অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস

আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস ( International Firefighters' Day) প্ৰতি বছৰে ৪ মে' তাৰিখে পালন কৰা হয়। ১৯৯৯ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। সেই বছৰৰ অষ্ট্ৰেলিয়াত বনজুই নিৰ্বাপনৰ জড়িত পাঁচজনকৈ অগ্নিনিৰ্বাপকৰ কৰ্মী দুৰ্ঘটনাতপতিত হৈ অগ্নিদগ্ধ হয়।

হালনাগাদ: ৫ মে’ ২০২১ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস ( International Firefighters' Day) প্ৰতি বছৰে ৪ মে' তাৰিখে পালন কৰা হয়। ১৯৯৯ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। সেই বছৰৰ অষ্ট্ৰেলিয়াত বনজুই নিৰ্বাপনৰ জড়িত পাঁচজনকৈ অগ্নিনিৰ্বাপকৰ কৰ্মী দুৰ্ঘটনাতপতিত হৈ অগ্নিদগ্ধ হয়। ৪মে'ত এই দিৱসটি পালন কৰা কাৰণ হৈছে এই দিনটোত চেইণ্ট ফ্লয়াণৰ (Saint Florian) জন্ম হৈছিল। চেইণ্ট ফ্লয়াণ(Saint Florian) হৈছে এগৰাকী ৰোমান অগ্নিনিৰ্বাপক সেনা; যিজনে বহুলোকৰ জীৱন আৰু সা-সম্পত্তি ৰক্ষা কৰিছে।

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস” প্ৰবন্ধৰ সংশোধন ২৭৩৩০৯ (৫ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।