সাধাৰণতে ঘৰ house) হ'ল এটি অট্টালিকা য'ত মানুহে বাস কৰে১। ঘৰত প্ৰায়েই এটি পৰিয়ালে বাস কৰে, কিন্তু কেৱল এজন ব্যক্তি, সামাজিক গোট আদিয়েও বাস কৰিব পাৰে। ঘৰ সাধাৰণতে দুবিধ। কেচা আৰু
পকী | কেচা ঘৰ বাহ বেত আৰু খেৰেৰে নিৰ্মিত আনহাতে পকী ঘৰ ইটা বালি আৰু চিমেণ্টেৰে নির্মিত
প্ৰকাৰ
ঘৰ কেইবা প্ৰকাৰৰো থাকিব পাৰে, যেনে,
| প্ৰকাৰ | বিৱৰণ |
|---|---|
| ইগ্ল' | ইগ্ল' হ'ল বৰফেৰে নিৰ্মিত এটি ঘৰ য'ত এস্কিম' সকলে বাস কৰে।২ |
| বঙলা | বঙলা হ'ল এটি ইটা, শিল আদিৰে সজা ডাঙৰ ঘৰ৩ |
| ফ্লেট | |
| পঁজা | পঁজা হ'ল এটি সৰু, মানুহ থকা ঘৰ৪ |
| কনাক | অত্তমান ৰাজৰ সময়ত টুৰ্কীৰ এক অতিকৈ প্ৰচলিত ঘৰ |
| মেনৰ হাউচ | মজলীয়া যুগৰ ৰাজন্যৰ ঘৰ |
| ট্ৰী হাউচ | বৃক্ষৰ ওপৰত নিৰ্মিত ঘৰ |
| এপাৰ্ট্মেণ্ট | এটি অট্টালিকাত একে ধৰণৰ কোঠাৰ মাজত এটি কোঠা বা কোঠাৰ গোট৫ |
| হাউচ্ ব'ট | পানীত ওপঙা, সমতল তলিৰ এখন নাও যাক বাসৰ বাবে ব্যৱহাৰ কৰা হয়।৬ |
| তম্বু | ডাঠ কাপোৰেৰে সজা এটি অস্থায়ী ঘৰ৭ |
| চাংঘৰ | ওখকৈ চাং পাতি সজা ঘৰ।৮ |
তথ্যসূত্ৰ
- ↑ dictionary.reference.com/browse/house
- ↑ dictionary.reference.com/browse/bungalow?s=t
- ↑ xobdo.org/ ত বঙলা সন্ধান কৰিলে পোৱা যায়
- ↑ xobdo.org/ ত সন্ধান কৰিলে পোৱা যায়
- ↑ dictionary.reference.com/browse/apartment?s=t
- ↑ dictionary.reference.com/browse/houseboat?s=t
- ↑ xobdo.org/ ত সন্ধান কৰিলে পোৱা যায়
- ↑ xobdo.org/ ত সন্ধান কৰিলে পোৱা যায়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘৰ” প্ৰবন্ধৰ সংশোধন ৫৪৮৭৭৩ (৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।