ট অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।১ 'ট'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ট' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (ট যোগ)
ট + ট = ট্ট = অট্টালিকা
ট + য = ট্য = নাট্যকাৰ
ট + ৰ = ট্ৰ = ট্ৰাক
'ট'ৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
- ভাৰতীয় টকা
- টকল
- টাং-গুট
- টপাটপ
- টনা
- টিনপাট
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট” প্ৰবন্ধৰ সংশোধন ৪৪৭৩৮১ (২২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।