অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বৃহস্পতিবাৰ

বৃহস্পতিবাৰ সপ্তাহৰ এটা দিন, যিটো বুধবাৰৰ পিছত আৰু শুক্ৰবাৰৰ আগত হয়। ভাৰতত প্ৰচলিত কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ পঞ্চম দিন৷ এই বাৰৰ নাম বৃহস্পতি গ্ৰহৰ নামেৰে ৰখা হৈছে।

হালনাগাদ: ৬ মে’ ২০২৫ ২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
নৰ্ছ দেৱতা থুনো (নৰ্ছ থৰ)ক চিত্ৰিত কৰা চিত্ৰকলা, যাৰ নামেৰে বৃহস্পতিবাৰৰ নামকৰণ কৰা হৈছে, মাৰ্টেন এস্কিল উইং, ১৮৭২
নৰ্ছ দেৱতা থুনো (নৰ্ছ থৰ)ক চিত্ৰিত কৰা চিত্ৰকলা, যাৰ নামেৰে বৃহস্পতিবাৰৰ নামকৰণ কৰা হৈছে, মাৰ্টেন এস্কিল উইং, ১৮৭২ছবি: Mårten Eskil Winge · Public domain

বৃহস্পতিবাৰ সপ্তাহৰ এটা দিন, যিটো বুধবাৰৰ পিছত আৰু শুক্ৰবাৰৰ আগত হয়।১ ভাৰতত প্ৰচলিত কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ পঞ্চম দিন৷২৩ এই বাৰৰ নাম বৃহস্পতি গ্ৰহৰ নামেৰে ৰখা হৈছে।

তথ্যসূত্ৰ

  1. ↑ ISO 8601-1:2019(en) Date and time — Representations for information interchange — Part 1: Basic rules. iso.org
  2. ↑ Quint, The. (22 March 2019). Happy 'Saka' New Year 1941: Story Behind India's National Calendar. TheQuint
  3. ↑ (22 September 2015). Oxford Music Online. Oxford University Press

সম্পৰ্কিত শ্ৰেণী

সময়সময়ৰ এককসপ্তাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৃহস্পতিবাৰ” প্ৰবন্ধৰ সংশোধন ৫০৬৪০৩ (৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।