অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিতুল সোণোৱাল

জিতুল সোণোৱাল (Jitul Sonowal) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে বিভিন্ন বাদ্যযন্ত্ৰ যেনে গীটাৰ, কীবৰ্ড আদি বজাব পাৰে।

হালনাগাদ: ২৯ নৱেম্বৰ ২০২৪ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

জিতুল সোণোৱাল (Jitul Sonowal) এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে বিভিন্ন বাদ্যযন্ত্ৰ যেনে গীটাৰ, কীবৰ্ড আদি বজাব পাৰে।

একক কণ্ঠৰ এলবাম

  • নিৰিবিলি গধূলি
  • প্ৰতীক্ষা
  • বৃষ্টি
  • বৰষা
  • নতুন লহৰ
  • যদি কেতিয়াবা
  • শিহৰণ
  • ৰহণ
  • যশোৱা
  • প্ৰীতি
  • মৰমী প্ৰিয়া
  • সোণালী
  • অঞ্জনা
  • কপৌ পাহি তোৰে খোপাত
  • অনুপমা আদি

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পীঅসমীয়া ভাষাৰ গীতিকাৰবাদ্যযন্ত্ৰীঅসমৰ সঙ্গীত পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিতুল সোণোৱাল” প্ৰবন্ধৰ সংশোধন ৪৪৯৫৩৭ (২৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।