অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কামৰূপ একাডেমী

কামৰূপ একাডেমী স্থাপিত হৈছিল ১৯৩০ চনৰ ১৫ জুলাই তাৰিখে। বৃটিছ বিদ্যালয়ৰ প্ৰতিবাদ স্বৰূপে অসমৰ (উত্তৰ-পূবৰ) প্ৰথম স্বদেশী বিদ্যালয় হিচাপে কামৰূপ একাডেমী গঢ় লৈ উঠিছিল। প্ৰতিষ্ঠা কালত একাডেমী খনৰ সভাপতি আছিল ৰায় বাহাদুৰ কালিচৰণ সেনগুপ্ত আৰু সম্পাদক আছিল গৌৰীকান্ত তালুকদাৰ।

হালনাগাদ: ১৬ জুলাই ২০২৫ ৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কামৰূপ একাডেমী স্থাপিত হৈছিল ১৯৩০ চনৰ ১৫ জুলাই তাৰিখে। বৃটিছ বিদ্যালয়ৰ প্ৰতিবাদ স্বৰূপে অসমৰ (উত্তৰ-পূবৰ) প্ৰথম স্বদেশী বিদ্যালয় হিচাপে কামৰূপ একাডেমী গঢ় লৈ উঠিছিল। প্ৰতিষ্ঠা কালত একাডেমী খনৰ সভাপতি আছিল ৰায় বাহাদুৰ কালিচৰণ সেনগুপ্ত আৰু সম্পাদক আছিল গৌৰীকান্ত তালুকদাৰ।১

তথ্যসূত্ৰ

  1. ↑ Kamrupacademy

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামৰূপ একাডেমী” প্ৰবন্ধৰ সংশোধন ৫২৪২৭৫ (১৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।