ঃ (বিসৰ্গ) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৪০ নং আখৰ।
' ঃ'যুক্ত শব্দৰ উদাহৰণ
- উঃআঃ
- মনঃপূত
- মনঃস্তাত্বিক
- বাঃবাঃ
- হাঃহাঃ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঃ” প্ৰবন্ধৰ সংশোধন ৪৫৩৭৭৩ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।