মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। এই ভাষাটো অসমৰ চৰকাৰী ভাষাও।১২৩ মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়। ভাৰতৰ সংবিধানত ভাষাটোক "মণিপুৰী ভাষা" হিচাপে গণ্য কৰা হৈছে। এই ভাষাক মেইতেই লোন, মেইতেই লোল, পাংগাল-লোল নামেৰেও জনা যায়।
লগতে পঢ়ক
তথ্যসূত্ৰ
- ↑ (2024-02-24). Assam recognises Manipuri as associate official language in four districts. Hindustan Times
- ↑ PTI. (2024-02-24). Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts. The Hindu
- ↑ (2024-02-24). Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেইতেই ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২২২৭ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।