গ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।১ 'গ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'গ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'গ'-ক এনেদৰে লিখা যায়।২
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (গ যোগ)
গ + ধ = গ্ধ = মুগ্ধ
গ + ন = গ্ন = ৰুগ্ন
গ + ম = গ্ম = যুগ্ম
গ + য = গ্য = ভাগ্য
গ + ৰ = গ্ৰ = গ্ৰহ
গ + ল = গ্ল = গ্লানি
'গ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
- বৃক্ষ
- গণিত
- চুটিগল্প
- গৰু
- গাহৰি
- গুৱাহাটী
- গোলাঘাট
- গোৱালপাৰা
- গোৱা
- গঙ্গা নদী
- গুজৰাটী
- গাঁও
- গান
- গীত
- গতি
- গেছ
- গৌতম
- গদাধৰ
- গোলাপ
- গৰম
- গাধ
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ” প্ৰবন্ধৰ সংশোধন ৫৯৪১৪১ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।