অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আজি (অসমীয়া দৈনিক)

আজি আছিল গুৱাহাটীৰ পৰা প্ৰকাশিত এখন অসমীয়া দৈনিক বাতৰি কাকত৷ এই বাতৰি কাকতখন ২০০০ চনৰ মাৰ্চ মাহত ৰামধেনু প্ৰকাশন প্ৰাইভেট লিমিটেডে উন্মোচন কৰিছিল। প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল অজিত কুমাৰ ভূঞা। ২০০৯ চনৰ ২৪ মাৰ্চত কাকতখনৰ কাৰ্যবাহী সম্পাদক অনিল মজুমদাৰক অজ্ঞাত ব্যক্তিয়ে গুলীয়াই হত্যা কৰে।

হালনাগাদ: ২৪ আগষ্ট ২০২৫ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আজি আছিল গুৱাহাটীৰ পৰা প্ৰকাশিত এখন অসমীয়া দৈনিক বাতৰি কাকত৷ এই বাতৰি কাকতখন ২০০০ চনৰ মাৰ্চ মাহত ৰামধেনু প্ৰকাশন প্ৰাইভেট লিমিটেডে উন্মোচন কৰিছিল। প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল অজিত কুমাৰ ভূঞা।১

২০০৯ চনৰ ২৪ মাৰ্চত কাকতখনৰ কাৰ্যবাহী সম্পাদক অনিল মজুমদাৰক অজ্ঞাত ব্যক্তিয়ে গুলীয়াই হত্যা কৰে।২ মজুমদাৰক লক্ষ্য কৰি লোৱাৰ সম্ভাৱ্য কাৰণ আছিল তেওঁৰ নেতৃত্বত চলি থকা কাকতখনে "সংযুক্ত মুক্তি বাহিনী, অসম আৰু চৰকাৰৰ মাজত আলোচনাৰ পোষকতা কৰি আহিছিল।"৩

তথ্যসূত্ৰ

  1. ↑ Chapter 3. Background of the Study. Shodhganga
  2. ↑ Newspaper editor shot dead in Assam. Reuters
  3. ↑ Assam editor shot dead. The Telegraph India

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংবাদ পত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজি (অসমীয়া দৈনিক)” প্ৰবন্ধৰ সংশোধন ৫৩৪৮৩৯ (২৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।