সমৰ হাজৰিকা (Samar Hazarika) (born Samar Hazarika; 1947 – 13 January 2026)অসমৰ এজন আছিল কণ্ঠশিল্পী। প্ৰথিতযশা সংগীত শিল্পী ভূপেন হাজৰিকাৰ তেওঁ আছিল কনিষ্ঠ ভাতৃ। অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰিও তেওঁ বহু কেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।১২০২৬ চনৰ ১৭ জানুৱাৰীত অসম চৰকাৰে তেখেতক মৰণোত্তৰভাৱে "শিল্পী বঁটা" প্ৰদান কৰে।
১৯৬০ চনত সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৮ চনত তেওঁৰ প্ৰথম এলবাম "উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী" মুক্তি পাইছিল।
কণ্ঠদান কৰা চলচ্চিত্ৰ
তথ্যসূত্ৰ
- ↑ সোণালী গীত. ডি ডি অসম
- ↑ বাবুল দাস. (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 379
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমৰ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৬১৯০৭৪ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।