জন্ম
- ১৯০৯ - সুমতী মোৰাৰজী, ভাৰতীয় ব্যৱসায়ী।
- ১৯১০ - আকিৰা কুৰোছাৱা, জাপানৰ চলচ্চিত্ৰ পৰিচালক।
- ১৯১৩ - মিনীমাতা, সৎনামী সমাজৰ গুৰুমাতা।
- ১৯৪৮ - অসীম বোথ্ৰা, অসমীয়া চলচ্চিত্ৰ কৰ্মী।
- ১৯৫৬ - দুৰ্গাময়ী বৰা, অসমীয়া গায়িকা।
- ১৯৮২ - নিম্ৰত কৌৰ, ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী।
- ১৯৮৪ - গীতা বাছৰা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮০০ - নানা ফাদ্নাবিছ, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৯৯ - লী ফক, আমেৰিকান কাৰ্টুনিষ্ট, চলচ্চিত্ৰ পৰিচালক।
- ২০০৭ - আৰ্নল্ড স্কালেণ্ড, আমেৰিকান মল্লযুদ্ধা।
দিৱস
- ৰাষ্ট্ৰীয় হস্তী দিৱস (থাইলেণ্ড)
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৩ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৮৯৮৩ (১৬ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।