আমেৰিকা যুক্তৰাষ্ট্ৰ
১৮ প্ৰবন্ধ
-
আমেৰিকা যুক্তৰাষ্ট্ৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ (United States of America) উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ ইউনাইটেড ষ্টেট্চ অৱ আমেৰিকা নামেৰেও জনাজাত।
-
নিউয়ৰ্ক মহানগৰ
নিউয়ৰ্ক মহানগৰ (New York City; সংক্ষেপে NYC বা এন ৱাই চি) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্বৰ এক গুৰুত্বপূৰ্ণ চহৰ। ২০১৮ চনৰ অনুমাণিক ৮২,৯৮,৭৪৮ জনসংখ্যাৰে আৰু ৭৮৪ বৰ্গ কিলোমিটাৰ (৩০২.৬ বৰ্গ মাইল) মাটি-কালিৰে নিউয়ৰ্ক মহানগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক জনবসতীপূৰ্ণ আৰু সৰ্বাধিক জনঘনত্বৰ চহৰ।
-
আমেৰিকান ডলাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰ বা আমেৰিকান ডলাৰ (United States dollar; চিহ্ন: $; কোড: USD; ইয়াক আন দেশৰ ডলাৰ মুদ্ৰাৰ পৰা পাৰ্থক্য কৰিবলৈ US$ ৰূপেৰেও সংক্ষিপ্ত কৰা হয়) হৈছে ১৭৯২ চনৰ মুদ্ৰা অধিনিয়ম অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ অঞ্চলসমূহৰ চৰকাৰী মুদ্ৰা।
-
ৱাশ্বিংটন ডি.চি.
ৱাশ্বিংটন ডি.চি.,(পূৰ্বতে District of Columbia আৰু সাধাৰণতে কোৱা হয় "ৱাশ্বিংটন", বা চমূকৈ "ডি.চি."), আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী মহানগৰী। ১৭৯০ চনৰ ১৬ জুলাইত স্বাক্ষৰ কৰা ’ৰেছিডেন্স আইন’ (Residence Act) অনুসৰি এই মহানগৰীৰ সৃষ্টি কৰা হয়।
-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহ
তলৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৫০ খন ৰাজ্যৰ নামৰ লগতে প্ৰত্যেকখন ৰাজ্যৰে প্ৰাথমিক তথ্যসমূহ দিয়া হৈছে:
-
যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ
যুক্তৰাষ্ট্ৰীয় কৃষি বিভাগ (ইউ.এছ.ডি.এ.), কৃষি বিভাগ বুলিও জনাজাত এই সংস্থাটো হৈছে ইউ.এছ. চৰকাৰৰ ফেডাৰেল সহকাৰী বিভাগ। এই বিভাগটোৱে ফাৰ্মিং, বনবিভাগ আৰু খাদ্য সম্পৰ্কীয় যুক্তৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ সৈতে জড়িত।
-
আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত ভাষা
আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ব্যৱহৃত ভাষা ইংৰাজী, বিশেষকৈ আমেৰিকী ইংৰাজী। এই ভাষাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনানুষ্ঠানিক ৰাষ্ট্ৰীয় ভাষা বুলিব পাৰি। এই ভাষা বাদে অন্য ভাষাও পিচে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত হয় আৰু অতীতত হৈ আহিছিল।
-
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ সম্বন্ধ
১৯৮০ৰ পৰা ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কোনো আনুষ্ঠানিক সম্পৰ্ক নাই। পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্ৰত ইৰানৰ ৰক্ষক শক্তি ৰূপে কাম কৰে আৰু চুইজাৰলেণ্ডে সেই ভূমিকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ইৰানত পালন কৰে।
-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতি
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতি য়ে ইয়াৰ লোকসকলৰ বাক বা কথনশৈলী, সাহিত্য, সংগীত, দৃশ্য কলা, পৰিবেশন কলা, খাদ্য, ক্ৰীড়া, ধৰ্ম, আইন, প্ৰযুক্তিৰ লগতে অন্যান্য ৰীতি-নীতি, বিশ্বাস আৰু জ্ঞানৰ ৰূপকে ধৰি বিভিন্ন সামাজিক আচৰণ, প্ৰতিষ্ঠান আৰু নীতি-নিয়ম আদিক সামৰি লয়।
-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়াঞ্চল
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়ক আইন অনুসৰি নটা সময় অঞ্চলত ভাগ কৰা হৈছে। দেশখনৰ বেছিভাগ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। এই সময় অঞ্চলসমূহৰ সীমা আৰু দিবালোক সংৰক্ষণ সময়ৰ নীতি-নিয়ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগৰ আধিনত পৰিচালিত হয়।
-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা
দল সমূহ
-
কাৰ্লা ৱাকাৰৰ হত্যাকাণ্ড
কাৰ্লা জান ৱাকাৰ এগৰাকী আমেৰিকান ছোৱালী যাক টেক্সাছৰ ফোৰ্ট ৱৰ্থৰ বলিং এলি পাৰ্কিং লটৰ পৰা অপহৰণ কৰাৰ পিছত ১৭ ফেব্ৰুৱাৰী, ১৯৭৪ তাৰিখে হত্যা কৰা হৈছিল। অপহৰণৰ তিনিদিন পিছত তেওঁৰ মৃতদেহ ফৰ্ট ৱৰ্থৰ পৰা মাত্ৰ ৩০ মিনিট দক্ষিণে এটা নৰ্দমা খাদত পোৱা গৈছিল।
-
জন হেনৰী (লোকগাথা)
‘’’জন হেনৰী’’’ ( John Henry ) এজন আমেৰিকান লোকগাথাৰ নায়ক, এজন আফ্ৰিকীয় মাৰ্কিন মুক্ত ব্যক্তি। তেওঁ এজন "ষ্টীল ড্ৰাইভিং মেন" হিচাপে কাম কৰা বুলি কোৱা হয়, এনেকুৱা এজন ব্যক্তি, যাৰ ওপৰত ৰেলপথৰ সুৰংগ নিৰ্মাণৰ বাবে শিলত ফুটা কৰি বিস্ফোৰক ভৰোৱাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল।
-
জৰ্জ ফ্লইড হত্যাকাণ্ড
২০২০ চনৰ ২৫ মে' তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিছ'টা ৰাজ্যৰ মিনিয়াপলিচ চহৰত জৰ্জ ফ্লইড নামৰ এগৰাকী ৪৬ বছৰীয়া কৃষ্ণাঙ্গ ব্যক্তিক জালি নোট ব্যৱহাৰৰ অভিযোগত পুলিচে গ্ৰপ্তাৰ কৰা সময়ত হত্যা কৰে।
-
মহিলা গণমাধ্যম কেন্দ্ৰ
মহিলা গণমাধ্যম কেন্দ্ৰ (ইংৰাজী: Women's Media Center, সংক্ষেপে WMC) হৈছে ২০০৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত লেখিকা আৰু সমাজকৰ্মী জেন ফণ্ডা, ৰবিন মৰ্গান আৰু গ্ল'ৰিয়া ষ্টেইনমে প্ৰতিষ্ঠা কৰা এটা আমেৰিকান ৫০১(গ)(৩) শ্ৰেণীৰ অলাভজনক মহিলা সংস্থা।
-
হিলবিলি
হিলবিলি (ইংৰাজী Hillbilly) আমেৰিকাৰ গ্ৰাম্য (rural), পাহাৰীয়া অঞ্চলত, মূলতঃ পাহাৰীয়া (এপ্লাচিয়ান) অঞ্চল আৰু অজাৰ্কছত বাস কৰা লোকসকলৰ বাবে ব্যৱহাৰ কৰা শব্দ। মহামন্দাৰ সময়ত মানুহে অঞ্চলটোৰ বাহিৰলৈ প্ৰব্ৰজন কৰাৰ লগে লগে এই শব্দটো তেওঁলোকৰ সৈতে উত্তৰ আৰু পশ্চিম দিশলৈ বিয়পি পৰিল।
-
ৰ'জি দ্য ৰিভিটাৰ
ৰ'জি দ্য ৰিভিটাৰ (Rosie the Riveter) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক সাংস্কৃতিক প্ৰতীক, যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাৰখানা আৰু বন্দৰসমূহত কাম কৰা মহিলাসকলক প্ৰতিনিধিত্ব কৰিছিল, যিসকলৰ বহুতে যুদ্ধৰ সামগ্ৰী প্ৰস্তুত কৰিছিল।
-
ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান
ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান (Redwood National and State Parks) হৈছে উত্তৰ কেলিফৰ্ণিয়াৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত কেইবাখনো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় উদ্যান সংযুক্ত হোৱা এক বিশাল উদ্যান। ৰেডউড ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল ১৯৬৮ চনত।