ঞ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দশম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (ঞ যোগ)
ঞ্ + চ = ঞ্চ = অঞ্চল
ঞ্ + ছ = ঞ্ছ = বাঞ্ছা
ঞ্ + জ = ঞ্জ = আঞ্জা
ঞ্ + ঝ = ঞ্ঝ = ঝঞ্ঝা
'ঞ'ধ্বনি যুক্ত শব্দৰ উদাহৰণ
- জিঞা
- ঝিঞা
- চিঞা
- মিঞা
- চিঞৰ
- মঞি
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঞ” প্ৰবন্ধৰ সংশোধন ৫২৩০৪০ (৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।