অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শনিবাৰ

শনিবাৰ সপ্তাহৰ এটা দিন, যিটো শুক্ৰবাৰৰ পিছত আৰু দেওবাৰৰ আগতে আহে৷ বৈদিক দেৱতা শনিৰ নামেৰে এই বাৰৰ নামকৰণ কৰা হৈছে। আনহাতে থাইলেণ্ডৰ থাই সৌৰ কেলেণ্ডাৰত শনি শব্দটো পালি ভাষাৰ শনি শব্দৰ পৰা লোৱা হৈছে আৰু শনিবাৰৰ প্ৰতীকী ৰং বেঙুনীয়া বুলি নিৰ্দ্ধাৰণ কৰা হৈছে।

হালনাগাদ: ৬ মে’ ২০২৫ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

শনিবাৰ সপ্তাহৰ এটা দিন, যিটো শুক্ৰবাৰৰ পিছত আৰু দেওবাৰৰ আগতে আহে৷ বৈদিক দেৱতা শনিৰ নামেৰে এই বাৰৰ নামকৰণ কৰা হৈছে।১ আনহাতে থাইলেণ্ডৰ থাই সৌৰ কেলেণ্ডাৰত শনি শব্দটো পালি ভাষাৰ শনি শব্দৰ পৰা লোৱা হৈছে আৰু শনিবাৰৰ প্ৰতীকী ৰং বেঙুনীয়া বুলি নিৰ্দ্ধাৰণ কৰা হৈছে। ভাৰতীয় কেলেণ্ডাৰ অনুসৰি ই সপ্তাহটোৰ সপ্তম বা অন্তিম দিন। ভাৰতৰ বিদ্যালয় সমূহত আৰু কিছুমান কাৰ্যালয়ত শনিবাৰটো অৰ্ধ ছুটিৰ দিন হিচাপে ধাৰ্য কৰা হৈছে।

নামকৰণ আৰু উৎপত্তি

শনিবাৰৰ নামাকৰণ কৰা হৈছে শনি গ্ৰহৰ নামেৰে। যিটো বৈদিক দেৱতা শনিৰ নামেৰে নামাকৰণ কৰা হৈছিল।
শনিবাৰৰ নামাকৰণ কৰা হৈছে শনি গ্ৰহৰ নামেৰে। যিটো বৈদিক দেৱতা শনিৰ নামেৰে নামাকৰণ কৰা হৈছিল।ছবি: Public domain

জ্যোতিৰ্বিদ্যা

জ্যোতিৰ্বিদ্যাত, শনিবাৰ শনি গ্ৰহৰ লগত সম্পৰ্কিত, ইয়াৰ গ্ৰহ প্ৰতীক

Saturn symbol.svg
ছবি: Lexicon · Public domain

তথা ই মকৰ আৰু কুম্ভ ৰাশিৰ লগত সম্পৰ্কিত।

তথ্যসূত্ৰ

  1. ↑ Shirotriya, Kasak. (2023-02-27). Who is Shani, the Lord of Karma?. InstaAstro

সম্পৰ্কিত শ্ৰেণী

সময়সময়ৰ এককসপ্তাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শনিবাৰ” প্ৰবন্ধৰ সংশোধন ৫০৬৪১২ (৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।