ঘটনাৱলী
- ১৯০১- বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।
- ১৯৮১- মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।
- ১৯৯৪- আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।
জন্ম
- ১৯২৭ - নয়নতৰা চেহগল, ভাৰতীয় ইংৰাজী লেখিকা।
- ১৯৫৭ - উমাশ্ৰী, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
- ১৯৬৯ - লোটে শ্বেৰিং, ভূটানৰ ৰাজনীতিবিদ আৰু চিকিৎসক।
মৃত্যু
- ১৯৭৭ - গিৰিধৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ১৯৯৮ - ভূৱন মোহন বৰুৱা, অসমীয়া ঔপন্যাসিক।
- ২০০২ - কাইফি আজমী, ভাৰতীয় কবি আৰু গীতিকাৰ।
- ২০২০ - গোকুল পাঠক, অসমৰ লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক।
- ২০২২ - শিৱকুমাৰ শৰ্মা, ভাৰতীয় সন্তুৰ বাদক।
দিৱস
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১০ মে'” প্ৰবন্ধৰ সংশোধন ৩৬৪৮৫৮ (৮ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।