অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প্ৰেম জনমে জনমে

প্ৰেম জনমে জনমে (Prem Janame Janame) ১৯৯১ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। যাদৱ চন্দ্ৰ দাস পৰিচালিত এই ছবিখন বি.এচ.বি. ফিল্মছৰ (অসম) বেনাৰত প্ৰযোজনা কৰিছিল বিপুল কলিতাই। মূল ভূমিকাত অভিনয় কৰিছিল বিজয় শংকৰ, বিদ্যা ৰাও আৰু পৰেশ গোস্বামী ডেইজী ৰাজখোৱাই।সংগীত ৰিদীপ দত্তৰ।

হালনাগাদ: ২৭ আগষ্ট ২০২৩ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

প্ৰেম জনমে জনমে (Prem Janame Janame) ১৯৯১ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। যাদৱ চন্দ্ৰ দাস পৰিচালিত এই ছবিখন বি.এচ.বি. ফিল্মছৰ (অসম) বেনাৰত প্ৰযোজনা কৰিছিল বিপুল কলিতাই। মূল ভূমিকাত অভিনয় কৰিছিল বিজয় শংকৰ, বিদ্যা ৰাও (অভিনেত্ৰী) আৰু পৰেশ গোস্বামী ডেইজী ৰাজখোৱাই।সংগীত ৰিদিপ দত্তৰ।১

কাহিনীৰ সাৰাংশ

এয়া এহাল যুৱক-যুৱতীৰ প্ৰেম কাহিনী। ভিন্নধৰ্মী যুৱক-যুৱতীহালৰ প্ৰেমৰ পথ সুন্দৰ; কিন্তু এই পথতো লুকাই আছিল কিছুমান কাঁইট। যিয়ে দুঃসহ কৰি দিয়ে দুয়োৰো জীৱন। এদিন কালৰাত্ৰিৰ অৱসান ঘটিল। মিলনৰ ক্ষণ এতিয়া সমাগত। কিন্তু সকলো কথাই জানো মানুহে ভবাৰ দৰেই হয়?১

অভিনয় শিল্পী

  • বিজয় শংকৰ
  • বিদ্যা ৰাও (অভিনেত্ৰী)
  • পৰেশ গোস্বমী
  • ডেইজী ৰাজখোৱা
  • চম্পক শৰ্মা
  • আশীষ শইকীয়া
  • জ্যোতিষ শৰ্মা
  • বুলু বৰকটকী
  • বিউটি সভাপণ্ডিত
  • বন্দিতা বৰা
  • দেৱ কুমাৰ দাস
  • কুমুদ বৰদলৈ
  • হৰেন কলিতা
  • মৃণালিনী কলিতা১

সংগীত

ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰিদীপ দত্তই। গীত লিখিছে যাদৱ চন্দ্ৰ ডেকা আৰু ললিত চন্দ্ৰ নাথে। কণ্ঠদান কৰিছে মহানন্দ মজিন্দাৰ বৰুৱা, ৰিদিপ দত্ত, দিলু হাজৰিকা, জোতিৰ্ময় দেৱনাথ, অণিমা চৌধুৰী, মিতালী চৌধুৰী আৰু সন্ধ্যা মেননে।১

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 368

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৯১ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেম জনমে জনমে” প্ৰবন্ধৰ সংশোধন ৩৭৫৮৫৮ (২৭ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।