অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰামানুজাচাৰ্য

ৰামানুজ (Tamil: இராமானுசர்; Sanskrit: रामानुज; 1017–1137 CE;; ), বা ৰামানুজাচাৰ্য এগৰাকী ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ আৰু সমাজ সংস্কাৰক। তেওঁ শ্ৰী বৈষ্ণৱবাদৰ মুখ্য প্ৰৱক্তা। ভক্তি আন্দোলনত তেওঁৰ কৰ্মৰ বিশেষ ভূমিকা আছিল

হালনাগাদ: ৭ মে’ ২০২২ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰামানুজ (Tamil: இராமானுசர்; Sanskrit: रामानुज; 1017–1137 CE;; ), বা ৰামানুজাচাৰ্য এগৰাকী ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ আৰু সমাজ সংস্কাৰক। তেওঁ শ্ৰী বৈষ্ণৱবাদৰ মুখ্য প্ৰৱক্তা।১২ ভক্তি আন্দোলনত তেওঁৰ কৰ্মৰ বিশেষ ভূমিকা আছিল৩৪৫

জীৱন

ৰামানুজৰ গুৰু আছিল যাদৱ প্ৰকাশ, যি অদ্বৈত বেদান্ত পৰম্পৰাৰ আছিল, কিন্তু সম্ভৱতঃ এগৰাকী ভেদাভেদ অধ্যয়নকাৰী আছিল।৬ শ্ৰী বৈষ্ণৱ পৰম্পৰাৰ মতে, ৰামানুজৰ গুৰুৰ সৈতে মতানৈক্য আছিল। তেওঁ অদ্বৈতবাদত বিশ্বাসী নাছিল, আৰু তামিল অলৱৰ নাঠমুনি আৰু যমুনাচাৰ্যৰ দ্বাৰা প্ৰভাৱিত আছিল।৭ ৰামানুজে বিশিষ্টাদ্বৈত বেদান্তৰ সৃষ্টি কৰিছিল।৮৯ তেওঁৰেই মুখ শিষ্যসমূহে সম্ভৱতঃ শাট্য়ায়নীয় উপনিষৎ আদি লিখিছিল।১০ ৰামানুজে নিজেও সংস্কৃতত ব্ৰহ্ম সূত্ৰ আৰু ভাগৱদ্গীতাৰ বিখ্যাত ভাষ্য লিখিছিল।১১

দৰ্শন

ৰামানুজাচাৰ্যৰ বিশিষ্টাদ্বৈত মধ্বাচাৰ্যৰ দ্বৈত আৰু শংকৰাচাৰ্যৰ অদ্বৈত বেদান্তৰ বিৰোধী। এই তিনি দ্বিতীয় সহস্ৰাব্দীৰ আতাইতকৈ প্ৰভাৱশালী বেদান্ত-সম্বন্ধীয় দৰ্শন।১২১৩

ৰামানুজে ব্যক্তিগত ঈশ্বৰৰ (ৰামানুজৰ ক্ষেত্ৰত, বিষ্ণু) ভক্তিৰ জ্ঞানতাত্ত্বিক আৰু মুক্তিশাস্ত্ৰীয় গুৰুত্ব দাগি ধৰিছিল, মুক্তিৰ বাবে। ৰামানুজৰ বাবে যদিও প্ৰত্যেক আত্মনৰ ঐক্য আছে, আৰু প্ৰত্যেক আত্মনৰেই ব্ৰহ্মনৰ সৈতে ঐক্যৰ সম্ভাৱনীয়তা আছে, আত্মন্‌ আৰু ব্ৰহ্মন্‌ পৃথক।১৪১৫১৬

তথ্যসূত্ৰ

  1. ↑ C. J. Bartley 2013
  2. ↑ Jon Paul Sydnor. (2012). Rāmānuja and Schleiermacher: Toward a Constructive Comparative Theology. Casemate. পৃ. 20–22 with footnote 32. ISBN 978-0227680247
  3. ↑ C. J. Bartley 2013
  4. ↑ Doniger. (1999). Merriam-Webster's encyclopedia of world religions. Merriam-Webster. পৃ. 904. ISBN 978-0-87779-044-0
  5. ↑ Hermann Kulke; Dietmar Rothermund. (2004). A History of India. Routledge. পৃ. 149. ISBN 978-0-415-32920-0
  6. ↑ Nicholson 2010, পৃ. 34
  7. ↑ C. J. Bartley 2013, পৃ. 1–4, 52–53, 79
  8. ↑ C. J. Bartley 2013, পৃ. 1-2
  9. ↑ C. J. Bartley 2013, পৃ. 1-2
  10. ↑ Patrick Olivelle. (1992). The Samnyasa Upanisads: Hindu Scriptures on Asceticism and Renunciation: Hindu Scriptures on Asceticism and Renunciation. Oxford University Press. পৃ. 10–11, 17–18. ISBN 978-0-19-536137-7
  11. ↑ Carman 1994, পৃ. 82-87 with footnotes
  12. ↑ William M. Indich. (1995). Consciousness in Advaita Vedanta. Motilal Banarsidass. পৃ. 1–2, 97–102. ISBN 978-81-208-1251-2
  13. ↑ Bruce M. Sullivan. (2001). The A to Z of Hinduism. Rowman & Littlefield. পৃ. 239. ISBN 978-0-8108-4070-6
  14. ↑ Bruce M. Sullivan. (2001). The A to Z of Hinduism. Rowman & Littlefield. পৃ. 239. ISBN 978-0-8108-4070-6
  15. ↑ C. J. Bartley 2013, পৃ. 1-2, 9-10, 76-79, 87-98
  16. ↑ C. J. Bartley 2013, পৃ. 1-2, 9-10, 76-79, 87-98

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামানুজাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৩২০২৮২ (৭ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।