কৰিছিল। ১৯৩০ - লীলা শেঠ, ভাৰতীয় ন্যায়াধীশ। ১৯৫৭ - কুমাৰ চানু, ভাৰতীয় নেপথ্য গায়ক।
-
২০ এপ্ৰিল
১৭৭০ চনৰ আজিৰ এই দিনটোত কেপ্টেইন কুকে অষ্ট্ৰেলিয়া আৱিষ্কাৰ কৰে। ১৮৮৯ - এডল্ফ হিটলাৰ, জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা। ১৯১৪ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ আগষ্ট, ১৯৯১) ১৯২০ - যুথিকা ৰায়, ভাৰতীয় ভজন গায়িকা।
-
২০ মে'
১২৯৩ - জাপানৰ কামাকুৰা ভূমিকম্পত ৩০,০০০ লোকৰ মৃত্যু হয়। ১৪৯৮ - ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হয়। ১৮৯৪ - চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী, ভাৰতীয় গুৰু। ১৯৩৯ - বালু মহেন্দ্ৰ, শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক।
-
২১ ফেব্ৰুৱাৰী
২১ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৩টা দিন (অধিবৰ্ষত ৩১৪ দিন) বাকী থাকে।
-
২২ জানুৱাৰী
২২ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
২২ ফেব্ৰুৱাৰী
২২ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১২টা দিন (অধিবৰ্ষত ৩১৩ দিন) বাকী থাকে।
-
২২ মাৰ্চ
১৭১২ - এডৱাৰ্ড মোৰে, ইংৰাজ কবি। ১৮৬৮ - ৰবাৰ্ট মিলিকান, আমেৰিকান পদাৰ্থবিজ্ঞানী। ১৯৩১ - বাৰ্টন ৰিখটাৰ, নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী। ১৯৪৯ - গুণাৰাম খনিকৰ, অসমীয়া বনৌষধি বিশেষজ্ঞ। (মৃত্যু: ৭ জানুৱাৰী, ২০১৬) ১৯৬০ - ৰাগিনী ত্ৰিবেদী, ভাৰতৰ ধ্ৰুপদী সংগীতশিল্পী।
-
২৩ অক্টোবৰ
২০১১ - তুৰস্কত হোৱা ভূমিকম্পত ৫৮২ জন লোকৰ মৃত্যু হয়। ১৭৭৮ - কিট্টুৰ চেন্নাম্মা, বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী আছিল। ১৯১১ - তীৰ্থনাথ শৰ্মা, অসমৰ বিশিষ্ট সাহিত্যিক।
-
২৪ এপ্ৰিল
১৯৩৪ - জয়কান্তন, ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা। ১৯৩৬ - নিৰোদ চৌধুৰী, অসমীয়া সাহিত্যিক আৰু সাংবাদিক। ১৯৪৬ - কমলা ভাচিন, ভাৰতীয় কবি, লেখক আৰু সমাজ বিজ্ঞানী। ১৯৫৬ - তীজান বাঈ, ভাৰতীয় লোক-সংগীত শিল্পী। ১৯৫৬ - শৰদ অৰবিন্দ ববডে, ভাৰতৰ ৪৭তম মুখ্য ন্যায়াধীশ।
-
২৫ এপ্ৰিল
২৫ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৫ তম (অধিবৰ্ষত ১১৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৫ জুন
১৯৩২ - ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয়। ১৯৭৫ - পৰ্তুগালৰ পৰা মোজাম্বিকে স্বাধীনতা লাভ কৰে। ১৯৭৫ - ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। ১৯৭৮ - নেদাৰলেণ্ডখ (৩-১ গলত) পৰাজিত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হয়।
-
২৫ ফেব্ৰুৱাৰী
২৫ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৯টা দিন (অধিবৰ্ষত ৩১০ দিন) বাকী থাকে।
-
২৫ মাৰ্চ
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
২৬ এপ্ৰিল
১৫৬৪ - ইংৰাজ কবি আৰু নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰক দীক্ষিতকৰণ কৰা হৈছিল। ১৯২১ - নিবাৰণ বৰা, ভাৰতীয় ৰাজনীতিবিদ তথা লেখক। ১৯৩২ - মাইকেল স্মিথ, এজন ব্ৰিটিছ বংশোদ্ভৱ কানাডিয়ান জৈৱ ৰসায়নবিদ আৰু ব্যৱসায়ী। ১৯৩৭ - ষ্টেন স্বামী, ভাৰতীয় ৰোমান কেথলিক ধৰ্মযাজক।
-
২৬ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৬ ফেব্ৰুৱাৰী
২৬ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৮টা দিন (অধিবৰ্ষত ৩০৯ দিন) বাকী থাকে।
-
২৭ জানুৱাৰী
২৭ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭তম দিন। বছৰ শেষ হ'বলৈ ৩৩৮ দিন (অধিবৰ্ষত ৩৩৯ দিন) বাকী থাকে।
-
২৮ এপ্ৰিল
১৯৩৬ - ওড়িয়া ভাষাৰ প্ৰথম কথাছবি সীতা বিবাহ পুৰীৰ লক্ষ্মী চিনেমা হলত মুক্তি লাভ কৰিছিল। ২০২৫ – ভাৰতে ফ্ৰান্সৰ সৈতে ২৬খন ৰাফাল যুদ্ধবিমান কিনিবলৈ $৭.৪ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰে। ১৯১১ - লী ফক্, আমেৰিকান কাৰ্টুনিষ্ট, লেখক। ১৯২৯ - ভানু আথাইয়া, ভাৰতীয় কষ্টিউম ডিজাইনাৰ।
-
২৮ ফেব্ৰুৱাৰী
২৮ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬টা দিন (অধিবৰ্ষত ৩০৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
২৯ এপ্ৰিল
১৮৪৮ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (মৃত্যু: ২ অক্টোবৰ, ১৯০৬) ১৯২৪ - অৰুন্ধতী দেৱী, ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী। ১৯৩৬ - জুবিন মেহতা, প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ শাস্ত্ৰীয় সঙ্গীতৰ ভাৰতীয় পৰিচালক। ১৯৬৫ - জ্যোতিৰেখা হাজৰিকা, অসমীয়া সাহিত্যিক।
-
২৯ জানুৱাৰী
২৯ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯তম দিন। বছৰ শেষ হ'বলৈ ৩৩৬ দিন (অধিবৰ্ষত ৩৩৭ দিন) বাকী থাকে।
-
২৯ জুন
১৫৩৪ - ফৰাচী অনুসন্ধানকাৰী জাক কাটিয়াৰে কানাডাৰ প্ৰিঞ্চ এডৱাৰ্ড দ্বীপ আৱিষ্কাৰ কৰিছিল। ১৬১৩ - উইলিয়াম শ্বেইকছপীয়েৰৰ গ্ল'ব থিয়েটাৰ ভস্মীভূত হৈছিল। ২০১৯ - গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সদৌ অসম প্ৰাথমিক টেট্ উৰ্ত্তীণ শিক্ষক সমাজৰ ১৫০০০ অধিক শিক্ষকৰ দ্বাৰা অসমৰ অন্যতম বৃহৎ…
-
২৯ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-