অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চিএছএছ

কাচকেডিং ষ্টাইল চীটচ্ (Cascading Style Sheets) হৈছে এক ষ্টাইল চীটচ্ লেংগুৱেজ, যাক এইচ টি এম এলৰ দৰে মাৰ্কআপ লেংগুৱেজত লিখিত ডকুমেণ্টসমূহক কেনেধৰণে উপস্থাপন কৰিব সেইয়া বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইচ টি এম এল আৰু জাভাস্ক্ৰীপ্টৰ লগতে চিএছএছ হ’ল ৱৰ্ল্ড ৱাইড ৱেবৰ ভিত্তিক এক প্ৰযুক্তি।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কাচকেডিং ষ্টাইল চীটচ্ (Cascading Style Sheets) হৈছে এক ষ্টাইল চীটচ্ লেংগুৱেজ, যাক এইছটিএমএলৰ দৰে মাৰ্কআপ লেংগুৱেজত লিখিত ডকুমেণ্টসমূহক কেনেধৰণে উপস্থাপন কৰিব সেইয়া বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।১ এইছটিএমএল আৰু জাভাস্ক্ৰীপ্টৰ লগতে চিএছএছ হ’ল ৱৰ্ল্ড ৱাইড ৱেবৰ ভিত্তিক এক প্ৰযুক্তি।২

চি এছ এছক এনেধৰণে তৈয়াৰ কৰিছে, যাতে ৱেবৰ মূল বিষয়বস্তুৰ পৰা বিন্যাস, ৰং, ফণ্ট ইত্যাদি পৃথকভাৱে নিৰ্ধাৰণ কৰিব পাৰি।৩ এই পৃথককৰণে ৱেব ডেভলপাৰক বহুতো সুবিধা প্ৰদান কৰি আহিছে। কাৰণ বহুতো ৱেবপেজৰ বিন্যাস, ৰং ইত্যাদি পৃথক .css ফাইলৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি। ইয়ে জটিলতা কমাই দিয়ে লগতে ইয়াত একেটা বিষয়ক পুনৰাবৃত্তি কৰিবলগীয়া নহয়৷

চি এছ এছ ব্যৱহাৰ কৰি একেখন মাৰ্কআপ পেজক বিভিন্ন ডিভাইচ আৰু ব্ৰাউজাৰত বিভিন্নভাৱে উপস্থাপন কৰিব পাৰি।

তথ্যসূত্ৰ

  1. ↑ CSS developer guide. Mozilla Developer Network
  2. ↑ Flanagan, David. JavaScript – The definitive guide. পৃ. 1
  3. ↑ What is CSS?. World Wide Web Consortium

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিএছএছ” প্ৰবন্ধৰ সংশোধন ৫৩৬৭৬১ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।