অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হাজৰিকা

হাজৰিকা বা ৰুৰিঙ (Hazarika) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।

হালনাগাদ: ২৩ মে’ ২০২৩ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

হাজৰিকা বা ৰুৰিঙ (Hazarika) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।১। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।

উৎপত্তি

আহোম ৰজাই এই উপাধি প্ৰদান কৰিছিল। আহোম ৰজাৰ ৰাজত্ব কালত সামৰিক বাহিনীত পাইক প্ৰথা সৃষ্টি কৰি কিছুমান বিষয়াৰ পদৰ সৃষ্টি কৰা হৈছিল। তেওঁলোকৰ উত্তৰসুৰী সকলে এই পদসমূহৰ লগত জড়িত উপাধি সমূহ ব্যৱহাৰ কৰাটো অসমীয়া সমাজত প্ৰচলিত। আহোম সকলৰ দিনত, এহাজাৰ জন সৈন্য পৰিচালনা কৰা বিষয়াজনক হাজৰিকা উপাধি দিয়া হৈছিল।

সাম্প্ৰতিক কালত ব্যৱহাৰ

এই উপাধিটো বৰ্তমান অসমৰ হিন্দু আৰু মুছলমান ধৰ্মৰ লোকসকলে ব্যৱহাৰ কৰে। হাজৰিকা উপাধিটো কায়স্থ/ক্ষেত্ৰীয় জাতিৰ অন্তৰ্গত। সাম্প্ৰতিক কালত, অসমত ইয়াক কলিতা জাতি বুলি জনা যায়।

হাজৰিকা উপাধিৰ প্ৰসিদ্ধ ব্যক্তি

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Kakoty, Sanjeeb. (2003). Technology, Production And Social Formation In The Evolution Of The Ahom State. Regency Publications. ISBN 9788187498735

সম্পৰ্কিত শ্ৰেণী

উপাধি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৩৬৬৮৭৭ (২৩ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।