অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সাগৰলৈ বহু দূৰ

সাগৰলৈ বহুদূৰ (Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।

হালনাগাদ: ১৪ মে’ ২০২৫ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সাগৰলৈ বহুদূৰ (Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।

কাহিনীৰ সাৰাংশ

চলচ্চিত্ৰখনৰ কাহিনী এজন নাৱৰীয়াৰ ওপৰত কেন্দ্ৰিত। পোৱাল হৈছে দিহিং নদীৰ পাৰৰ নেমুগুৰি গাঁৱৰ এজন নাৱৰীয়া। নদীখনৰ ওপৰত দলঙ নথকালৈকে নাও চলাই তেওঁ জীৱন-নিৰ্বাহ কৰি আছিল। তেওঁলোকৰ পৰিয়ালৰ কেইবাটাওপ্ৰজন্মই দিহিং নদীত নাও চলাই আহিছে। যেতিয়া চৰকাৰে নদীখনৰ ওপৰত দলঙ নিৰ্মাণৰ যো-জা কৰে, তেতিয়া তেওঁৰ জীৱনত বহু পৰিৱৰ্তন ঘটে।১

অভিনয়ত

বঁটা

  • অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৫)২
  • শ্ৰেষ্ঠ পৰিচালকৰ ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৫)
  • গেটজ পুৰস্কাৰ (GETZ Prize): ৩১তম চিকাগো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল )
  • প্ৰি ডুঁ পাব্লিক এৱাৰ্ড (Pri Do Public Award): শ্ৰেষ্ঠ চলচ্চিত্ৰ: নণ্ট ফিল্ম ফেষ্টিভেল, ফ্ৰান্স (Nantes Film festival)
  • বিষ্ণু খাৰঘৰীয়া উল্লিখিত, বিশ্ব শান্তি বঁটা (চিকাগ') (Special Mention for Bishnu Kharghoria, World Peace Prize (Chicago))
  • শ্ৰেষ্ঠ পৰিচালক (Brussels)
  • আন্তঃৰাষ্ট্ৰীয় FIPRESCI বঁটা (Singapore)
  • শ্ৰেষ্ঠ অভিনেতা (Singapore)
  • শ্ৰেষ্ঠ সঙ্গীত (Nantes), ভাৰতীয় পেন'ৰামা

কাৰিকৰী খুঁটি-নাটি

  • ফিল্ম: ৩৫ মিমি
  • পৰ্দাৰ অনুপাত: ১:১.৩৩

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Indian Panorama, IFFI 1996, Delhi
  2. ↑ 42nd National Film Festival. Directorate of Film Festivals

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰজাহ্নু বৰুৱা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাগৰলৈ বহু দূৰ” প্ৰবন্ধৰ সংশোধন ৫০৮৫৬১ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।