পঞ্চভূজ ৫ ৰেখা খণ্ড থকা এক বহুভূজ।১
পঞ্চভূজৰ ভিতৰুৱা কোণসমূহৰ মাপৰ যোগফল
পঞ্চভূজ এক বহুভূজ আৰু অন্য বহুভূজৰ দৰেই সকনো পঞ্চভূজৰ সকলো ভিতৰুৱা কোণৰ জোখৰ যোগফল একেই। পঞ্চভূজৰ সকনো ভিতৰুৱা কোণৰ জোখৰ যোগফন ৫৪০ ডিগ্ৰী।
প্ৰমাণ
দিয়া আছে: ১ পঞ্চভূজ ABCDE
প্ৰমাণ কৰিব লাগে: কোণ (EAB + ABC + BCD + CDE + DEA) = ৫৪০ ডিগ্ৰী
আঁকিব লাগে: AC, AD সংযুক্ত কৰা
প্ৰমাণ:
⟨EAB + ABC + BCD + CDE + DEA⟩ ⟨= EAD + DAC + CAB + ABC + BCA + ACD + CDA + ADE + DEA⟩ ⟨= ABC + BCA + BAC + ACD + ADC + CAD + ADE + DEA + EAD⟩ ⟨= (180 + 180 + 180) DEGREE⟩ ⟨= 540 DEGREE⟩
তথ্যসূত্ৰ
- ↑ xobdo.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্চভুজ” প্ৰবন্ধৰ সংশোধন ৩৯৮৭৮৩ (২৪ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।