মিচিং জনগোষ্ঠী বড়োসকলৰ পিছতেই অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী। মিচিং জনগোষ্ঠীৰ লোক অসমৰ লগতে অৰুণাচল ৰাজ্যতো বসবাস কৰি আছে। তেওঁলোকৰ ভালেমান উপাধি দেখিবলৈ পোৱা যায়। তেওঁলোকৰ একে উপাধি আৰু একে গু:মৃন অৰ্থাৎ একে গোত্ৰ দেৱতাৰ অন্তৰ্গত উপাধিৰ মাজৰ বিবাহ সম্পন্ন নহয়।
উপাধিসমূহ
মিৰি
যিহেতু তেওঁলোকক মিৰি নামেৰেও জনা যায়। সেইয়ে মিৰি উপাধিও লিখে।
মিৰি উপাধিৰ উল্লেখযোগ্য ব্যক্তি:
মিলি
মিলি উপাধি মিচিং জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰা আন এক উপাধি। মিলি উপাধিৰ লোক মিচিংসকলৰ 'বমি' নামৰ গু:মৃন বা গোত্ৰ দেৱতাৰ অন্তৰ্গত এক উপাধি। 'বমি' গু:মৃনৰ অন্তৰ্গত উপাধিকেইটা হ'ল― মিলি, কুলি, কুটুম আৰু কামান।
মিলি উপাধিৰ উল্লেখযোগ্য ব্যক্তি:
দলে: (দলে)
দলে মিচিং জনগোষ্ঠীৰ আন এক উপাধি।
দলে উপাধিৰ উল্লেখযোগ্য ব্যক্তি:
পে:গু (পেগু)
পেগু উপাধি মিচিং জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰা আন এক উপাধি। পেগু উপাধিৰ লোক মিচিংসকলৰ 'কন্দাৰ' নামৰ গু:মৃন বা গোত্ৰ দেৱতাৰ অন্তৰ্গত এক উপাধি। 'কন্দাৰ গু:মৃনৰ অন্তৰ্গত উপাধিকেইটা হ'ল― পেগু, পাটগিৰি, আৰু মেধি।
পেগু উপাধিৰ উল্লেখযোগ্য ব্যক্তি:
পায়েং
পায়েং উপাধিৰ উল্লেখযোগ্য ব্যক্তি:
টাইড
টাইড উপাধিৰ উল্লেখযোগ্য ব্যক্তি:
পা:দুন (পাদুন))
পাদুন উপাধিৰ উল্লেখযোগ্য ব্যক্তি:
নৰহ
নৰহ উপাধিৰ উল্লেখযোগ্য ব্যক্তি:
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচিং জনগোষ্ঠীৰ উপাধিসমূহ” প্ৰবন্ধৰ সংশোধন ৬১৪৮০৬ (২৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।