অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ছত্তীসগঢ়

ছত্তীসগঢ় (छत्तीसगढ़) মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য।

হালনাগাদ: ৬ জুলাই ২০২৬ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ছত্তীসগঢ় (छत्तीसगढ़) মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্য প্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য।

ছত্তীসগড় ৰাজ্যৰ উত্তৰ-পশ্চিমে মধ্য প্ৰদেশ, পশ্চিমে মহাৰাষ্ট্ৰ, দক্ষিণে অন্ধ্ৰপ্ৰদেশ, পূবে ওড়িশা, উত্তৰ-পূবে ঝাৰখণ্ড আৰু উত্তৰে উত্তৰ প্ৰদেশ ৰাজ্য অৱস্থিত।

পূৰ্বীয় হিন্দী ভাষাৰ এক উপভাষা "ছত্তীসগঢ়ি" ভাষা ইয়াৰ প্ৰধান ভাষা আৰু হিন্দীৰ লগতে ৰাজ্যৰ চৰকাৰী ভাষাৰূপে স্বীকৃত।

জিলা

ক্ৰমকোডজিলাচহৰজন সংখ্য (২০০১)মাটিকালি (বৰ্গ কিমি)জনঘনত্ব (বৰ্গ কিমি)
1BAবস্তৰজগদল পূৰ13022531496887
2BIবিলাস পূৰবিলাস পূৰ19930428270241
3DAদন্তেবাডাদন্তেবাডা7190651753841
4DHধম্তাৰিধম্তাৰি7035693383208
5DUদুৰ্গদুৰ্গ28017578542328
6JAজশ পূৰজশ পূৰ7397805825127
7JCজঞ্জগিৰ - চম্পাজঞ্জগিৰ13161403848342
8KBকোৰ্বাকোৰ্বা10121216615153
9KJকোৰিয়াকোৰিয়া585455657889
10KKকন্কৈৰকন্কৈৰ6513336513100
11KWকবৰ্থাকবৰ্থা5846674237138
12MAমহাসমুন্দমহাসমুন্দ8601764779180
13RGৰায়গঢৰায়গঢ12650847068179
14RNৰাজনন্দগওৰাজনন্দগও12818118062159
15RPৰায় পূৰৰায় পূৰ300904213083230
16SUসুৰ্গুজাঅন্বিকা পূৰ197066115765125

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজ্যপোখালি (ভাৰত)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছত্তীসগঢ়” প্ৰবন্ধৰ সংশোধন ৬১৬০১২ (৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।