সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মিষ্টাৰ গে' ইণ্ডিয়া
মিষ্টাৰ গ্যে' ৱৰ্ল্ড ইণ্ডিয়া হৈছে এখন ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতা যিখনে বাৰ্ষিক মিষ্টাৰ গ্যে' ৱৰ্ল্ড প্ৰতিযোগিতাকে ধৰি বিশ্বজুৰি সমকামী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিজৰ বিজয়ীক নিৰ্বাচন কৰে।
-
মীনাক্ষী (মান্কী)
মিনাক্ষী বা স্থানীয়ভাৱে জনা মানকী ১১শ শতিকাৰ মিথিলাৰ কৰ্ণাট বংশৰ ৰজা নন্যাদেৱৰ ৰাজ-দৰবাৰৰ এগৰাকী ৰাজকীয় নৃত্যশিল্পী আছিল। ৰাজ দৰবাৰৰ নৃত্য-পটিয়সী হোৱাৰ উপৰিও তেওঁ এগৰাকী সাহসী আৰু দেশপ্ৰেমিক মহিলাও আছিল।
-
মুক্তাগাছাৰ মণ্ডা
মুক্তাগাছাৰ মণ্ডা হʼল গাখীৰ আৰু চেনিক মূল উপাদান হিচাপে ব্যৱহাৰ কৰি তৈয়াৰ কৰা একপ্ৰকাৰৰ মিঠাই। ইয়াৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কেইবাটাও অতিৰিক্ত উপাদান ব্যৱহাৰ কৰিব পাৰি। ১৮২৪ চনত বাংলাদেশৰ ময়মনসিংহ জিলাৰ মুক্তাগাছা উপজিলাত এই মিঠাইৰ প্ৰথম প্ৰচলন হৈছিল।
-
মুছলমান ধুবী
কছাৰ (The Qassar) দক্ষিণ এছিয়াৰ মুছলমান সম্প্ৰদায়; তেওঁৰ পৰম্পৰাগত বৃত্তি হৈছে কাপোৰ ধোৱা। তেওঁলোকক হিন্দু ধৰ্মৰ পৰা মুছলমান ধৰ্মান্তৰিত বুলি গণ্য কৰা হয়। উত্তৰ ভাৰত, পূব ভাৰতৰ লগতে মধ্যপূব ভাৰত আৰু পাকিস্তানতো তেওঁলোকৰ বসতি আছে।
-
মুছলিম কাহাৰ
কাহাৰ উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত পোৱা এটা সম্প্ৰদায়। পৰম্পৰাগতভাৱে তেওঁলোক পাল্কী বাহক আৰু কৃষক আছিল, আৰু তেওঁলোক হিন্দু কাহাৰ জাতিৰ আছিল। কিছুমান অঞ্চলত বিশেষকৈ পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত তেওঁলোকক চৰ্দাৰ বুলিও কোৱা হয়।
-
মুছলিম ঘোষী
ঘোষীসকল মূলতঃ উত্তৰ ভাৰতত পোৱা এটা মুছলমান সম্প্ৰদায়। কোৱা হয় যে আহীৰ গোৱালাসকল প্ৰথমে হিন্দু আছিল, পিছলৈ যিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।
-
মুজিব কোট
মুজিব কোট পুৰুষৰ বাবে নিৰ্মিত কোট, ইয়াক আৰ্ম কাট অফ (হাতবিহীন), উচ্চ ডিঙিৰ কোট হিচাপে ডিজাইন কৰা হয়, যাৰ তলৰ অংশত দুটা পকেট আৰু পাঁচ বা ছটা বুটাম থাকে। এইটো আগতে পিপলছ ৰিপাব্লিক অৱ বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানে পিন্ধা চিগনেচাৰ গাৰ্মেণ্ট আছিল।
-
মুমতাজ শ্বেইখ
মুমতাজ শ্বেইখ (Mumtaz Shaikh; জন্ম-১৮ নৱেম্বৰ ১৯৮১) ভাৰতৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। মুম্বাইত ৰাজহুৱা শৌচাগাৰৰ সম-সুবিধাৰ বাবে তেওঁ এক সফল অভিযান আৰম্ভ কৰে। ২০১৫ চনত বিবিচিয়ে তেওঁক প্ৰেৰণাদায়ক ১০০ মহিলা অভিযানৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰিছিল।
-
মুৰ্গীৰ জোল
মুৰ্গীৰ জোল ( Chicken curry), বা কুকুৰাৰ তৰকাৰী,বা মুৰ্গীৰ তৰকাৰী নাইবা চিকেন কাৰী ভাৰত উপমহাদেশৰ পৰা উৎপত্তি হোৱা দক্ষিণ এছিয়াৰ এবিধ খাদ্য। ভাৰতীয় উপমহাদেশ, কেৰিবিয়ান, দক্ষিণ-পূব এছিয়া, গ্ৰেট ব্ৰিটেইন, দক্ষিণ আফ্ৰিকাৰ খাদ্যত ই সাধাৰণ।
-
মূৱলুৰ ৰামমীৰথাম
মূৱলুৰ ৰামমীৰথাম (Moovalur Ramamirtham(১৮৮৩–১৯৬২) এগৰাকী তামিল সমাজ সংস্কাৰক, লেখক আৰু দ্ৰাবিড় আন্দোলনৰ ৰাজনৈতিক কৰ্মী আছিল৷ তেওঁ মাদ্ৰাজ প্ৰদেশত দেৱদাসী ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে কাম কৰিছিল।
-
মেইতেই শিৰস্ত্ৰাণ
মেইতেই শিৰস্ত্ৰাণ হৈছে ভাৰতৰ মণিপুৰৰ মেইতেই সম্প্ৰদায়ৰ মাজত উৎপত্তি হোৱা বিভিন্ন ধৰণৰ পৰম্পৰাগত টুপি আৰু শিৰোধান। এইসমূহ বিভিন্ন সাংস্কৃতিক, ধৰ্মীয় আৰু আনুষ্ঠানিক পৰিৱেশত ব্যৱহাৰ কৰা হয়, যাৰ ভিতৰত আছে মেইতেই উৎসৱ, নৃত্য প্ৰদৰ্শন, মেইতেই বিবাহ আৰু চৰকাৰী অনুষ্ঠান।
-
মেঘালয়ৰ মাতৃবংশীয় সমাজ
উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীত মাতৃবংশ প্ৰথাৰ প্ৰচলন আছে। নাৰীৰ উত্তৰপুৰুষৰ জৰিয়তে বংশৰ আভাস পোৱাকে মাতৃবংশ বোলে। এই সমাজ ব্যৱস্থাত কোনো এজন ব্যক্তিক তেওঁৰ মাতৃৰ বংশৰে সূচোৱা হয় আৰু সম্পত্তিৰ বা উপাধিৰ উত্তৰাধিকাৰ জড়িত থাকে।
-
মেডু বড়া
মেডু বড়া'ভিগনা মুংগো (ক'লা মাটি মাহ)ৰপৰা তৈয়াৰী দক্ষিণ ভাৰতীয় ব্ৰেকফাষ্ট স্নেক। ইয়াক সাধাৰণতে ডোনাটৰ আকৃতিত তৈয়াৰ কৰা হয়, ইয়াৰ বাহিৰৰ অংশ খৰখৰীয়া আৰু ভিতৰৰ অংশ কোমল। দক্ষিণ ভাৰতীয় খাদ্যৰ জনপ্ৰিয় খাদ্য সামগ্ৰী ইয়াক সাধাৰণতে ব্ৰেকফাষ্ট বা জলপান হিচাপে খোৱা হয়।
-
মেৰিভাইৰাছ
মেৰিভাইৰাছ কৰ্টিক’ভাইৰিডে ভাইৰাছৰ এটা একমাত্ৰ প্ৰজাতি। মেৰিভাইৰাছ হৈছে বেক্টেৰিয়াফেজ; অৰ্থাৎ ইহঁতৰ প্ৰাকৃতিক গৃহস্থ বেক্টেৰিয়া। এই জাতিটোৰ দুটা প্ৰজাতি আছে। ১৯৮১ চনৰপৰা ২০২৪ চনলৈকে এই জাতিটোৰ নাম ইয়াৰ পৰিয়ালৰ নামেৰে সৈতে কৰ্টিক’ভাইৰাছ ৰখা হৈছিল।
-
মোগলাই পৰঠা
মোগলাই পৰঠা (Mughlai paratha; Moglai pôroṭa) হৈছে এবিধ জনপ্ৰিয় বঙালী পথৰ খাদ্য (Street food)। এটা ফ্লেটব্ৰেড (পৰঠা)ৰ ভিতৰত কীমা (মচলাযুক্ত কীমা মাংস) বা কণীৰে পূৰ্ণ কৰি বা মেৰিয়াই এই খাদ্যবিধ প্ৰস্তুত কৰা হয়।
-
মোহিঙ্গা
মোহিঙ্গা (; বাৰ্মিজ: မုန့်ဟင်းခါး)স্থানীয় ভাৱে মণ্ট হিন গাৰ বুলিও কোৱা হয়। মোহিঙ্গা হৈছে ম্যানমাৰৰ ৰাষ্ট্ৰীয় ব্যঞ্জন। মোহিঙ্গা হৈছে চাউল নুডলছৰ সৈতে তৈয়াৰ কৰা মাছৰ চুপ, যাক সাধাৰণতে ৰাতিপুৱাৰ আহাৰ হিচাপে পৰিৱেশন কৰা হয়। ইয়াত লেমনগ্ৰাছ, হালধি আৰু মাছৰ চছৰ সৈতে সোৱাদ যুক্ত এক সমৃদ্ধ সোৱাদ থাকে।
-
মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ
মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিজ (Maulana Abul Kalam Azad Institute of Asian Studies) কলকাতাত অৱস্থিত এক স্বায়ত্তশাসিত গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ধন আগবঢ়ায়। ১৯৯৩ চনৰ ৪ জানুৱাৰীত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
ম্যানমাৰৰ নাৰী
ঐতিহাসিক ভাবে, ম্যানমাৰৰ (বাৰ্মা বুলিও জনা যায়) নাৰীসকলক(women in the Myanmar) সামাজিকভাৱে যথেষ্ট মৰ্যাদা আৰু সন্মান দিয়া হয়। মিয়া সৈনে(Mya Sein) কৰা গবেষণা অনুসাৰে ম্যানমাৰৰ নাৰী সকল এক শতিকাৰ পূৰ্বৰে পৰা স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিছিল।
-
ম্যানমাৰৰ মিজো জনগোষ্ঠী
ম্যানমাৰৰ লুচেই (মিজো) জনগোষ্ঠী—ঐতিহাসিকভাৱে বাৰ্মা নেচনেল লুছাই হৈছে সম্পূৰ্ণ বা আংশিক মিজোৰ সৈতে ম্যানমাৰৰ নাগৰিক বংশবৃক্ষ। যদিও বিগত শতিকা ধৰি ম্যানমাৰত বিভিন্ন মিজো জনগোষ্ঠীয়ে বাস কৰি আহিছে, তথাপিও ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বিংশ শতিকাৰ পৰা মিজোৰ প্ৰথম ঢৌৱে পুনৰ ম্যানমাৰলৈ প্ৰব্ৰজন কৰিছিল।
-
ম্লাব্ৰি জনগোষ্ঠী
ম্লাব্ৰি (:Mlabri,থাই:มลาบรี) বা ম্ৰাব্ৰি, যাক ফাই টং লুৱাং বুলিও কোৱা হয়, থাইলেণ্ড আৰু লাওছৰ এটা জনগোষ্ঠী, আৰু ইয়াক "দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ আকৰ্ষণীয় আৰু কম বুজা জনগোষ্ঠী" বুলি কোৱা হয়। আজি বিশ্বত মাত্ৰ প্ৰায় ৪০০ বা তাতকৈ কম ম্লাব্ৰিছহে বাচি আছে, কিছুমানৰ মতে এই সংখ্যা ১০০ তকৈও কম হব পাৰে।
-
মৰাণ জনগোষ্ঠীৰ তামোল-পাণৰ ব্যৱহাৰ
অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য | এই ভূখণ্ডত তাহানিৰে পৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰি আছে | নানা জাতি- জনগোষ্ঠীৰ সমন্বয়ত বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে | অসমৰ এই বিভিন্ন জনগোষ্ঠীৰ ভিতৰত মৰাণ জনগোষ্ঠীটোও অতি পুৰণি আৰু এটা উল্লেখযোগ্য জনগোষ্ঠী | মৰাণ সমাজত বিয়া-সবাহ,আলহী আপ্যায়ানৰ পৰা দায়- দোষ…
-
মৰাণসকলৰ পৰম্পৰাগত সাজপাৰ
মৰাণসকল অসমৰ পুৰণি জনগোষ্ঠীসমূহৰ ভিতৰৰ এটা অন্যতম জনগোষ্ঠী। এই জনগোষ্ঠীটো সকলো দিশৰ পৰাই এটা চহকী জনগোষ্ঠীৰূপে খ্যাত। সাজপাৰ বা বস্ত্ৰসম্ভাৰৰ ক্ষেত্ৰতো মৰাণ সকল যথেষ্ট চহকী। কিয়নো,অধিকাংশ মৰাণ মহিলাই তেওঁলোকৰ প্ৰয়োজনীয় বস্ত্ৰ সমূহ নিজে প্ৰস্তুত কৰি লয়।
-
মৰিচাছৰ নাৰী
মৰিচাছৰ নাৰীয়ে (Women in Mauritius) মৰিচাছৰ নাৰীৰ সামাজিক জনগাঁথনিৰ কথা সূচায়। মৰিচাছ সমাজত নাৰীৰ ভূমিকা ২০ শতিকাত সলনি হৈছিল। ঐতিহাসিকভাৱে মৰিচাছ সংস্কৃতিয়ে পিতৃতান্ত্ৰিক ক্ষমতাৰ গাঁথনি বজাই ৰাখিছিল, যিয়ে পৰিয়াল আৰু কৰ্মজীৱনকো সামৰি লৈছিল।
-
যুদ্ধত স্বামী হেৰুওৱা মহিলাৰ সংস্থা
যুদ্ধত স্বামী হেৰুৱা মহিলাসকলৰ সহায়ৰ বাবে ভাৰতৰ নতুন দিল্লীত অৱস্থিত পঞ্জীয়নভুক্ত বেচৰকাৰী অসামৰিক সংগঠন হৈছে যুদ্ধত স্বামী হেৰুওৱা মহিলাৰ সংস্থা বা ৱাৰ উইড’ছ এছ’চিয়েচন।
-
যোগাযোগ আৰু ব্যৱস্থাপনা অধ্যয়ন বিদ্যালয়, কোচি
এছ.চি.এম.এছ. কোচিন স্কুল অৱ বিজনেছ' (SCMS Cochin School of Business), যাক পূৰ্বে 'স্কুল অৱ কমিউনিকেচন এণ্ড মেনেজমেণ্ট ষ্টাদীজ' নামেৰে জনা গৈছিল, ভাৰতৰ কোচিত অৱস্থিত এখন ব্যৱস্থাপনা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখন এৰ্নাকুলম ৰেলৱে ষ্টেচনৰপৰা প্ৰায় ১২ কিঃমিঃ (৭.৫ মাইল) দূৰত্বত অৱস্থিত।
-
যোনিৰ আঘাত
যোনিৰ আঘাত (Vaginal trauma) হৈছে স্ত্ৰী জনন অংগত হোৱা আঘাত। এয়া সন্তান জন্ম, যৌন আক্ৰমণ যেনে বলপূৰ্বক যৌন সম্পৰ্ক, ধৰ্ষণ, আৰু দুৰ্ঘটনাজনিত ঘটনাৰ সময়ত হ'ব পাৰে। প্ৰাপ্তবয়স্কলোকৰ ক্ষেত্ৰত, মন্স পিউবি আৰু লেবিয়া মেজৰাৰ সুৰক্ষামূলক কাৰ্যৰ বাবে যোনি মুখ্যতঃ আঘাতৰ পৰা সুৰক্ষিত থাকে।
-
যৌন বৈচিত্ৰ্য
যৌন বৈচিত্ৰ্য (ইংৰাজী: Sexual diversity) বা লিংগ আৰু যৌন বৈচিত্ৰ্য (ইংৰাজী: Gender and sexual diversity; চমুকৈ GSD) বুলিলে যৌন বৈশিষ্ট্য, যৌন অভিমুখিতা আৰু লিংগ পৰিচয়ৰ সকলো বৈচিত্ৰ্যক বুজায়। এই বহুত্ব গঠন কৰা প্ৰতিটো পৰিচয়, আচৰণ বা বৈশিষ্ট্যক পৃথকে উল্লেখ নকৰাকৈয়ে এই ধাৰণাটোৱে সকলোকে সামৰি লয়।
-
লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়
লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় অসমৰ দ্বিতীয়খন পশুচিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয়খন লখিমপুৰ জিলাৰ সদৰ উত্তৰ লখিমপুৰৰ কয়লামাৰী অঞ্চলৰ জহিঙত অৱস্থিত। লখিমপুৰ বাছ আস্থান আৰু ৰেল ষ্টেচনৰপৰা ইয়ালৈ দূৰত্ব প্ৰায় ১১ কি.মি.।
-
লখিমী বিবাহ
লখিমী বিবাহ সাধাৰণতে উজনি অসমৰ গাঁও বিশেষতে সীমাবদ্ধ। বৰষুণৰ কামনাৰে জেঠ-আহাৰ মাহত লখিমী সবাহৰ সৈতে জড়িত বিশ্বাস অনুসৰি, শস্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী বা লখিমী ধান চপোৱাৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু ওখ পৰ্বতত স্থিতি লয়গৈ।
-
লাইট পেইণ্টিং ৱৰ্ল্ড এলায়েন্স
লাইট পেইণ্টিং ৱৰ্ল্ড এলায়েন্স (ইংৰাজী: Light Painting World Alliance; সংক্ষেপে LPWA) আছিল এটা আন্তঃৰাষ্ট্ৰীয় অলাভজনক সংগঠন (NPO) যাৰ লক্ষ্য আছিল লাইট পেইণ্টিং বা পোহৰৰ চিত্ৰকলাৰ সৈতে জড়িত শিল্পীসকলৰ বাবে এখন বিশ্বব্যাপী মঞ্চ সৃষ্টি কৰা।