বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ঘৰ
সাধাৰণতে ঘৰ house) হ'ল এটি অট্টালিকা য'ত মানুহে বাস কৰে। ঘৰত প্ৰায়েই এটি পৰিয়ালে বাস কৰে, কিন্তু কেৱল এজন ব্যক্তি, সামাজিক গোট আদিয়েও বাস কৰিব পাৰে। ঘৰ সাধাৰণতে দুবিধ। কেচা আৰু পকী | কেচা ঘৰ বাহ বেত আৰু খেৰেৰে নিৰ্মিত আনহাতে পকী ঘৰ ইটা বালি আৰু চিমেণ্টেৰে নির্মিত
-
বংগ বিভাজন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
বংগ বিভাজনে তলত দিয়া বিষয় বুজাব পাৰে: বংগ বিভাজন (১৯০৫) বংগ বিভাজন (১৯৪৭)
-
বাৰুদ
বাৰুদ বা গানপাউদাৰ (Gunpowder) হৈছে ৰাসায়নিক বিস্ফোৰক। ইয়াক ছালফাৰ (S), এঙ্গাৰ (C) আৰু যখাৰ (পটাছিয়াম নাইট্ৰেট, KNO3)-ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ছালফাৰ আৰু এঙ্গাৰে ইন্ধন বা প্ৰজ্বালক হিচাপে কাম কৰে, আনহাতে যখাৰে জাৰক ৰূপে কাম কৰে।
-
অপৰিমেয় সংখ্যা
অপৰিমেয় সংখ্যা (Irrational Number): গণিতত অপৰিমেয় সংখ্যা বোৰ বাস্তৱ সংখ্যা। যিবোৰ সংখ্যাক কোনো অখণ্ড সংখ্যা p আৰু q-ৰ বাবেই p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি,তেনে সংখ্যাক অপৰিমেয় সংখ্যা বোলে। অৰ্থাৎ অপৰিমেয় সংখ্যাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পৰা নাযায়। কিন্তু এই সমূহক দশমিক সংখ্যাত প্ৰকাশ কৰিব পাৰি।
-
চতুৰ্ভুজ
চতুৰ্ভুজ (quadrilateral) হৈছে চাৰিটা বাহু বিশিষ্ট সমতল ক্ষেত্ৰ।
-
নয়দা
নয়দা হৈছে নতুন দিল্লিৰ উপকণ্ঠ উপকণ্ঠ অঞ্চলত গঢ়ি উঠা এটি উপনগৰ যি উত্তৰপ্ৰদেশ ৰাজ্যৰ গৌতম বুদ্ধ নগৰ জিলাত অৱস্থিত। নয়দা (NOIDA) শব্দটো হ'ল নিউ ওখলা ইণ্ডাষ্ট্ৰিয়াল ডেভলোপমেণ্ট অথৰিটিৰ সংক্ষিপ্ত ৰূপ। চহৰটো যমুনা নদীৰ পূব প্ৰান্তত গঢ় লৈ উঠিছে। এই চহৰখন জাতীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত।
-
শনিবাৰ
শনিবাৰ সপ্তাহৰ এটা দিন, যিটো শুক্ৰবাৰৰ পিছত আৰু দেওবাৰৰ আগতে আহে৷ বৈদিক দেৱতা শনিৰ নামেৰে এই বাৰৰ নামকৰণ কৰা হৈছে। আনহাতে থাইলেণ্ডৰ থাই সৌৰ কেলেণ্ডাৰত শনি শব্দটো পালি ভাষাৰ শনি শব্দৰ পৰা লোৱা হৈছে আৰু শনিবাৰৰ প্ৰতীকী ৰং বেঙুনীয়া বুলি নিৰ্দ্ধাৰণ কৰা হৈছে।
-
ৰামানুজাচাৰ্য
ৰামানুজ (Tamil: இராமானுசர்; Sanskrit: रामानुज; 1017–1137 CE;; ), বা ৰামানুজাচাৰ্য এগৰাকী ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ আৰু সমাজ সংস্কাৰক। তেওঁ শ্ৰী বৈষ্ণৱবাদৰ মুখ্য প্ৰৱক্তা। ভক্তি আন্দোলনত তেওঁৰ কৰ্মৰ বিশেষ ভূমিকা আছিল
-
পুৰুষত্ব
পুৰুষত্ব (Masculinity) হৈছে ল'ৰা বা পুৰুষৰ ক্ষেত্ৰত প্ৰকাশ হোৱা বৈশিষ্ট্য, চৰিত্ৰ আৰু প্ৰৱণতাৰ এক সংহতি। পুৰুষত্ব সামাজিকভাৱে প্ৰকাশিত, কিন্তু সামাজিক আৰু জৈৱিক প্ৰভাৱৰ দ্বাৰা গঠিত হয়, যদিও ই জীৱবিজ্ঞানৰ পুৰুষ লিংগতকৈ পৃথক। পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত পুৰুষত্বৰ লক্ষণ আৰু আচৰণ দেখা যায়।
-
বহনক্ষম উন্নয়নৰ লক্ষ্য
বহনক্ষম উন্নয়নৰ লক্ষ্য (Sustainable Development Goals চমুকৈ SDGs) বা গোলকীয় লক্ষ্য হৈছে "সকলোৰে বাবে এক উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰা"ৰ বাবে প্ৰস্তুত কৰা ১৭ টা আন্তঃসংযোজিত লক্ষ্যৰ এক সংগ্ৰহ।
-
বৃহস্পতিবাৰ
বৃহস্পতিবাৰ সপ্তাহৰ এটা দিন, যিটো বুধবাৰৰ পিছত আৰু শুক্ৰবাৰৰ আগত হয়। ভাৰতত প্ৰচলিত কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ পঞ্চম দিন৷ এই বাৰৰ নাম বৃহস্পতি গ্ৰহৰ নামেৰে ৰখা হৈছে।
-
ব্ৰাহ্মী (দ্বাৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ব্ৰাহ্মী শব্দই তলত পৃষ্ঠাবোৰ বুজাব পাৰে: ব্ৰাহ্মী লিপি ব্ৰাহ্মী লিপিসমূহ ব্ৰাহ্মী শাক
-
ভৰত (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। ভৰত শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * ভৰত (মহাভাৰত) - পাণ্ডৱ আৰু কৌৰৱসকলৰ পূৰ্বপুৰুষ ভৰত (ৰামায়ণ) - ৰামৰ সতীয়া ভ্ৰাতৃ আৰু দশৰথ তথা কৈকেয়ীৰ পুত্ৰ মহৰ্ষি ভৰত - ধ্ৰুপদী সংস্কৃত সংগীতজ্ঞ আৰু নাট তত্ত্ববিদ৷
-
লিলান চানেছাৰ
লিলান চানেছাৰ ( Lilan Chanesar) হৈছে এক পৰম্পৰাগত কাহিনী যিটো ১৪ শতিকাৰ থাট্টা, সিন্ধ, পাকিস্তানৰ অন্যতম ছুমৰা শাসক জাম চানেছাৰৰ সময়ৰ পৰাই আৰম্ভ হৈছে। ইয়াক প্ৰায়ে সিন্ধী আৰু পাৰ্চী ভাষাত পুনৰ কোৱা হৈছে।
-
সাধাৰণ যুগ
সাধাৰণ যুগ (CE) আৰু সাধাৰণ যুগৰ আগৰ (BCE) হৈছে গ্ৰেগোৰিয়ান বা জুলিয়ান কেলেণ্ডাৰৰ বছৰ গণনাৰ পদ্ধতি, যি সম্পূৰ্ণৰূপে এনো ডোমিনি (AD) আৰু বিফোৰ ক্ৰাইষ্ট (BC) পদ্ধতিৰ সৈতে একে। “2026 CE” আৰু “AD 2026” দুয়োটাই সমানভাৱে বৰ্তমান বছৰক বুজায়।
-
২০১৫ নেপাল ভূমিকম্প
২০১৫ নেপাল ভূমিকম্প ৭.৮ ৰিখটাৰ স্কেলত অহা এক প্ৰবল ভূমিকম্প যি ২৫ এপ্ৰিল ২০১৫ তাৰিখে ভাৰতীয় মান সময়ত দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ডত নেপাল, ভাৰত, পাকিস্তান, চীন, তিব্বত, বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিন এছিয়াক জোঁকাৰি গৈছিল।
-
ৰম্বাছ
যি চতুৰ্ভূজৰ চাৰিডাল বাহু সমান আৰু দুই বিপৰীতযোৰ কোণ সমান তাকেই ৰম্বাছ (Rhombus) বোলা হয়।
-
আকবৰনামা
আকবৰনামা হৈছে আকবৰৰ ৰাজত্বকালৰ চৰকাৰী ভাৱে লিখিত ইতিহাস। তৃতীয় মোগল সম্ৰাট (১৫৫৬-১৬০৫), আকবৰে অৰ্থ ব্যয় কৰি তেওঁৰ আদালতৰ ইতিহাসবিদ আৰু জীৱনীকাৰ আবু'ল-ফজল ইবন মুবাৰকৰ দ্বাৰা লিখা হৈছিল। এই গ্ৰন্থ পিছত বুক অৱ আকবৰলৈ অনুবাদ কৰা হৈছে। মূল গ্ৰন্থখন পাৰ্চী ভাষাত লিখা হৈছিল।
-
ক্ষাৰ
ক্ষাৰ (Base) হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ তিতা আৰু ই ৰঙা লিটমাছ কাগজ নীলা কৰে। ই অম্লৰ সৈতে বিক্ৰিয়া কৰি লৱণ সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱণৰ সৃষ্টি হয়। ক্ষাৰৰ pH ৭ তকৈ বেচি হয়।
-
চণ্ড আৰু মুণ্ড
হিন্দু ধৰ্মৰ গ্ৰন্থ দেৱী মাহাত্ম্যত'চণ্ড আৰু মুণ্ড শুম্ভ আৰু নিশুম্ভ অসুৰৰ সেৱা কৰা দুই অসুৰ (দানৱ)। এদিন দুয়ো পাৰ্বতীৰ সৌন্দৰ্যৰ ওপৰত চকু পৰাত দুয়ো আত্মহাৰা হৈ পৰিল। এই দেৱীৰ ৰূপৰ খবৰ তেওঁলোকে শুম্ভলৈ লৈ গৈছিল। শুম্ভই দেৱীক বিয়া কৰাবলৈ ইচ্ছা কৰিছিল।
-
পূৰ্ব বংগ
পূৰ্ব বংগ (পূর্ব বাংলা/পূর্ববঙ্গ Purbô Bangla/Purbôbongo) পাকিস্তানৰ এটি অঞ্চল আছিল যি পাকিস্তানৰ অন্য ভাগৰ পৰা ভৌগোলিকভাৱে ভালেমান দূৰত অৱস্থিত আছিল। পূৰ্ব বংগৰ দক্ষিণ দিশে বংগোপসাগৰ, উত্তৰে আৰু পশ্চিমে ভাৰত আৰু পূব দিশে ম্যানমাৰ।
-
পেটেণ্ট
REDIRECT পেটেণ্ট
-
ফৰিং
ফৰিং হৈছে কেলিফেৰা উপক্ৰমৰ অন্তৰ্গত পোক-পৰুৱাৰ এটা গোট। প্ৰায় ২৫ কোটি বছৰ আগৰ ট্ৰাইএছিক যুগৰ আৰম্ভণিৰ পৰাই চোবাই খোৱা তৃণভোজী পোক-পৰুৱাৰ সম্ভৱতঃ আটাইতকৈ প্ৰাচীন জীৱিত গোটটোৰ ভিতৰত এইবোৰ অন্যতম।
-
বুধ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
বুধে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: বুধ গ্ৰহ, সৌৰজগতৰ প্ৰথম আৰু ক্ষুদ্ৰতম গ্ৰহ বুধ বাৰ, সপ্তাহৰ এটি বাৰ
-
বৰ্ণ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। বৰ্ণ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * বৰ্ণ (বৰ্ণমালা), লিখন পদ্ধতিত অৰ্থ প্ৰকাশক চিহ্ন বৰ্ণ বা ৰং, মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম বৰ্ণ বা জাতি, ভাৰতীয় উপমহাদেশত একে খিতাপ, জীৱিকা বা আৰ্থিক স্থিতিৰ মানুহৰ এটা সামাজিক গোট বৰ্ণভেদ…
-
মানসপুত্ৰ
মানসপুত্ৰ হিন্দু ধৰ্মমতে ব্ৰহ্মৰ 'মনৰপৰা উৎপত্তি হোৱা সন্তান' বা 'মন-জন্মা' পুত্ৰক বুজায়। হিন্দু ধৰ্মত ব্ৰহ্মাই নিজৰ মনৰপৰাই কেইবাজনো সন্তান সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়। কেতিয়াবা, মনৰ এই সন্তানসকলক প্ৰতিটো সৃষ্টিৰ সকলো সত্ত্বাৰ পূৰ্বপুৰুষ প্ৰজাপতিসকলৰ সৈতে একে বুলি কোৱা হয়।
-
হাজৰিকা
হাজৰিকা বা ৰুৰিঙ (Hazarika) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।
-
অজামিল উপাখ্যান
অজামিল উপাখ্যান ভাগৱত পুৰাণৰ কাহিনীৰ আধাৰত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এক জনপ্ৰিয় আখ্যান৷ ভাগৱত পুৰাণৰ ষষ্ঠ কাণ্ডত বৰ্ণিত এক আখ্যানৰ মুখ্য চৰিত্ৰৰ নাম অজামিল।
-
অষ্টভুজ
অষ্টভূজ ৮ ৰেখা-খণ্ডৰে নিৰ্মিত বহুভূজ। অষ্টভূজৰ ভিতৰুৱা কোণসমূহৰ যোগফল ১০৮০ ডিগ্ৰী।
-
আজি (অসমীয়া দৈনিক)
আজি আছিল গুৱাহাটীৰ পৰা প্ৰকাশিত এখন অসমীয়া দৈনিক বাতৰি কাকত৷ এই বাতৰি কাকতখন ২০০০ চনৰ মাৰ্চ মাহত ৰামধেনু প্ৰকাশন প্ৰাইভেট লিমিটেডে উন্মোচন কৰিছিল। প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল অজিত কুমাৰ ভূঞা। ২০০৯ চনৰ ২৪ মাৰ্চত কাকতখনৰ কাৰ্যবাহী সম্পাদক অনিল মজুমদাৰক অজ্ঞাত ব্যক্তিয়ে গুলীয়াই হত্যা কৰে।