সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভাৰতীয় শুষ্ক বন গৱেষণা প্ৰতিষ্ঠান
শুষ্ক বন গৱেষণা প্ৰতিষ্ঠান (ICFRE-AFRI) ভাৰতৰ ৰাজস্থানৰ যোধপুৰত অৱস্থিত এটা গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোৱে ৰাজস্থান আৰু গুজৰাটৰ গৰম, শুষ্ক, আৰু অৰ্ধশুষ্ক অঞ্চলত গছ-গছনি বৃদ্ধি আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বনজ সম্পদৰ বৈজ্ঞানিক গৱেষণা কৰে।
-
ভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলা
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সকলো শাখাতে যুদ্ধৰ ভূমিকাত মহিলাৰ অংশগ্ৰহণ আছে। মহিলাসকলক যুদ্ধ সেৱা আৰু তত্ত্বাৱধায়ক ভূমিকাত (অফিচাৰ হিচাপে) অনুমতি দিয়া হৈছে। ভাৰতীয় বায়ুসেনাত ১৩.০৯% (২০১৮) আৰু ৮.৫০% (২০১৪) মহিলা আছিল; ভাৰতীয় নৌসেনা ৬% (২০১৮) আৰু ৩% (২০১৪); ভাৰতীয় সেনা ৩.৮০% (২০১৮) আৰু ৩% (২০১৪)।
-
ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদ
ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদ (আইচিচিআৰ) হৈছে ভাৰত চৰকাৰৰ অধীনস্থ এটা স্বায়ত্তশাসিত সংস্থা, যিয়ে অন্যান্য দেশ আৰু সিহঁতৰ জনসাধাৰণৰ সৈতে সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে ভাৰতৰ বিশ্বব্যাপী সাংস্কৃতিক সম্পৰ্ক উন্নীত কৰে।
-
ভাৰ্জিনিয়া কাৰ্টাৰ
ভাৰ্জিনিয়া কাৰ্টাৰ(Virginia Carter; ১৮ নৱেম্বৰ ১৯৩৬ – ১৭ অক্টোবৰ ২০২৪)কানাডাত জন্মগ্ৰহণ কৰা এগৰাকী পদাৰ্থবিজ্ঞানী আৰু মনোৰঞ্জনৰ কাৰ্যবাহী আছিল।
-
ভাৰ্টিকা সিং
ভাৰ্টিকা ব্ৰিজ নাথ সিং এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। যিয়ে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০১৯ খিতাপ লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ৬৮ সংখ্যক সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ভিয়েটনামী সুৰা
ভিয়েটনামী সুৰা হৈছে ভিয়েটনামত উৎপাদিত সুৰা। প্ৰথমে ফৰাচী ঔপনিৱেশিক কালত ঊনবিংশ শতিকাৰ শেষৰ ফালে এই অঞ্চলত ভিটিকালচাৰ বা আঙুৰৰ খেতি কৰা হৈছিল। ফৰাচী ঔপনিৱেশিকসকল ভিটিছ ভিনিফেৰা অৰ্থাৎ সাধাৰণতে পোৱা আঙুৰৰ প্ৰতি অভ্যস্ত আছিল আৰু অঞ্চলটোৰ ক্ৰান্তীয় জলবায়ু ইয়াৰ বাবে অনুকূল নাছিল।
-
ভিলালা
ভিলালা (Bhilala) হ’ল মূলতঃ মধ্য প্ৰদেশ আৰু মধ্য ভাৰতৰ মালৱা আৰু নিমাৰ অঞ্চলত পোৱা এক খিলঞ্জীয়া জনজাতীয় সম্প্ৰদায়। তেওঁলোকৰ মুঠ জনসংখ্যা প্ৰায় ১,৫০,০০০ বুলি অনুমান কৰা হৈছে, যাৰ বেছিভাগেই নিমাৰৰ কাষৰীয়া ভোপৱাৰ এজেঞ্চীত বাস কৰে।
-
ভিষ্টি
ভিষ্টি বা বাহিষ্ঠী উত্তৰ ভাৰত, পাকিস্তান আৰু নেপালত পোৱা এটা মুছলমান জনগোষ্ঠী বা বিৰাদাৰী। তেওঁলোক আব্বাছি, বাহিষী আব্বাচী, শ্বেখ আব্বাছি আৰু ছাক্কা নামেৰেও পৰিচিত। তেওঁলোকে প্ৰায়ে আব্বাছি বা শ্বেখ আব্বাছি উপাধি ব্যৱহাৰ কৰে। ভিষ্টিসকলে পৰম্পৰাগতভাৱে পানীভাৰী হিচাপে কাম কৰিছিল।
-
ভূঞ্জিয়া
ভূঞ্জিয়াসকল হ’ল ভাৰতত বসবাস কৰা এক নৃতাত্ত্বিক গোট যিসকল মূলতঃ ওড়িশা আৰু ছত্তীছগঢ়ৰ সুনবেড়া মালভূমিত বাস কৰে। তেওঁলোকক বেছিভাগেই নুৱাপাডা জিলাত পোৱা যায়, যি প্ৰায় ২২° ৫৫′ উত্তৰ আৰু ২১° ৩০′ উত্তৰ অক্ষাংশ আৰু ৮২° ৩৫′ পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত।
-
ভূটানত শিক্ষা
ভূটানত শিক্ষা বুলি ক'লে ভূটানৰ শিক্ষা-ব্যৱস্থাক বুজায়। উগিয়েন ৱাংচুকৰ (২০০৭–২৫) ৰাজত্বকালত ভূটানত পশ্চিমীয়া শৈলীৰ শিক্ষাৰ প্ৰচলন হৈছিল। ১৯৫০ চনলৈকে হা আৰু বুমথাঙৰ ব্যক্তিগত বিদ্যালয়ৰ বাহিৰে ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একমাত্ৰ আনুষ্ঠানিক শিক্ষা আছিল বৌদ্ধ মঠ।
-
ভৈৰৱী ব্ৰাহ্মণী
ভৈৰৱী ব্ৰহ্মণী (১৮৬১–১৮৭৩) এগৰাকী বঙালী হিন্দু তপস্বী, গুৰু আৰু যোগেশ্বৰী আছিল। তেওঁ হিন্দু ৰহস্যবাদী ৰামকৃষ্ণক নিৰ্দেশ দিছিল আৰু তেওঁক বৈষ্ণৱতন্ত্ৰ ৰ দীক্ষা দিছিল।
-
ভৰি বান্ধি ৰখা
ভৰি বান্ধি ৰখা বা ভৰি বান্ধি দিয়া (Foot Binding) চীনৰ প্ৰথা আছিল। এই প্ৰথাত সৰু ছোৱালীৰ ভৰিৰ আকৃতি আৰু আকাৰ সলনি কৰিবলৈ টানকৈ বান্ধি থোৱা হৈছিল। পৰিৱৰ্তিত পদযুগলক পদ্ম পদ বুলি জনা গৈছিল আৰু এই ভৰিৰ বাবে নিৰ্মিত জোতাক পদ্ম জোতা বুলি জনা গৈছিল।
-
মংগায়াৰকাৰছিয়াৰ
দক্ষিণ ভাৰতত পূজনীয় ৬৩ জন নয়নমাৰ বা পৱিত্ৰ শৈৱী সন্তৰ ভিতৰত মংগায়াৰকাৰছিয়াৰ (তামিল:மங்கையர்க்கரசியார்) অন্যতম আছিল। এই বিশিষ্টতা লাভ কৰা একমাত্ৰ তিনিগৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম।
-
মংগোলিয়াৰ নাৰী
এছিয়াৰ আন বহু সমাজৰ মহিলাতকৈ মংগোলীয় নাৰীৰ সামাজিক মৰ্যাদা বেছি আছিল যদিও তেওঁলোকক গৰু আৰু সম্ভৱতঃ ঘোঁৰা চৰাবলৈ অক্ষম বুলি গণ্য কৰা হৈছিল। মংগোলিয়াৰ মহিলাসকলে পৰিয়াল আৰু অৰ্থনৈতিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
মক্কি কি ৰোটি
মক্কি কি ৰোটি ( Makki ki roti) হৈছে কুঁহিয়াৰৰ গুড়ি (কুঁহিয়াৰৰ আটা)ৰ পৰা তৈয়াৰী চেপেটা খমিৰবিহীন ৰুটি। ভাৰত উপমহাদেশৰ বেছিভাগ ৰুটিৰ দৰে ইয়াক টাৱাত সেকা হয়।
-
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দৰং জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। দৰং জিলাৰ এই আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠানখনিৰ লাইখুটা স্থাপিত হৈছিল ১৯০৩ চনৰ আগষ্ট মাহৰ কোনো এক শনিবাৰে।
-
মছলা দোচা
মছলা দোচা (Masala dosa) কৰ্ণাটকৰ উডুপি চহৰৰ পৰা উৎপত্তি হোৱা দক্ষিণ ভাৰতৰ এক খাদ্য। ইখন চহৰৰ পৰা সিখন চহৰলৈ ৰেচিপিৰ মাজত পাৰ্থক্য থাকিলেও, মূল ৰেচিপিটো সাধাৰণতে সামান্য সিজোৱ চাউল, প'হা আৰু বিভিন্ন মাহজাতীয় শস্য (ক'লা চকা, পামাটি মাহ, চানা বা বুট)ৰ গুড়ি কৰি তিয়াই কৰা উপকৰণৰ পৰা আৰম্ভ হয় আৰু…
-
মটক জনগোষ্ঠীৰ গায়ন-বায়ন
মটক জনগোষ্ঠী হ'ল বৰ অসমৰ চাৰি পীঠৰ সৌমাৰ পীঠৰ স্বকীয় জীৱনশৈলীৰে ভৰপূৰ এটা অন্যতম প্ৰাচীন জনগোষ্ঠী। আন জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতিৰ লগত মটক জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি- নীতি মিল দেখিবলৈ পোৱা নাযায়। প্ৰধানত: মটক জনগোষ্ঠীৰ গায়ন-বায়ন অন্য জনগোষ্ঠীতকৈ পৃথক। মটক সকলৰ গায়ন-বায়ন ধৰ্মৰ এটা প্ৰধান অংগ।
-
মডেল অভিযান্ত্ৰিক মহাবিদ্যালয়, কোচি
গৱৰ্ণমেণ্ট মডেল ইঞ্জিনিয়াৰিং কলেজ (ইংৰাজী: Model Engineering College) বা চমুকৈ ‘এম.ই.চি.’ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোচিৰ থ্ৰিক্কাকাৰাত অৱস্থিত এটা চৰকাৰী ব্যয়-ভাগ-বটৰা সামৰ্থ্যৰে চলোৱা কাৰিকৰী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান।
-
মণি ৰাণী দাস
মণি ৰাণী দাস এগৰাকী বাংলাদেশী দলিত অধিকাৰ কৰ্মী। দলিত মহিলাৰ অধিকাৰৰ পোষকতা আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কাৰ্যনিৰ্বাহ কৰা তেওঁক প্ৰথমজন দলিত মহিলা হিচাপে নিযুক্তি পোৱা মহিলা হিচাপে জনা যায়।
-
মণ্টেনেগ্ৰোৰ নাৰী
মণ্টেনেগ্ৰোৰ মহিলাসকলে দক্ষিণ-পূব ইউৰোপৰ এখন দেশ মণ্টেনেগ্ৰোত বাস কৰে৷ এই অঞ্চলটোক সাধাৰণতে বাল্কন নামেৰে জনা যায়। তেওঁলোক দক্ষিণ স্লাভ নামেৰে জনাজাত এটা গোটৰ অন্তৰ্গত বুলি ঠাৱৰ কৰা হৈছে।মণ্টেনেগ্ৰোৰ মহিলাসকলৰ প্ৰাৰম্ভিক বৰ্ণনা ১৮৮০ চনৰ ৫ নৱেম্বৰত নিউয়ৰ্ক টাইমছৰ এটা স্তম্ভৰ পৰা আহিছে, য'ত কাকতখনে…
-
মদাহি জনগোষ্ঠী
মদাহি অসমৰ এটা জনগোষ্ঠী। মদাহি জনগোষ্ঠীৰ ইতিহাস, উৎপত্তি আৰু জাতিগত পৰিচয় সম্পৰ্কে বিভিন্ন মতামত পোৱা যায়। ১৯৬১ চনৰ অসমৰ লোকপিয়লৰ নথিত মদাহিক ৰাভা জনগোষ্ঠীৰ অন্তৰ্গত এটা গোট হিচাপে তালিকাভুক্ত কৰা হৈছিল।
-
মদিছাৰ
মদিছাৰ বা কোশৱম (மடிசார்) হৈছে তামিল ব্ৰাহ্মণ মহিলাসকলে শাৰী পিন্ধা এক সাধাৰণ পদ্ধতি। শাৰী আৰু ইয়াক বান্ধি ৰখা শৈলী প্ৰাচীন ভাৰতৰ পৰাই আৰম্ভ হয়, অন্ততঃ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় প্ৰথম শতিকাৰ মাজৰ সময়ছোৱালৈকে যেতিয়া অন্তৰীয় আৰু উত্তৰীয় কাপোৰ একত্ৰিত কৰি একক বস্ত্ৰ তৈয়াৰ কৰা…
-
মন্সুন মালাবাৰ
মন্সুন মালাবাৰ, যাক মনছুন মালাবাৰ বুলিও কোৱা হয়, কফিৰ বীনত প্ৰয়োগ কৰা এক প্ৰক্ৰিয়া। চপাই অনা কফিৰ বীজবোৰ বাৰিষাৰ বৰষুণ আৰু বতাহত প্ৰায় তিনিৰপৰা চাৰি মাহৰ বাবে তিতি থাকে, যাৰ ফলত বীনবোৰ ফুলি উঠে আৰু মূল এচিডিটি হেৰুৱাই পেলায়, যাৰ ফলত কাৰ্যতঃ নিৰপেক্ষ সোৱাদৰ মাত্ৰা পি এইচ ভৰসাম্যৰ সৈতে পোৱা যায়।
-
মহাৰাষ্ট্ৰৰ খাদ্য
মহাৰাষ্ট্ৰৰ খাদ্য (Maharashtrian cuisine) বা মাৰাঠী খাদ্য ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মাৰাঠী লোকসকলৰ খাদ্য। ইয়াৰ সুকীয়া বৈশিষ্ট্য আছে, আনহাতে অন্যান্য ভাৰতীয় খাদ্যৰ সৈতে বহুখিনি মিল আছে। পৰম্পৰাগতভাৱে মহাৰাষ্ট্ৰীয়সকলে তেওঁলোকৰ খাদ্যক আনতকৈ অধিক অতি সাধাৰণ আৰু সহজ বুলি গণ্য কৰে।
-
মহিলা উন্নয়ন অধ্যয়ন কেন্দ্ৰ
মহিলা উন্নয়ন অধ্যয়ন কেন্দ্ৰ হ'ল ভাৰতৰ দিল্লীৰ এটা বেচৰকাৰী সংস্থা। ১৯৮০ চনত লিংগ গৱেষণা আৰু সমাজ বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত মহিলাৰ স্থান আৰু কাৰ্যকলাপ আগুৱাই নিয়াৰ বাবে কাম কৰি থকা গৱেষক আৰু কৰ্মীৰ এটা দলে প্ৰতিষ্ঠা কৰিছিল। এই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰাটো বহুলাংশে ইয়াৰ প্ৰতিষ্ঠাপকসকলৰ অভিজ্ঞতাৰ ফল।
-
মহিলা গণমাধ্যম কেন্দ্ৰ
মহিলা গণমাধ্যম কেন্দ্ৰ (ইংৰাজী: Women's Media Center, সংক্ষেপে WMC) হৈছে ২০০৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত লেখিকা আৰু সমাজকৰ্মী জেন ফণ্ডা, ৰবিন মৰ্গান আৰু গ্ল'ৰিয়া ষ্টেইনমে প্ৰতিষ্ঠা কৰা এটা আমেৰিকান ৫০১(গ)(৩) শ্ৰেণীৰ অলাভজনক মহিলা সংস্থা।
-
মহিলা প্ৰযুক্তি সবলীকৰণ কেন্দ্ৰ
মহিলা প্ৰযুক্তি সবলীকৰণ কেন্দ্ৰ (W.TEC) হৈছে নাইজেৰিয়াৰ মহিলা আৰু ছোৱালীসকলৰ বাবে প্ৰযুক্তি শিক্ষা প্ৰদান কৰা এটা অলাভজনক সংস্থা। ডব্লিউ টি ই চিয়ে মহিলাসকলক সবলীকৰণৰ বাবে মেণ্টৰিং, প্ৰশিক্ষণ, প্ৰযুক্তি শিবিৰ, সজাগতা অভিযান, সহযোগিতামূলক প্ৰকল্প, আৰু গৱেষণা আৰু প্ৰকাশনকে ধৰি সেৱা আৰু কাৰ্যসূচী…
-
মহিলা প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
ড° এ পি জে আব্দুল কালাম মহিলা প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (Women's Institute of Technology) ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। ২০০৫ চনত স্থাপিত এইখন এআইচিটিই নতুন দিল্লী আৰু বিহাৰ চৰকাৰৰ অনুমোদিত ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়, দৰভংগাৰ সৈতে জড়িত।
-
মহিলাৰ মহাবিদ্যালয়
উচ্চ শিক্ষাৰ বাবে মহিলাৰ মহাবিদ্যালয়সমূহ হৈছে স্নাতক বা প্ৰাক-স্নাতক ডিগ্ৰী প্ৰদানকাৰী প্ৰতিষ্ঠান, প্ৰায়ে লিবাৰেল কলা মহাবিদ্যালয়, যাৰ শিক্ষাৰ্থীৰ সংখ্যা একান্তভাৱে আৰু কেৱল একান্তভাৱেই মহিলাৰে গঠিত।