সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শ্বোম্পেন জনগোষ্ঠী
শ্বোম্পেন বা শ্বোম পেন হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংশ গ্ৰেট নিকোবাৰ দ্বীপৰ অন্তৰ্ভাগৰ খিলঞ্জীয়া লোক। শ্বোম্পেনসকলক অনুসূচিত জনজাতিৰ তালিকাৰ ভিতৰত বিশেষভাৱে দুৰ্বল জনজাতি গোট হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
-
শ্ব’ৱেশ্বৱ
শ্ব’ৱেশ্বৱ দক্ষিণ আফ্ৰিকাৰ পৰম্পৰাগত সাজ-পোছাকৰ বাবে বহুলভাৱে ব্যৱহৃত এবিধ ছপা ৰং কৰা কপাহী কাপোৰ। মূলতঃ নীলা ৰং কৰা এই কাপোৰখন বিভিন্ন ৰং আৰু প্ৰিণ্টেড ডিজাইনত নিৰ্মাণ কৰা হয়। ইয়াৰ ডিজাইনৰ বৈশিষ্ট্য হৈছে জটিল জ্যামিতিক আৰ্হি। জনপ্ৰিয়তাৰ বাবে শ্ব’ৱেশ্বৱক দক্ষিণ আফ্ৰিকাৰ ডেনিম
-
শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়
শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় ডিব্ৰুগড় জিলাৰ চাবুৱাত অৱস্থিত এখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০১৮ চনৰ ছেপ্টেম্বৰত গৃহীত কৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় বিধেয়ক, ২০১৮ৰ অধীনত স্থাপন কৰিছে।
-
শৰীৰৰ প্ৰতিচ্ছবি
শৰীৰৰ প্ৰতিচ্ছবি (ইংৰাজী: Body image) হৈছে এজন ব্যক্তিৰ নিজৰ শৰীৰৰ সৌন্দৰ্য বা যৌন আকৰ্ষণৰ সন্দৰ্ভত থকা চিন্তা, অনুভৱ আৰু ধাৰণা। শৰীৰৰ প্ৰতিচ্ছবিৰ ধাৰণাটো স্নায়ুবিজ্ঞান, মনোবিজ্ঞান, চিকিৎসা বিজ্ঞান, মনোচিকিৎসা বিজ্ঞান, মনোবিশ্লেষণ, দৰ্শন, সাংস্কৃতিক আৰু নাৰীবাদী অধ্যয়নকে ধৰি কেইবাটাও শাখাত…
-
শৰ্মিলা ভট্টাচাৰ্য
শৰ্মিলা ভট্টাচাৰ্য এগৰাকী ভাৰতীয়-আমেৰিকান বিজ্ঞানী যিয়ে এষ্ট্ৰ'বায়'নিক্সৰ মুখ্য বিজ্ঞানী হিচাপে কাম কৰে আৰু নাছাৰ এমেছ ৰিচাৰ্চ চেণ্টাৰৰ বায়'মডেল পাৰফৰমেন্স এণ্ড বিহেভিয়াৰ লেবৰেটৰীৰ মুৰব্বী হিচাপে কাম কৰে।
-
সংলাপ (সংস্থা)
সংলাপ (ইংৰাজী: Sanlaap) হৈছে এটা ভাৰতীয় নাৰীবাদী বেচৰকাৰী সংস্থা। ১৯৮৭ চনত কলিকতাত ইন্দ্ৰাণী সিনহাই এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল। কলিকতাত ভিত্তি কৰি গঠন হোৱা এই গোটৰ লক্ষ্য হৈছে মহিলা আৰু ছোৱালীৰ মানৱ অধিকাৰ সুৰক্ষিত কৰা।
-
সংস্কৃত ভাৰতী
সংস্কৃত ভাৰতী (সংস্কৃত: संस्कृत भारती; Samskrita Bharati) সংস্কৃত ভাষাক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰা এটা অলাভজনক সংস্থা। বৈদিক আৰু ধ্ৰুপদী যুগত সংস্কৃত এক সৰ্বভাৰতীয় ভাষা আছিল যদিও আধুনিক ভাৰতত ইয়াৰ ব্যুৎপত্তিগত আঞ্চলিক উপভাষাৰ বাবে নিজৰ স্থান হেৰুৱাই পেলায়।
-
সদা কৌৰ
ৰাণী সদা কৌৰ (আনুমানিক ১৭৬২ – ১৮৩২ চন) আছিল এগৰাকী শিখ নেত্ৰী। কানহাইয়া মিছলৰ নেতা জয় সিং কানহাইয়াৰ উত্তৰাধিকাৰী স্বামী গুৰবক্ষ সিং কানহাইয়াৰ মৃত্যুৰ পিছত ১৭৮৯ চনৰ পৰা ১৮২১ চনলৈকে কানহাইয়া মিছলৰ প্ৰধান হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁক প্ৰায়ে চৰ্দাৰনী সদা কৌৰ বুলিও কোৱা হৈছিল।
-
সন্না (ব্যঞ্জন)
সন্না (ব্যঞ্জন)ভাৰত উপমহাদেশৰ পশ্চিম উপকূলৰ কংকন অঞ্চলত মূলতঃ ৰঙা চাউল, ক'লা মচুৰ দাইল আৰু নাৰিকলেৰে তৈয়াৰী স্পঞ্জী, সঁজুলিত সহায়ত ভাপত ৰন্ধা আৰু টেঙা নোহোৱা পিঠা বিশেষ। এইবোৰৰ উৎপত্তি স্থান হ'ল গোৱা আৰু দমাওন, মেংগালোৰ, বম্বে আৰু বছেইন (ভাছাই)ত।
-
সবলা
সবলা ভাৰতৰ বিজাপুৰত অৱস্থিত এটা বেচৰকাৰী সংস্থা আৰু ইয়াৰ প্ৰাথমিক গুৰুত্ব আৰ্থিক স্বাধীনতা, ৰাজনৈতিক কণ্ঠ, সামাজিক গ্ৰহণযোগ্যতা, আৰু শৈক্ষিক সুযোগ সক্ষম কৰাৰ জৰিয়তে জনজাতীয় লাম্বানী মহিলাৰ "মহিলাৰ সৱলীকৰণ"ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
-
সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়
সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয় পূৰ্বতে বৰাণসেয়া সংস্কৃত বিশ্ববিদ্যালয় বা চৰকাৰী সংস্কৃত মহাবিদ্যালয়, বাৰাণসী বুলি পৰিচিত এখন উচ্চ শিক্ষাপ্ৰতিষ্ঠান। এইখন ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বৰাণসীত অৱস্থিত। বিশ্বৰ বৃহৎ সংস্কৃত বিশ্ববিদ্যালয় ভিতৰত এইখন অন্যতম।
-
সম্প্ৰদায়
সম্প্ৰদায় হৈছে সৰু বা ডাঙৰ জনগোষ্ঠী যাৰ ভিতৰত কিছু বিষয়; যেনে সামাজিক প্ৰথা, ধৰ্ম, মূল্যবোধ আৰু সামাজিক পৰিচয়ৰ মিল থাকে। সম্প্ৰদায় প্ৰায়েই এটা নিৰ্দিষ্ট ভৌগোলিক অৱস্থাৰ (যেনে: দেশ, চহৰ, বা গাঁও) আধাৰত গঢ় লৈ উঠে। যদিও সকলো ক্ষেত্ৰত নহয়।
-
সহযাত্ৰিকা
সহযাত্ৰিকা (ইংৰাজী: Sahayathrika) হৈছে কেৰালা মূলৰ এএফএবি (Assigned Female at Birth) সম্প্ৰদায়ক সেৱা আগবঢ়োৱা এটা স্বেচ্ছাসেৱী সামাজিক সংস্থা। এই নামটো মালয়ালম ভাষাৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ হৈছে “মহিলা সহযাত্ৰী” বা “মহিলাৰ সহচৰী”।
-
সাংস্কৃতিক নাৰীবাদ
সাংস্কৃতিক নাৰীবাদ (Cultural feminism) হৈছে নাৰীত্বৰ সৈতে সাংস্কৃতিকভাৱে জড়িত বৈশিষ্ট্যসমূহৰ পুনৰ মূল্য নিৰ্ধাৰণ আৰু পুনৰ সংজ্ঞায়িত কৰাৰ প্ৰয়াস কৰা বিভিন্ন নাৰীবাদক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা এটা শব্দ।
-
সাংস্কৃতিক শাসন
সাংস্কৃতিক শাসন (ইংৰাজী: Cultural governance) হৈছে সংস্কৃতিৰ শাসন। ইয়াত চৰকাৰে গ্ৰহণ কৰা সাংস্কৃতিক নীতিসমূহ অন্তৰ্ভুক্ত হোৱাৰ লগতে অ-ৰাষ্ট্ৰীয় শক্তিসমূহে প্ৰয়োগ কৰা সাংস্কৃতিক প্ৰভাৱ আৰু পৰোক্ষভাৱে সংস্কৃতিক প্ৰভাৱিত কৰা নীতিসমূহকো সাঙুৰি লোৱা হয়।
-
সাতসৰী (অলংকাৰ)
সাতসৰী বা সাতলৰী বা সাতমেৰীয়া হাৰ এবিধ নাৰীসকলে ডিঙিত পিন্ধা অলংকাৰ। সৰহখিনি অসমীয়া অলংকাৰ আহোম শাসন কালতে গঢ় লৈ উঠে৷৷ আগৰ দিনত ভাৰতৰ আন ঠাইৰ দৰে কাঁচ বা পিতলৰ অলংকাৰ পিন্ধা নহৈছিলেই৷ দৈনন্দিন ব্যৱহাৰত মধ্যবিত্ত অসমীয়া নাৰীয়ে বগা বা ৰঙা পোৱালমণিৰে গঁথা বেনা, ডুগডুগী, চিতিপতি, গলপতা আদি…
-
সাধনা মহিলা সংঘ
সাধনা মহিলা সংঘ বাংগালোৰৰ এটা বেচৰকাৰী সংগঠন। তেওঁলোকে মূলতঃ যৌন কৰ্মীসকলক সমৰ্থন কৰে। কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ সময়ত তেওঁলোকে গ্ৰাহকৰ অভাৱত ভোগা যৌন কৰ্মীসকলৰ মাজত খাদ্য সামগ্ৰীৰ যোগান ধৰিছিল।
-
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধা
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধাৰ (Women warriors in literature and culture) চিত্ৰণ ইতিহাস, সাহিত্য অধ্যয়ন, চলচ্চিত্ৰ অধ্যয়ন, লোককথাৰ ইতিহাস, পৌৰাণিক কাহিনীৰ অধ্যয়নৰ বিষয়।
-
সাৱিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়
সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয় বা চমুকৈ SPPU পূৰ্বতে পুনে বিশ্ববিদ্যালয় নামেৰে জনাজাত ভাৰতৰ পুনে চহৰত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৪৯ চনত প্ৰতিষ্ঠা হোৱা এইখন গণেশখণ্ডৰ আশে-পাশে ৪১১ একৰ (১.৬৬ কিলোমিটাৰ বৰ্গমিটাৰ) চৌহদত বিস্তৃত। বিশ্ববিদ্যালয়খনত ৪৬টা শৈক্ষিক বিভাগ আছে।
-
সিংজু
সিংজু (Singju) ভাৰতৰ মণিপুৰ ৰাজ্যত প্ৰচলিত এবিধ জনপ্ৰিয় পাৰম্পৰিক ব্যঞ্জন। ইয়াৰ উৎপত্তি মূলতঃ মেইতেই সংস্কৃতিৰ পৰা হৈছিল যদিও মণিপুৰৰ বেছিভাগ সম্প্ৰদায় আৰু উত্তৰ-পূব ভাৰতৰ কিছুমান চুবুৰীয়া ৰাজ্যত ইয়াক ব্যাপকভাৱে গ্ৰহণ কৰা হৈছে। প্ৰায়ে মছলাযুক্ত গৌণ ব্যঞ্জন হিচাপে পৰিৱেশন কৰা হয়।
-
সিন্ধী বিৰিয়ানী
সিন্ধি বিৰিয়ানী হৈছে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ পৰা উৎপত্তি হোৱা এক বিশেষ মাংস আৰু চাউলেৰে তৈয়াৰী বিৰিয়ানী খাদ্য ৷ পাকিস্তানী খাদ্য আৰু সিন্ধী খাদ্যৰ অন্যতম ব্যৱহৃত তথা জনপ্ৰিয় খাদ্য এইবিধ।
-
সুকুটি
সুকুটি নেপালৰ নেপালী মূলৰ শুকান মাংস উৎপাদন, ভাৰত আৰু তিব্বতৰ হিমালয় অঞ্চলতো খোৱা হয়। সাধাৰণতে ম’হ, ভেড়া পোৱালি বা ছাগলীৰ মাংসৰপৰা তৈয়াৰ কৰা হয়। সুকুতি লিম্বু জনগোষ্ঠীৰ এটা প্ৰধান খাদ্য আৰু লিম্বু ভাষাত ইয়াক সাখেক্য বুলি জনা যায়।
-
সুকুমাৰ কলা পৰিষদ, অসম
সুকুমাৰ কলা পৰিষদ, অসম (ENG: SUKUMAR KALA PARISHAD, ASSAM) আবৃত্তি আৰু সূত্ৰধাৰ(Anchoring)ৰ মাধ্যমেৰে অসমীয়া ভাষা- সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ২০০৭ চনত জন্ম হোৱা এটা স্বেচ্ছাসেৱী সংগঠন। বৰ্তমানে অসমৰ বিভিন্ন ঠাইত ইয়াৰ বহুকেইটা শাখা আৰু প্ৰশিক্ষণ বিদ্যালয় আছে।
-
সুপিনিয়া ক্লাংনাৰং
সুপিনিয়া ক্লাংনাৰং (Supinya Klangnarong; জন্ম ১৯৭৬) এগৰাকী থাইলেণ্ডৰ মাধ্যমৰ অধিকাৰ কৰ্মী আৰু বৰ্তমান 'কেম্পেইন ফৰ পপুলৰ মিডিয়া ৰিফৰ্ম' (CPMR)-ৰ উপ-সভানেত্ৰী। তেওঁ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰ কলা শাখাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
-
সুমন (খাদ্য)
সুমন, বা বাডবাড,: Suman, or budbud, হৈছে ফিলিপাইনছৰ পৰা উৎপত্তি হোৱা এটা দীঘলীয়া চাউলৰ পিঠা। ইয়াক নাৰিকল গাখীৰত ৰন্ধা আঠাযুক্ত চাউলৰ পৰা তৈয়াৰ কৰা হয়, প্ৰায়ে কলৰ পাত, নাৰিকল পাত, বা বুলি বা বুৰি পাম (Crypha) পাতত মেৰিয়াই ভাপত তিয়াই লোৱা হয়। সাধাৰণতে চেনি ছটিয়াই বা লাটিক ভৰাই খোৱা হয়।
-
সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ
সুষমা স্বৰাজ ইনষ্টিটিউট অৱ ফৰেইন চাৰ্ভিচ ( SSIFS) হৈছে নতুন দিল্লীৰ অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান, য'ত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলক প্ৰশিক্ষণ দিয়া হয়। এই প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনত কাম কৰে।
-
সেকুৱা
সেকুৱা হৈছে নেপালীৰ পৰম্পৰাগত খাদ্য য’ত মাংসখিনি মচলাৰ মিশ্ৰণত মেৰিনেট কৰি তাৰ পিছত মুকলি শিখা বা কয়লাৰ জুইৰ শিখাৰ ওপৰত সেকি ধোঁৱাময়, চহকী সোৱাদ দিয়া হয় মাংসখিনি।
-
সোৰায়া পাৰ্লিকা
সোৰায়া পাৰ্লিকা (Soraya Parlika, ১৯৪৪-২০১৯) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ (পিপলছ ডেম'ক্ৰেটিক পাৰ্টি অৱ আফগানিস্তান) আছিল। ১৯৭৮ চনত আৰু ১৯৭৯–১৯৮১ চনত আফগানিস্তানৰ ডেম’ক্ৰেটিক উইমেনছ অৰ্গেনাইজেচন (DOAW)ৰ অধ্যক্ষ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
সৌৰ মা
সৌৰ মা (Solar Mamas) হ'ল ভাৰতৰ বেয়াৰফুট কলেজত সৌৰ কাৰ্যসূচীৰ কাৰিকৰী বিদ্যাবিদ হিচাপে হাতে কামে প্ৰশিক্ষণ লোৱা বিভিন্ন দেশৰ মহিলাসকলক দিয়া মৰমতে দিয়া নাম।
-
স্তন কেন্সাৰ সজাগতা মাহ
স্তন কেন্সাৰ সজাগতা মাহ (Breast Cancer Awareness Month or BCAM) বা ৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহ (National Breast Cancer Awareness Month or NBCAM) হৈছে প্ৰতি অক্টোবৰ মাহত স্তন কেন্সাৰৰ প্ৰধান দাতব্য সংস্থাসমূহে স্তন কেন্সাৰ সজাগতা, এই ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি আৰু ইয়াৰ কাৰণ, প্ৰতিৰোধ, নিদান,…