is irrational.]]
অপৰিমেয় সংখ্যা (Irrational Number): গণিতত অপৰিমেয় সংখ্যা বোৰ বাস্তৱ সংখ্যা। যিবোৰ সংখ্যাক কোনো অখণ্ড সংখ্যা p আৰু q-ৰ বাবেই p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি,তেনে সংখ্যাক অপৰিমেয় সংখ্যা বোলে। অৰ্থাৎ অপৰিমেয় সংখ্যাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পৰা নাযায়। কিন্তু এই সমূহক দশমিক সংখ্যাত প্ৰকাশ কৰিব পাৰি। যেনেঃ √২, π ইত্যাদি। ইয়াত √২=১.৪১৪২১৩৫৬... আকৌ π=৩.১৪১৫৯২৬...
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰিমেয় সংখ্যা” প্ৰবন্ধৰ সংশোধন ২৯৭৭৯১ (১৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।