সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাইনা মহিলা ফাউণ্ডেচন
মাইনা মহিলা ফাউণ্ডেচন (এম এম এফ) এটা ভাৰতীয় সংস্থা, যিয়ে ঋতুস্ৰাৱৰ দৰে নিষিদ্ধ বিষয়ৰ আলোচনাক উৎসাহিত কৰি, আৰু ছোৱালীক স্কুলত থাকিব পৰাকৈ কম খৰচী অনাময় সুৰক্ষা উৎপাদনৰ বাবে কৰ্মশালা স্থাপন কৰি মহিলাসকলক শক্তিশালী কৰে।
-
মাখন চাহ
মাখন চাহ ইয়াক "ভোজা " তিব্বতী চাহক "চা ছুমা",চীনা ভাষাত: ছুয়ু চা (酥油茶), জোংখাত ছু জা (মাখনযুক্ত চাহ), লাডাখী ভাষাত চা ছু-কান বা গুৰ গুৰ চা, আৰু শ্বেৰপা ভাষাত ছু চায়া বা ফে চায়া, নেপাল, ভূটান, ভাৰত, পাকিস্তান, বিশেষকৈ খাইবাৰ পখতুনখোৱা আৰু গিলগীত-বাল্টিস্তান, আফগানিস্তান, কাজাখস্তান, তাজিকিস্তান,…
-
মাচুদা খাতুন
মাচুদা খাতুন (বাংলা: মাসুদা খাতুন; ১৮৮৫–১৯২৬) এগৰাকী অগ্ৰণী বঙালী নাৰীবাদী আৰু ধৰ্মনিৰপেক্ষ চিন্তাবিদ আছিল। তেওঁ এগৰাকী সমাজ সংস্কাৰকো আছিল। তেওঁৰ কলমী নাম আছিল Mrs M Rahman।
-
মাছৰ পেটুৰ ব্যঞ্জন
মাছৰ পেটুৰ ব্যঞ্জন অসমীয়া লোকৰ এক জনপ্ৰিয় খাদ্য। প্ৰধানতঃ থলুৱা মাছৰ পেটু খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ইয়াক ভাজি বা পাতত দি প্ৰস্তুত কৰা হয় আৰু ভাতৰ লগত পৰিবেশন কৰা হয়।
-
মাঝী জাতি
মাঝী জাতি (Majhi people; বানানভেদে মাঝি বুলিও লিখা হয়), বা মাঝী জনগোষ্ঠী হʼল নেপালৰ অভ্যন্তৰীণ তেৰাই অঞ্চলৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। তেওঁলোকে মূলতঃ নদী আৰু জান-জুৰিৰ পাৰত বাস কৰে। মাছ ধৰা, নাও চলোৱা, জলকীয়া তৈয়াৰ কৰা আৰু খেতি-বাতি কৰা আদিয়েই তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ মূল উপায়।
-
মাতা সুন্দৰী মহিলা মহাবিদ্যালয়
মাতা সুন্দৰী কলেজ ফৰ ৱিমেন (Mata Sundri College for Women) চমুকৈ মাতা সুন্দৰী কলেজ বুলিও জনা যায়। এই মহাবিদ্যালয়খন দিল্লী বিশ্ববিদ্যালয়ৰ এটি সংহত মহাবিদ্যালয়। ১৯৬৭ চনত দিল্লীৰ শিখ গুৰুদ্বাৰ ব্যৱস্থাপনা সমিতিয়ে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল।
-
মাদাৰ টেৰেছা মহিলা বিশ্ববিদ্যালয়
মাদাৰ টেৰেছা মহিলা বিশ্ববিদ্যালয় (Mother Teresa Women's University) তামিলনাডু চৰকাৰৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু ই দক্ষিণ ভাৰতৰ পালানী পাহাৰৰ কোডাইকানালত অৱস্থিত। ১৯৮৪ চনত তামিলনাডু আইন ১৫ প্ৰণয়নৰ দ্বাৰা ইয়াৰ প্ৰতিষ্ঠা কৰা হয়। ই মহিলা অধ্যয়নৰ পৰামৰ্শদাতা সেৱা আৰু গৱেষণা নিৰীক্ষণ প্ৰদান কৰে।
-
মাদাৰহুড বিশ্ববিদ্যালয়
মাদাৰহুড বিশ্ববিদ্যালয় (MHU) ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ ৰূৰকীত অৱশ্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন উত্তৰাখণ্ড চৰকাৰ আইনৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে।
-
মানকাচৰ মহাবিদ্যালয়
মানকাচৰ মহাবিদ্যালয় (Mankachar College) অসমৰ মানকাচৰ চহৰৰ পৰা এক কিঃমিঃ দূৰত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জেহিৰুল ইছলামৰ লগতে মানকাচৰ অঞ্চলৰ কিছু উদ্যমী লোকৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন ১৯৭১ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল মিহিৰ দেৱ।
-
মানসী মোঘে
মানসী মোঘে (Manasi Moghe; জন্ম ২৯ আগষ্ট ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ২০১৩ চনৰ মিছ ডিভা ইউনিভাৰ্ছৰ মুকুট পিন্ধিছিল। আৰু ২০১৩ চনৰ ৯ নৱেম্বৰত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০১৩ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
মানি (আমাজনৰ কিম্বদন্তি)
টুপি লোককথাৰ পৰা উৎপত্তি হোৱা লোককাহিনীত মানি অতি উজ্জ্বল ৰঙৰ এগৰাকী থলুৱা ছোৱালীৰ নাম। আমাজনৰ কিংবদন্তিমতে মানিৰ সৈতে তেওঁৰ কবৰৰ পৰা ওলোৱা থলুৱা প্ৰধান খাদ্য মানিয়কৰ কাল্টৰ সৈতে সম্পৰ্ক আছে।
-
মাল মুছলমান
উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত পোৱা এটা মুছলমান সম্প্ৰদায় হৈছে মাল মুছলমান। হিন্দু মাল জাতিৰ পৰা মুছলমানলৈ ধৰ্মান্তৰিত। এই সম্প্ৰদায়টোক বেছাতি মাল বা চুৰিৱালা বুলিও কোৱা হয়। ভাৰত চৰকাৰ আৰু পশ্চিম বংগ চৰকাৰে মাল মুছলিমক অন্যান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত কৰিছে।
-
মালয়েছিয়াৰ নাৰী
মালয়েছিয়াৰ মহিলাসকলে আগবাঢ়ি যোৱাৰ, সিদ্ধান্ত লোৱাৰ, স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত আৰু আইনী বাধা আঁতৰোৱাৰ অধিকাৰ সম্পৰ্কে মালয়েছিয়া চৰকাৰৰ পৰা সমৰ্থন লাভ কৰে।
-
মালাই
মালাই এবিধ ঘনীভূত গাখীৰ। ইয়াৰ উৎপত্তি হৈছিল ভাৰতীয় উপমহাদেশত, যি মূলতঃ ভাৰতীয় উপমহাদেশীয় খাদ্যত ব্যৱহাৰ কৰা হয়, বিশেষকৈ মিঠাই তৈয়াৰ কৰাত ই এটা গুৰুত্বপূৰ্ণ উপাদান। ইয়াক একত্ৰিত নোহোৱা গাখীৰক প্ৰায় ৮০ ডিগ্ৰী চেলছিয়াছত এঘণ্টা গৰম কৰি তাৰ পিছত ঠাণ্ডা হ’বলৈ দি তৈয়াৰ কৰা হয়।
-
মালাবাৰ মাছৰ তৰকাৰী
মালবাৰ মাথী কাৰি (ইংৰাজী: Malabar matthi curry), যাক মাছৰ কাৰি বুলিও জনা যায়, কেৰেলাৰ এক পৰম্পৰাগত ব্যঞ্জন। এই খাদ্যবিধ সাধাৰণতে কেৰেলা শৈলীৰ ঝোলত মাছ আধা সিজাই প্ৰস্তুত কৰা হয়, য’ত বিভিন্ন মচলা আৰু পাচলি যেনে ভেন্দি বা পিঁয়াজ আদি ব্যৱহাৰ কৰা হয়।
-
মালালা ফাণ্ড
মালালা ফাণ্ড (Malala Fund) ছোৱালীৰ শিক্ষাৰ বাবে ওকালতি কৰা এক আন্তৰ্জাতিক, অলাভজনক দাতব্য সংগঠন। ইয়াক মহিলা শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পাকিস্তানী কৰ্মী আৰু কনিষ্ঠতম ন'বেল বঁটা বিজয়ী মালালা ইউছুফজাই আৰু তেওঁৰ দেউতাক জীয়াউদ্দীন ইউছুফজাইয়ে প্ৰতিষ্ঠা কৰিছিল।
-
মাল্টো জনগোষ্ঠী
মাল্টো (Malto) বা ম্যালেৰ লোকসকল হ’ল উত্তৰ-পূব ছোটনাগপুৰ মালভূমিৰ ৰাজমহল পাহাৰৰ এটা দ্ৰাবিড় জনজাতীয় গোট। তেওঁলোকক পহাৰীয়া বুলিও জনা যায়। তেওঁলোকক তিনিটা উপ-গোটত বিভক্ত কৰা হৈছে: মাল পাহাৰীয়া, সৌৰিয়া পাহাৰীয়া আৰু কুমাৰভাগ পাহাৰীয়া।
-
মাৰিয়া আল-মাছানী
মাৰিয়া আল-মাছানী (Maria Al-Masani,জন্ম-১৯৮৪) এগৰাকী য়েমেন আৰু কানাডাৰ ফেশ্বন ডিজাইনাৰ আৰু জনসংযোগৰ কাৰ্যবাহী যিয়ে মানৱ অধিকাৰ উলংঘাৰ লিপিবদ্ধ কৰা ব্লগ য়েমেন ৰাইটছ মনিটৰৰ সহ-প্ৰতিষ্ঠাপক আছিল। ২০১২ চনত চিএনএনৰ ইনছাইড মিডল ইষ্টে তেওঁক আঠজন 'পৰিৱৰ্তনৰ এজেণ্ট'ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে৷
-
মাৰিয়া বাশ্বিৰ
মাৰিয়া বাশ্বিৰ (Maria Bashir) তেখেত আফগানিস্তানত বাস কৰা এগৰাকী প্ৰচিকিউটৰ আৰু দেশখনত এনে পদত অধিষ্ঠিত হোৱা একমাত্ৰ মহিলা৷ আফগান অসামৰিক সেৱাৰ সৈতে পোন্ধৰ বছৰতকৈ অধিক অভিজ্ঞতাৰে সমৃদ্ধ হৈ তেওঁ তালিবান, দুৰ্নীতিগ্ৰস্ত আৰক্ষী, মৃত্যুৰ ভাবুকি, ব্যৰ্থ হত্যাৰ চেষ্টা - এই সকলোবোৰ দেখিছে।
-
মাৰুলা (কবি)
মাৰুলা (ত্ৰয়োদশ শতিকা বা তাৰ আগৰ) ভাৰতৰ এগৰাকী সংস্কৃত ভাষাৰ কবি। শাৰংগধাৰৰ পদ্ধতি আৰু জলহনাৰ সুক্তি-মুক্তাৱলীকে ধৰি মধ্যযুগৰ আৰম্ভণিৰ সংস্কৃত সংকলনসমূহত তেওঁৰ শ্লোকসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
-
মাৰ্থা কুৱে কুমছা
মাৰ্থা কুৱে কুমছা (Martha Kuwee Kumsa) এগৰাকী নাৰীবাদী আৰু কানাডাৰ উইলফ্ৰিড ল'ৰিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, অৰোমো সংস্কৃতি আৰু সাংস্কৃতিক আৰু অনুপ্ৰৱেশকাৰী পৰিচয়ৰ বিশেষজ্ঞ।
-
মিচিং জনগোষ্ঠীৰ উপাধিসমূহ
মিচিং জনগোষ্ঠী বড়োসকলৰ পিছতেই অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী। মিচিং জনগোষ্ঠীৰ লোক অসমৰ লগতে অৰুণাচল ৰাজ্যতো বসবাস কৰি আছে। তেওঁলোকৰ ভালেমান উপাধি দেখিবলৈ পোৱা যায়। তেওঁলোকৰ একে উপাধি আৰু একে গু:মৃন অৰ্থাৎ একে গোত্ৰ দেৱতাৰ অন্তৰ্গত উপাধিৰ মাজৰ বিবাহ সম্পন্ন নহয়।
-
মিচিং জনগোষ্ঠীৰ সাজপাৰ
মিচিং জনগোষ্ঠী হৈছে বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। প্ৰত্যেক জনজাতিৰ দৰেই মিছিংসকলো নিজস্ব লোক-সংস্কৃতি আছে। মিচিং পৰম্পৰাগত সাজপাৰৰ 'গামিগ'(ফুল) ৰ আৰ্হি আৰু ৰঙৰ সংমিশ্ৰণ বিশ্বৰ ভিতৰতেই লেখত ল'বলগীয়া বুলি গণ্য কৰা হয়।
-
মিছ আমেৰিকা প্ৰটেষ্ট
মিছ আমেৰিকা প্ৰটেষ্ট ১৯৬৮ চনৰ ৭ ছেপ্টেম্বৰত আমেৰিকাৰ আটলাণ্টিক চিটিত সংঘটিত এক নাৰীবাদী প্ৰতিবাদ। ই আছিল মিছ আমেৰিকা ১৯৬৯ প্ৰতিযোগিতাৰ বিৰুদ্ধে প্ৰায় নাৰীবাদী আৰু নাগৰিক অধিকাৰৰ হকে মাত মতা ব্যক্তিয়ে অংশগ্ৰহণ কৰা এক বিক্ষোভ।
-
মিছ এছিয়া পেচিফিক ৱৰ্ল্ড
মিছ এছিয়া পেচিফিক ৱৰ্ল্ড (ইংৰাজী: Miss Asia Pacific World) হ’ল দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা এখন বছৰেকীয়া সৌন্দৰ্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন স্থান নিৰ্ধাৰণ, ঘোচ আৰু স্তন বৃদ্ধিৰ অস্ত্ৰোপচাৰৰ দৰে বহুতো বিতৰ্কৰ মাজত সোমাই পৰিছে।
-
মিছ টিন ডিভা
মিছ টিন ডিভা (Miss Teen Diva) হ'ল ভাৰতৰ এক ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতা যিয়ে বছৰি মিছ টিন ইণ্টাৰনেশ্যনেল, মিছ টিন ৱৰ্ল্ড, মিছ টিন ইউনিভাৰ্ছ, মিছ টিন আৰ্থ, মিছ টিন মাল্টিনেশ্যনেল আৰু মিছ টিন গ্ৰেণ্ড পেজেণ্টত অংশগ্ৰহণৰ বাবে প্ৰতিনিধি নিৰ্বাচন কৰে।
-
মিছ মণিপুৰ
মিছ মণিপুৰ বা মিছ মণিপুৰ কুইন (Miss Manipur) হৈছে মণিপুৰস্থিত মিছ মণিপুৰ কমিটি (এমএমচি)ৰ দ্বাৰা পৰিচালিত বাৰ্ষিক সৌন্দৰ্য্য প্ৰতিযোগিতা। ই উত্তৰ-পূব ভাৰতৰ সৌন্দৰ্য্য প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম।ইয়াৰ সহ-অস্তিত্ব আছে ফেমিনা মিছ ইণ্ডিয়া মণিপুৰ, মিছ কাংগলেইপাক আৰু মিছ মিটেই চানুৰ সৈতে।প্ৰতি বছৰে…
-
মিছ ৱাও
মিছ ৱাও হৈছে গুজৰাটৰ চুৰাটত অনুষ্ঠিত হোৱা এটা বাৰ্ষিক সৌন্দৰ্য প্ৰতিযোগিতা। ইয়াৰ উদ্দেশ্য হৈছে সৌন্দৰ্যৰ লগতে বুদ্ধিমত্তা আৰু সামাজিক সচেতনতা থকা মহিলাসকলক সন্মানিত কৰা, যিসকলে সমাজক প্ৰেৰণা, শক্তি আৰু সংযোগ প্ৰদান কৰিব পাৰে।
-
মিছুৱা
মিছুৱা (মিছৱা বুলিও বানান কৰা হয়) হৈছে ঘেঁহুৰ আটাৰ পৰা তৈয়াৰী এক অতি পাতল ধৰণৰ নুডল। পূব আৰু দক্ষিণ-পূব এছিয়াত বিশেষকৈ ফিলিপাইনছ, টাইৱান, মালয়েছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ, ভিয়েটনাম, ব্ৰুনাই আৰু থাইলেণ্ডত ই সাধাৰণ। মিছুৱা নুডলছ অতি সুক্ষ্ম আৰু দুমিনিটতকৈও কম সময়ৰ ভিতৰত ৰান্ধিব পাৰি।
-
মিজো খাদ্যাভ্যাস
মিজো খাদ্য বা মিজো খাদ্যাভ্যাস হৈছে মিজো জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যাভ্যাস আৰু ৰন্ধনপ্ৰণালী। মিজোসকলে পৰম্পৰাগতভাৱে মূল আহাৰ হিচাপে ভাত খায়।