ণ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ পঞ্চদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১ 'ণ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ণ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (ণ যোগ)
ণ্ + ট = ণ্ট = কণ্টক
ণ্ + ঠ = ণ্ঠ = কণ্ঠ
ণ্ + ড = ণ্ড = মণ্ডল
ণ্ + য় = ণ্য = অৰণ্য
ণ্ + ণ্ = ণ্ণ = বিষণ্ণ
'ণ'ৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
ণিজন্ত
'ণ'যুক্ত শব্দৰ উদাহৰণ
- কৰ্ণ (অংগ)
- কণ
- কণা
- কণমানি
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ণ” প্ৰবন্ধৰ সংশোধন ৫২৩০২০ (৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।