অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা

ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

হালনাগাদ: ৩০ জুলাই ২০২৩ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে১। তলৰ উল্লিখিত তালিকা্খনত ৰাজ্য অথবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিপৰীতে বিতং বিৱৰণ সন্নিবিষ্ট কৰা হ’ল।

চিহ্নসমূহ

চিহ্নঅৰ্থ
ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰাজ্য অথবা কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম
প্ৰতিষ্ঠা কৰা বৰ্ষযি বৰ্ষত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল সৃষ্টি হৈছিল
কেন্দ্ৰীয়শাসিত অঞ্চল প্ৰদৰ্শন
Sগ্ৰীষ্ম কালীন
Wশীত কালীন
Bবাজেট কালীন অধিবেশন

তালিকা

নং.ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলপ্ৰশাসনিক ৰাজধানীৰাজনৈতিক ৰাজধানীন্যায়িক ৰাজধানীপ্ৰতিষ্ঠা কৰা বৰ্ষপূৰ্বৰ ৰাজধানী
১আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জপৰ্ট ব্লেয়াৰপৰ্ট ব্লেয়াৰকলিকতা১৯৫৬কলিকতা (১৯৪৫–১৯৫৬)
২অন্ধ্ৰপ্ৰদেশহাইদৰাবাদহাইদৰাবাদহায়দ্ৰাবাদ (হায়দ্ৰাবাদ ৰাজ্য), কুৰনুল (অন্ধ্ৰ ৰাজ্য)১৯৫৬
৩অৰুণাচল প্ৰদেশইটানগৰইটানগৰগুৱাহাটী১৯৮৭
৪অসমদিছপুৰগুৱাহাটীগুৱাহাটী১৯৭৫শ্বিলং (১৮৭৪–১৯৭২)
৫বিহাৰপাটনাপাটনাপাটনা১৯৩৫
৬চণ্ডীগড়চণ্ডীগড়—চণ্ডীগড়১৯৬৬—
৭ছত্তীসগঢ়ৰায়পুৰৰায়পুৰবিলাসপুৰ২০০০—
৮দাদৰা আৰু নগৰ হাৱেলীচিলভাছা—মুম্বাই১৯৪৪মুম্বাই (১৯৫৪–১৯৬১) পানাজী (১৯৬১–১৯৮৭)
৯দমন আৰু দিউদমন—১৯৮৭আহমেদাবাদ (১৯৬১–১৯৬৩) পানাজী (১৯৬৩–১৯৮৭)
১০কেন্দ্ৰীয় শাসিত দিল্লীৰ ৰাজধানী অঞ্চলদিল্লীদিল্লীদিল্লী১৯৫২—
১১গোৱাপানাজীপৰ্ভৰিমমুম্বাই১৯৬১পানাজী (১৯৬১–১৯৮৭)
১২গুজৰাটগান্ধীনগৰগান্ধীনগৰআহমেদাবাদ১৯৬০আহমেদাবাদ (১৯৬০–১৯৭০)
১৩হাৰিয়ানাচণ্ডীগড়চণ্ডীগড়চণ্ডীগড়১৯৬৬—
১৪হিমাচল প্ৰদেশছিমলাছিমলাছিমলা১৯৭১বিলাসপুৰ (১৯৫০–১৯৫৬)
১৫জম্মু আৰু কাশ্মীৰশ্ৰীনগৰ (S) জম্মু (W)শ্ৰীনগৰ (S) জম্মু (W)১৯৪৮—
১৬ঝাৰখণ্ডৰাঁছীৰাঁছীৰাঁছী২০০০পাটনা
১৭কৰ্ণাটকবেংগালুৰুবেংগালুৰুবেংগালুৰু১৯৫৬
১৮কেৰালাতিৰুভন্থাপুৰমতিৰুভন্থাপুৰমকঁচি১৯৫৬
১৯লাক্ষাদ্বীপকভাৰাত্তিকভাৰাত্তিকঁচি
২০মধ্য প্ৰদেশভূপালভূপালজবলপুৰ১৯৫৬নাগপুৰ (১৮৬১–১৯৫৬)
২১মহাৰাষ্ট্ৰমুম্বাই নাগপুৰ (W/2nd)মুম্বাই (S+B) নাগপুৰ (W)মুম্বাই১৮১৮ ১৯৬০—
২২মণিপুৰইম্ফালইম্ফালগুৱাহাটী১৯৪৭—
২৩মেঘালয়শ্বিলংশ্বিলংগুৱাহাটী১৯৭০—
২৪মিজোৰামআইজলআইজলগুৱাহাটী১৯৭২—
২৫নাগালেণ্ডকহিমাকহিমাগুৱাহাটী১৯৬৩—
২৬ওড়িশাভূবনেশ্বৰভূবনেশ্বৰকটক১৯৪৮কটক (১৯৩৬–১৯৪৮)
২৭পুডুছেৰীপণ্ডিছেৰীপণ্ডিছেৰীচেনাই১৯৫৪চেন্নাই (১৯৪৮–১৯৫৪)
২৮পঞ্জাবচণ্ডীগড়চণ্ডীগড়চণ্ডীগড়১৯৬৬লাহোৰ (১৯৩৬–১৯৪৭) ছিমলা (১৯৪৭–১৯৬৬)
২৯ৰাজস্থানজয়পুৰজয়পুৰযোধপুৰ১৯৪৮—
৩০ছিক্কিমগেংটকগেংটকগেংটক১৯৭৫—
৩১তামিলনাডুচেনাইচেনাইচেনাই১৬৮৮—
৩২ত্ৰিপুৰাআগৰতলাআগৰতলাগুৱাহাটী১৯৫৬—
৩৩উত্তৰ প্ৰদেশলক্ষ্ণৌলক্ষ্ণৌপ্ৰয়াগৰাজ১৯৩৭—
৩৪উত্তৰাখণ্ডদেৰাডুনদেৰাডুননাইনিতাল২০০০—
৩৫পশ্চিমবংগকলিকতাকলিকতাকলিকতা১৯৪৭—

তথ্য সংগ্ৰহ

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Library of Congress 2004

সম্পৰ্কিত শ্ৰেণী

ভাৰত সম্পৰ্কীয় তালিকাভাৰতৰ ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৩৭২৭৫৯ (৩০ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।